পৃষ্ঠা:হেমকোষ.pdf/৬৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাগতি খেলা বাকল} WT . কথা (পদত; যেনে, “হেন শুনি হৰি পাচে বুলিলন্ত বাক,” speech. বাকৃ, স, ধা, ঢাল, পাত্ৰ কাতি কৰি লালী নিছিগাকৈ পেল; যেনে, লোটাৰে পানী বাকিছে, to jour. বাকৰি, বি, ছন পৰি থকা, নচহ। { মাটি ), lying fallos. বাকৰিয়নি, স.শ. ছন পৰি থকামাটি, বৰি মাটি। বাকলি, স. শ. (সং. বৃক্কল, ছাল) ফলৰ ছাল; গুটিৰ চোকোৰা; মাছৰ গা কি পক চাকলি, a rind or jwel, husk, a scale of a fislı. বাকলি-বসন, স. শ. (সং, ৱস্কলসন, ছালৰ কাপোৰ) ঋষিবিলাকে পিন্ধা, গছৰ ছালৰ মোটা কাপোৰ, মৰাপাটৰ চট, 0 kind of carse cloth made from the dark of trees worn by ascetics. বাকলীয়া, বি. বাকলিযুক্ত, বাকলি লগা ( মাছত খাটে ); যেনে, বাকলীয়া মাছ; চোকোৰাৰে সৈতে বুক, চোকোৰা নু- গুচোৱা; যেনে, বাকলীয়া মাহ, sa:ay, having husks, not huskei. বাকী, বি. ( যাৎ ) ব্যাৰ পাচত বাঢ়ি থকা; যেনে, এশ টকা আছিল, এতিয়া এটাও বাকী নাই; তানা, নিয়া বা লোৱাৰ পাচত শেষ থকা; যেনে, বাকী খাজনা, rmaining. স, শ, অৱশেষ, শেষত থকা 413*, . balance, a remainder. বালহু, স, শ, {সং. কুলই-বাছ, বাক্য + কলহ, দন্দ) কথাৰ দল, বাচ্যাৰাচি, oral dispute, an altercation, ex- change of angry words. বাক্‌-চতুৰ, বি. (সং. ৰাতুৰৱা, বাক্য + চতুৰ, নিপুণ) মুখ চতুৰ, কথা কোৱাত নিপুণ, ভালকৈ কথা কব পৰা, having a ready tongue, cloqueut. বাতুৰতা, গু, শ. (স.) উত্তমৰূপে লান লগাই কথা কোৱা শক্তি বা গুণ, elo- quence, বাকপটু, বি. (সং. কৃপটুৱা, বাক্য + পটু, পাৰ্গত } বাকচতুৰ, whiclu see. বাকপটুতা, (স.) “বাকচতুৰত।” চোৱা। বাক্য, স. শ. (সং. বাক্য-চু, কথা ক} কথা, বচন; সম্পূৰ্ণৰূপে কোনো এটা অৰ্থ বুজোৱা শব্দসমূহ, একি কথা; যেনে, বামে কৃষ্ণ ধন দিলে, speech, a sentence. . বাক্যবিন্যাস, স. শ. {স, বাক্য, কথা। বিন্যাস, শ্ৰেণী লগাওন) বাক্যৰ ৰচনা, কোনো এটা ভাব বুজাবৰ নিমিত্তে যি ঠাইত যি শব্দ দিলে সেই ভাব ভালকৈ ওলায় আৰু শুনিবলৈও ভাল হয়, সেই ৰূপে কৰা শব্দবিলাকৰ গাথনি, syntax. বাক্যশক্তি, স. (সং. ৱাকাশক্তি, কথা কোৱাৰ ক্ষমতা--ব্ৰক্য, কথা+ শক্তি ক্ষমতা) কথা কোৱাৰ ক্ষমতা, বাকা উচ্চাৰণৰ শক্তি, the ficulty of speech. বাখৰ, স, শ. { সৎ, ভাস্কৰ, দীপ্তিমন্তজা, দীপ্তি+ক, কৰোতা) হীৰা, পান, ডালিমা আদি ঢাকমকীয়া শিল, এই prious stone, বাখৰ পাই, হীৰা পানা আদিৰে শোভিত pa to set with prerious stones. বাখৰ, স, শ, (হি. বঘাৰ, অজ্ঞাত দিয়া। মচলা) আঞাত দিয়া জল। সুগন্ধি গুটি, ছাল, পাত আদি; এতেকে তামোলৰ লগত খোৱ বা দৰবত দিয়া তজ্ৰপ বস্তু; যেনে, লং, জাই, এলাচি ইত্যাদি, a spice, any medicinal drug. বাখৰু, স. শ. { হিং. বখাৰী, গুটি ভৰাল) গুটি ধান থোৱা মেৰ, a corn-bin. বাখৰুৱা, বি. বাখৰ লগোৱা, বাখৰ পতা;

  • 747, set with or relating to

precious stones. . বাখৰ-পত, বি. বাখৰেৰে শশাভিত কৰা, বাবা,। হীৰা পান। আদি লগোৱা, set with precious stones, বাগতি, স. শ. (সং. গতি, কথাৰ গতি ) সঁচা কথা লুকাবলৈ, বা সঁচা কবৰ অনি, চ্ছাৰ নিমিত্তে বেঁকাবেঁকিকৈ কোৱা কথা, stofa, prevarication or equivocation. বাৰ্গতি খেলা, চঁচৰি কোবা, to prevaricate or equivocate.