পৃষ্ঠা:হেমকোষ.pdf/৬৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বানৰ বাপ বান, স. শ. {স, ৱানৰৱা, সদৃশ + নৰ, মানুহ মানুহৰ আকৃতিৰ এবিধ জন্ধু, 9174, a monkey, an ape. (1) বানী। বানে-বানে, ক্ৰি. বি. চামে চামে, hate after batch. বাণ্ড, পৃ. শ. (সং. ও--ৱ, বঁতিয়া ) বমন; বাতি, the act of vomiting, vomit. বান্তি, স. শ. বান্ত, বাতি (শদিত), vomit. বান্দ, স. শ. (সং. ৱানৰ; হিং. বন্দৰ; ব, বাদব, এবিধ জ} এবিধ মানুহৰ নিচিনা হাত, ভৰি আৰু মুখ থকা জন্তু, a monkey. বাবালি, গু. শ. বান্দৰৰ নিচিনা চৰণ, চুলুঙ্গালি, নিৰ্লজ্জতা, behaviour like that of a monkey, slanelessness. বান্দৰী, স. শ. মাইকী বান্দৰ, শালত তাঁত 090464 76., a female monkey, i part of a loom. বান্দৰ-কেকোৱা, স. শ. { সি গাত লাগিলে বাৰে কেঁকায়, এই ভাবৰ পৰা এবিধ গছত গজা লতাৰ গুটি, তাৰ শুঙ্গে গত ঠোৰতৰ দৰে ডাকে; তাৰ লতা, a kind of lettle. ‘বন্দৰ-চেলা” এনেও হয়। বান্দৰ-বিটলীয়া, বি. { অং.. বান্দৰ, বানৰ +বিটলীয়া, দুষ্ট ) মিছলীয়া আৰু অবি- খাসী, চুলু (গালি), untruthfal and untrustworthy (a term of abusc). বান্দী, স. শ. { বন্দী শব্দৰ প্ৰীলিঙ্গ) বন্দীৰ স্ত্ৰী, দাসী, a female slave. বন্ধু, স, শ, { সৎ, বন্ধু, বন্ধু বন্ধন, গাঠি, 11, a tie, a knot, a fastening. বাঞ্ছ, স. বা. (সং. বন্ধ; হিং, বান্ধুনা; ব, বাঁধন, বন্ধন কৰ) জৰীৰে আবদ্ধ কৰ, গাঁঠি লগা; যেনে, কামী বান্ধে; আবদ্ধ কৰ, আটকি ৰাখ; যেনে, পানী বান্ধিছে; মাটি তুলি নিৰ্মাণ কৰ; যেনে, আলি বাজে; নিৰ্ধাৰিত কৰ, অলৰ কহ্; যেনে, কথা বাজিছে; কী খুন্দি নপুংসক কৰ; যেনে, গৰু বাক্তে; ৰচনা কৰ; যেনে, পদ বান্ধিছে; ধাতুৰ পৰে আবৃত কৰ; যেনে, ৰূপেৰে ধোৱা খোৱা att, to tie, to fasten, to bind, to construct as a road, and the like, to settle, to determine, to enjas- culate, to compose, to form into writing. বন্ধ, স. শ. (সং. বান্ধৱ, বন্ধু ) ইষ্ট, বন্ধু, a friend. বাঙ্ক, কদ, স, বন্ধন, বন্ধা কাৰ্য, the act of fastening. . বান্ধনি, স. শ. গাঠি, বং, গাঁথনি; ঢাক- নীৰে সমন্বিতে কিতাপৰ বন্ধু বা গাঁথনি; যেনে, সেইটা কিতাপৰ বান্ধনি ভাল 31, a knot, tie or fastening, the binding of a hook, বান্ধনী, ২. শ. (সং. বন্ধনী, জৰী) বন্ধা জৰী; যেনে, বন্ধনী ডাল ছিগি কামীটো afe afac, a string, or rope, with which anything is tied. বান্ধৱ, স. শ. (সং. বন্ধু, ইষ্ট-বন্ধু, বান্ধু ) ইষ্ট, বন্ধু, বান্ধ, a friend. বান্ধৈ, স, শ, মতাই তিৰোতাক মৰমেৰে মত মাত; যেনে, “এভু হেন কৰ বান্ধৈ 757 at," a term of endearment used in adlressing 3 beloved Woniau, বাৰ্কানি, বি. বৰকৈ বান্ধি ধৰা, কিৰ্পিণ, F4965 (fante), miserly, niggardly. বানপানী, স. শ. ( অং. বান, নৈৰ ধল+ পানী, জল) বাঢ়নী পানী, ববকৈ বাঢ়ি নৈৰ পাৰ বুৰোৱা পানী, a flood. বানবাটি, স. শ. খুৰী বাটিতকৈ ডাক্ষৰ এবিধ খুৰা লগোৰা বাটি, a cup with a foot. বান-বাৰিষা, স. শ. বান-পানী হোৱা বাৰিষা, cate tfitt, the season when the banks of rivers and lakes are overflowed. বাপ স. শ. {সং. প্ৰ; হিং বা; বং