পৃষ্ঠা:হেমকোষ.pdf/৬৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বনা বসতীয়া কৰ মানুহে নিবাস কৰা ঠাই, মানুহ থকা 473, an ļipliabited plare, a settle- ment, a residence. সতীয়, বি. (সং. বস, বাস ক) আনৰ পটাৰ মাটিত থকা বা আনৰ পটাৰ মাটি খোৱা; যেনে, বসতীয়া মানুহ, ocenjoy- ing another person's lease hokl. স, শ, আনৰ পটাৰ মাটি উপভোেগ fiato, a sub-tenant. বসল, স. , ( সং, ৰসূন—স, কাপোৰ পি) কাপোৰ, গাৰ আৰবণ, a cloth, clothing. বসন্ত, স. শ. { সৎ বসন্ত, প্ৰম কৰ; এই কালত মত তিৰোতাৰ প্ৰেম বাড়ে, এতেকে) এক ঋতু. চত বহাগ, the season of spring বসন্ত, স. শ. (সং. বসুৰ বধ ক? গুটি ওলোৱা বোগ, তাই সকল, small- MX, বসু, স. শ. (সং. বসু-স্, বাস কৰু ) অষ্টবসু" see. বসুদেৱ, স, শ, কৃষ্ণৰ বাপেক, the father of Krishna (Dowson). বসুধা, স. শ. {সৎ বসুধা, বসুন্ধৰা-- বসুন্ধৰা, সুে, ধন, ধাৰণ কৰ; সকলো ধন সম্পত্তিৰ ঠাই, এভোকে) পৃথিৱী, tbe carth. বসুন্ধৰী, “বসুন্ধৰ শব্দৰ অপভ্ৰংশ। বসুমতী, স. শ, { সং. বসুমতী-সু, ধন) পৃথিৱী, the earth. বক্ত, স. শ. (সং. ৱস্তু-- ৰস, বাস ক} দ্ৰব্য, পদাৰ্থ, জীয়া জস্তুত বাজে জগতৰ আন সকলে অংশ, সম্পতি, tling, natter, substance, property. বস্তু-বিচাৰ, স. শ. { সং. বস্তু, ঐ+বিচাৰ, বিবেচন) জগতৰ ৰবিলাকৰ কাৰণ, গুণ আৰু এটাৰ সৈতে আনটোৰ সম্বন্ধৰ আলোচনা, পদাৰ্থ বিদ্যাৰ অভ্যাস, physical science. , ৰ, স. শ. ( সং• শা, কাপোৰ পিন্ধু ) • কাপোৰ গাৰ আবৰণ, a cloth, clothing বহু ত. ধা. {সৎ, স, উপবেশন বা নিবাস কৰ } উপবেশন ক, আসন ল; যেনে, পীৰাত বহিছে; নিবাস কৰ, ঘৰবাৰী লৈ থাক্; যেনে, কিছু মানুহ বহিলে হাবিও গাওঁ হয়; বিয়া নকৰাকৈ কোনো পুৰুষক স্বামী ভক্তি তাৰে সৈতে নিবাস কৰ; যেনে, অমুক অমুক বহিছে; দাব, তললৈ যা, নত হ; যেনে, হেঁচিলে ঠিলা বহে, ভৰি দিলে ঢিলা মাটি বহে, to sit duwa, to be seated, to live with a mau as his wife without marry. ing hin, to sink or settle. ব, স. . ডো গছৰ গুটি, a kind of fruit, বৃহত্ত, বি. (অ. বহাগ, বৈশাখ } বহাগৰ, 47910 tot, born or produced in Baisakh. { স. বসত—নিবাস বহতীয়া, কৰণ) আগৰ কালত অসম দেশৰ ডাৰ লোকৰ খাতৰ মংটি পাই তাতে খাকি কাম কৰা মানুহ, তেল; খাত বেচিলে কোৱালো বেচা গৈছিল, & serf, a land tenant bound to work for the proprietor of the estate, and sold along with the estate, বহন, কদ, স. (অং. বহু, উপবেশন ক ) বহা বা আসন লোৱা কাৰ্য, the acf of sitting . বহন, কৃদ স. (সংবহন—ৱহ, দাঙ্গি লৈ যা} দাঙ্গি লৈ যোৱা বা গাত লৈ ধৰি থকা কাৰ্য, ধাৰণ; যেনে, ভাৰীয়ে ভাৰ বহন কৰে, অনন্তে পৃথিৱী বহন কৰিছে, the act of carrying, supporting or holding. বহনা, স. শ. {সৎ ৰসূ, প্ৰেম কৰ মৰম, চেনেহ, প্ৰীতি; যেনে, তালৈ ৰহনা লাগে; এতেকে, মৰমৰ মানুহ, প্ৰিয় লোক (স্ত্ৰী. পুং); যেনে, বুক বহন!, love, affection, a heloved person.