পৃষ্ঠা:হেমকোষ.pdf/৬৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বহুৱালি ৩৪৯ বাও-কণী টাটো আৰু বহুৱাব লাগে, to cause to sit down, to beat, te places to cause to take up habitation, to cause to sink, to pross down. বহুৱালি, গু. শ. বহুৱাৰ নিচিনা আচৰণ, 79411 FN, bufferonery, mimicry. বহুগাওঁ, স. শ, অনেক মানুহে নিবাস কৰা গাওঁ, বহু মানুহৰ বসতি, a populous village, a thickly inliabited place. বন্নি, স, শ. ( স. বহু বহন কৰ; দেৱতা সকললৈ দিয়া আহুতি বহন কৰে, এতেকে অগ্নি, জুই, the god of tire, fire. বক্ষ, স, শ, (সং. ৰম, বুকুৱক্ষ সঞ্চয় কৰ; তাত কথা সঁচি থোৱা যায়, এতেকে) হৃদয়, বুকু, the least, the bosom. বক্ষস্থা, (সং. বক্ষস্থল-বৃক্ষ, বুকু+ স্থল, ঠাই। হৃদয়, বুকু, the torcast, tho bosom. বা, স. বা. (সং. ৰহ, লৈ যা ) বাৰে চলা; যেনে, নাও বায়; নাঙ্গল ব্যৱহাৰ কৰু, নাঙ্গলেৰে চাহ কৰ; যেনে, হল বায়; বজা, বাধ্য কৰ; যেনে, ঢোল বায়, to

  • «w, to plough, to play in a

ruusical instrument. বা, স. শ. {সং. বায়ু, বতাহ } বতাহ, চলি থকা বায়ু, vius. বা, স, ধা. (অ, ব, খাটু খটা, কাম কৰা, খাটনিত নিযুক্ত কৰ; যেনে, বন্দী বাইছে, to cause to serve or work. বা, অব্য. (সং. ৰা, দুইৰ এক নাইবা, নতুবা, দুইৰ এক; যেনে, সি বা তুমি ty, either, or. বাই, ম. শ. (হি. বহিন, ভগিনী) জ্যেষ্ঠ ভগিনী, একে পিতৃৰ বা দদাই আদিৰ পৰা জন্ম বয়সে ডাঙ্গৰ তিৰোতা, an elder sister or cousul. বাই-দেও, স. শ. জো ভগিনীক সন্ত্ৰমেৰে TY , a l'espectful address of an elder sister or cousin. বইলুং, “দেওধাই” চোৱা। বাইশ (-), সখা, (সং. দ্বাৱিংশতি; হিং. বং বাইশ, একুৰি দুই) দুই অধিক কুৰি, twenty-two. বাউ, স. শ. খৰাহি পাচি আদিৰ মুখত বন্ধা gait, a bamboo lath attached to the lyrim or upper edge of a basket, &c. বউ, বাউ-বান্, “বাও-ধান” চোৱা। বাউন, স. শ. (সং. ব্ৰামন; হিং. বৌনা; বং, বাউনিয়া, কুঁটীয়া) কটীয়া মানুহ, নিচেই চুটি-চাপৰ মানুহ, a dwarf, ৬ pigmy. (স্ত্ৰী) বাউনী। বাউল, বি. (স’ বাতুল; বং, বাউল, বাউলা, বলিয়া) উম্মত্ত, বলিয়া, পগলা, mad, erazy. (স্ত্ৰী) বাউলী। বাউলি, স. শ. (সং. বাহু, হাতৰ ঠাৰি+ল, ধৰ; দুই বাহুৰ দৰে আঁকোৱালি ধৰে, এতেকে ভাতৰ টো-নমোৱা, লোৰ চেপেনা, a kind of tongs for taking down a cooking pot from the fire. বাউসি, স, শ, (সং. বাহু, হাতৰ ঠাৰি) কান্ধৰ নাম আৰু হাতৰ ঠাৰিৰ গুৰি ভাগ; দব পৰলি, চালৰ নিচেই ঐতিত বন্ধ। (47, the upper jxut of the arın just below the shoulder, the un- derniost. layer of grass on the edge of a roof, । স. শ. (সং, ৰামু, বতাহ; তাক বাও-ধ, দ মাটিত বোৱা যায়, আৰু পানী বাঢ়িলে সি বায়ুৰ নিচিনা বেগেৰে বাঢ়ি ওথ হয়, পানীৰ তল নহয়, এতেকে) afar star, a kind of paddy. বাও-কণী, স. শ. (বং বাওয়া, জীৱন শক্তি নথকা + অং. কণী, ডিমা) পোৱালি উৎপন্ন কৰা গুণ নথকা ভিমা; { সি মৰ লগ নোপোৱা মাইকীৰ পৰা হয় বুলি খ্যা, এতেকে) বাপেকৰ নিশ্চয় নথকা সন্তান, জহৰা; যেনে, অমুকীয়ে বাওকণী এটা পৰিছে, (পৰিহাসত ), বাঙ,