পৃষ্ঠা:হেমকোষ.pdf/৬৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিঘিনি বিচেষ্টা

বিঘিনি, স. শ. (সং. বি, বাধা) বাধা; আপদ, সঙ্কট; যেনে, একো বিঘিনি মোহোৱাকৈ ঘৰ পালে গৈ, impedi- ment, obstacle, misfortune, any injurious accident. . বিঘ্ন, স. শ. (সং. ৱি--ৱি, বৰকৈ হন, হানি ক} বাধা, বিধিনি, বাঘাত; আপদ, বিপদ, obstacle, impediment, misfortune, any injurious accident. বিঘ্ননাশক, স. শ. (সং. বিঘ্ননাশক--দ্বিগ্ন +নাশক, নাশ কৰোতা) বিঘিনি, নষ্ট বা দূৰ কৰোতা; গণেশ, he who or that which removes obstacles, a name of Ganesha. বিচ, স, ধ, (সং. ৰীজ, বিচনীৰে বা দি ) কোনো বহল, চেপেটা বস্তু লৰাই বা লগা, বিচনীৰে বতাহ দি; যেনে, বিচনী-ধৰাই ৰজাক বিচে, to fan. কৃদ স. বিচন। বিচনী-ধৰা, স. শ. বিচনীৰে বিৰ্চোত, one who fans, a punkha paller. মূল অনুসৰি ওপৰৰ তিনটা শব্দৰ প্ৰথম আখৰত ঈ দি লিখা উচিত; কিন্তু ব্যৱহাৰ তাৰ বিৰুদ্ধ; তথাপি ঈ দিয়াত দোষ দেখা নেযায়। বিচৰণ, কদ, স. { সং. বিচৰণ--ৱি, উত্তম- ৰূপে+ চ, গতি কৰু পৰিভ্ৰমণ, আন- লিত মনেৰে ইফালে সিফালে ফুণ, the act of roaming about. বিচৰা, স. ধ( তাং, ৰিচাৰ, অন্বেষণ কৰ) আনৰ দ্বাৰা অন্বেষণ কৰা, to cause to be looked for. বিচল, স. শ. { অং. বি, বেয়া + চল, জুতি) আচল, বিজুতি, কৰিবৰ বা ধৰিবৰ উপায় অভাৱ; পোনেই হাত মেলি নোপোৱ ঠাই; যেনে, সেইটো বস্তু বিচলত আছে, incouvenience, a place not easily accessible. বিচলি, কুদ. বি. {সং. ৱিচলিত-ৱি, বেয়া- ৰূপে + চল, গতি কৰ) লৰচৰ হোৱা; এফলীয়া হোৱা; যেনে, ধৰ্ম্মৰ পৰা বিচলিত 2371, gone, shaken, deviated from. বিচক্ষণ, বি. (সং বিচক্ষণ-~-ৰি, উত্তমৰূপে + চহ্ন কথা ক) নিপুণ, পাৰ্গত; উত্তম সুন্দৰ, clever, good, beautiful. বিচাটু, স. শ. শোক পোৱাৰ কাৰণ নিজৰ জীৱন আৰু সংসাৰলৈ মৰমৰ অভাৱ, বিৰক্তি, বিবাগ, violentinental afflic- tion which makes a person indif- ferent to his life and worldly affairs. বিচাট লাগ, বিৰক্তি জন্ম, মনৰ দুখত সকলো- লৈকে মৰমহীন হ, to be iudifferent to uverything owing to mental allietion. . বিচাৰ, স. শ. (সং. বিচাৰ-বি, ভালৰূপে + চৰ, গতি ক) দোষী নে নিৰ্দোষী, ভাল নে বেয়া বা সঁচা নে মিছা, তাৰ বিবেচনা, সোধ; যেনে, গোচৰৰ বিচাৰ হৈছে। অনুসন্ধান, অন্বেষণ; হেৰোৱা বস্তুৰ বিচাৰ কৰিব, trial, in- vestigation, search. 1. 4. ***977 ক, বুজ ল; যেনে, গৰুৱে ঘাঁহ বিচাৰে, to search for. বিচাৰক, স. শ. {সং.) সোধ কৰোতা, গোচৰ সোধোৱা, দোষাদোষৰ বিবেচনা prátu, a judge, an investigator. বিচাৰণীয়, বি. (সং.} বিচাৰ বা বিবেচনা বিচাৰ্য, কৰিবৰ যোগ্য, dit or proper to be investigated or inquired into. বিচা-খোচাৰু, স. শ. (সং. বিচাৰ, অনু- বিচাৰ-পৰু, সন্ধান + খোচাবু, পৰ, অনুক, ) অনুসন্ধান, বুজবাজ, an in- quiry, a seareli. বিচিত্ৰ, বি. (সং. বিচিত্ৰ-ৱি, উত্তম + চিত্ৰ, অনেক বৰণীয়া) অনেক বৰণীয়া; উত্তম, শুৱনি, variegatedl, beautiful. বিচুক্তি, বি. (সং. বিস্মৃতি, পাহৰণ) আচৰিত হৈ আপোনাক পাহৰা, বিস্মিত, বিস্ময়া- পন্ন, ভয়ঙ্কৰ বা নতুন বস্তু দেখি হোৱা বিবুদ্ধি; বিবশ, hyst in amazement, wonderstruck, perplexed. বিচেষ্টা, বি. (অং, বি, নাই+চেষ্টা, ন}