পৃষ্ঠা:হেমকোষ.pdf/৬৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬৮ বহিৰ্ভূত এতেকে (অসমীয়াত) মলৰ দ্বাৰ, পোকৰ, a gateway, tlie anus. বহিৰ্ভূৎ, বি. (সং. বহিৰ্ভূত—হিঃ, বাজ+ ভূত, হোৱ-ভূ, হ) বাহিৰ হোৱা, বাহিৰ ওলোৱা; বাজ কৰা, দূৰ কৰা; যেনে, সি সমাজৰ বহিৰ্ভূত হৈছে, come out, expelled. বহিষ্ক, বি. ( স. বহিস্কৃত-বহিঃ, বাজ + কৃত, কৰা—ক, ক) বাহিৰ কৰা, বাজ উলিয়া, আলগ কৰা, expelled, ex• cluded, excepted. বহী, স. শ. ( হিং, ৰং, বহী, কিতাপ) কোনো কথা লিখিবৰ কাৰণ ওপৰে, লে ঢাকনী আৰু ভিত বা মূৰত সিয়নি দি একে লগ কৰা কিছুমান কাকত; হিচাব লিখা কিতাপ, a look for writing in, an account Look, a register বহু, বি. (সং. বহুবহু বৃদ্ধি পা} অনেক, অধিক, সৰহ, many, inuell. বহুতু, বি. (সং. বহু; হিং, বহুত, ঐ) অনেক, বিস্তৰ, nany, much. স. শ. অনেক লোক বা বস্তু; যেনে, বহুতে কয়, ভাত বহুত আছে, many persons or things. বন্ধুত্ব, গু. শ. {সং. } প্ৰচুৰ, আধিক্য, abundance, বদৰ্শিতা, , শ, { তললৈ চোৱা) অনেক দেখি, শুনি আৰু ভুগি লঙ জ্ঞান, experience. বহুদৰ্শী, বি. (সং. বহুদশি--বহু, বিস্তৰ + দৰ্শিন, দেখা—দৃশ, দেখ বিস্তুৰ দেখি, শুনি আৰু ভুগি জ্ঞান লতা, জ্ঞানী, experienced, practically wise, না, স, শ. (অৎ, বহু, উপবেশন কৰ) হাতীৰ ডিঙ্গিক মাউত বহা ঠাই; অসমীয়া নাৱৰ গুৰিয়াল বা বঠা বাওঁত বহা ভাগ, that part of the neck of an ele phant on which the driver sits, that part of au Assamese boat on which the steersnian ur the rower's sit. বহুনায়কীয়, বি. (সং, বহু, অনেক+নায়ক, তাধ্যক্ষ ) অনেক অধ্যক্ষ থকা, অনেকে আপোন আপোন ইচ্ছা মতে চলোৱা; যেনে, বহুনায়কীয়া কাম ভাল নয়, supurintended or directail inlopen- dently by many persons. বহুবচন্, স. শ. (সং. বহুবচন-বহু, তাধিক + ৰচন, বাক্য) (ব্যাকৰণত} এটাতকৈ অধিক অৰ্থ বুজোৱা শব্দৰ বা ধাতুৰ ৰূপ, the plural nuber. বহুবক্কী, বি. (সং. বহু, অধিক +ৱন্তু, ভা, বহুভাষী, কথা ক) বহু কথা কোৱা, বৰ yf, talkatire, garrulous. বহুমূলীয়া, বি. বহুমূল্য, valuable. বহুমূল্য, বি. (সং. বহুমূল্য-বহু, অধিক + মূল, বেচ} বহুত বেচ লগা, অধিক ধন 5$, precious, valuable. বহুৰূপী, বি. (সং. বহুৰূপিন্-বহু, অনেক +ৰূপিন, আকৃতি ধৰা) নানা আকাৰ ধৰা বা বেশ লোৱা, assuming various forus at pleasure. 7. *. aina মনত সন্তোষ জন্মাবলৈ নেক আকুতি ধৰি নানা ভাষাৰে কথা কওঁ, a unirlic, a lutfoton. (স্ত্ৰী) বহুপি। বহুল, বি. {স বহুল, বহু, বিস্তৰ) বিস্ত, অনেক; বিবিধ; বিস্তৃত, ব্যাপ্ত; যেনে, কথাটো বহুল হৈ পৰিছে, micell, abundant, widespreal. বহুল-পৰিমাণে, ক্ৰি. বি. অধিকৰূপে, সৰহকৈ, abundantly. বহুৱা, স. শ. (সং. বহু, বিবিধ ) মানুহৰ মনত ৰং লগাবলৈ বিবিধ প্ৰকাৰৰ ভাও লোৱা আৰু অনেক প্ৰকাৰে কথা কোৱা মানুহ, বহুৰূপ, a mimic, a buftoon. বহুৱা, স. বা. (অৎ, বহু, উপবেশন কৰু, নিবাস কৰু) উপবেশন কৰা, আসনত স্থিত ক; যেনে, ভকত বহুৱাইছে; স্থাপন কৰ, ভালকৈ খুৱাই থ; যেনে, আখাত চৰু বহুবায়; বসতি কৰা বা পাতৃ; যেনে, মোদাৰে ৰায় বহুৱায়; হেঁচি ভালকৈ সুমা বা দ; যেনে,