পৃষ্ঠা:হেমকোষ.pdf/৬৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বলিকয়া। ৰাতি oblation, a wrinkle or skin shri- volled by old age, a king of the Dailyax (Robinson). বলিকটীয়া, স. শ. দেৱলৈ উৎসৰ্গ কৰা জন্তু আদি কাটাতা, one who iinmo- lates a victim offered to a deity. বলিদান, স. শ. (সং. বলিদান--বলি, উচৰ্গা জন্তু আদি+দান, দিয়ন) দেৱতালৈ জন্তু আদি উচৰ্গা কাৰ্য, the art of offering a sacrifice. বলিয়া, স. শ. এবিধ মাছ, a kind of Gisli. বলিয়া, বি, {সং. বাতুল; বং, বাউল, উন্মত্ত) উন্মত্ত, পাগল, mat, crazy. স. শ. উন্মত্ত পুৰুষ, a had man. (স্ত্ৰী) বি. স. শ. বাউলী। বলিয়া তিয়া, কাণৰ পৰা ৰস বৈ উন্মত্ত হ, মদবাৰি কবু (হাতীত খাটে); যেনে, ৰজাৰ হাতীয়ে বলিয়া তিয়াইছে, to rut, (as an animal). বলিয়ালি, ও, শ. বলিয়াৰ কাৰ্য ৰ স্বভাৱ, TEC, madness. বলিষ্ঠ, বি. (সং. বলিষ্ঠ-বল, শক্তি) বৰ বলা, অধিক বলবন্ত, Yety strong, vigorots. (স্ত্ৰী) বলিষ্ঠা। বলী, বি. {স. বলি-বল, শক্তি+ইন) শক্তিমন্ত, বল থকা { স্ত্ৰী, পুং ); যেনে, বলী পুৰুষ, বলী ভিৰোতা, strong, vigorous. স. শ. বলৱান বা ক্ষমতাৱন্তু পুৰুষ বা তিৰোতা; যেনে, বলীয়ে বল PC, a strong or powerful person. বলী, বি. ( স. বলী, ঐ} বৰকৈ বুদ্ধি পোৱা; যেনে, ধানড বন্দী হৈছে; সাৰুৱা ( মাটি ); যেনে, বলী মাটি, thriving, (as a crop), fertile. বলীকৈ, ক্ৰি. বি. অধিকৰূপে, সৰহকৈ, abundantly, plentifully. বী-দানী, বি. বদান্য, অধিকৰূপে দান pal, bountiful, munificent. বনুকা, স. শ. (সং, বালুকা, বালি) বালি চাপৰি, নৈৰ দাঁতিত বা মাজত ওখ হৈ ওলোৱা বালি; সাগৰৰ দাতি, a sand- bank, the seashore. বস্কল, স. শ. (সং. স্কুল-ল, বেষ্টন কৰ) গছৰ ছাল, ফলৰ বাকলি, the bark of a tree, pecl, rind. বলুি, স. শ. {সং. বল্মীক বা বস্মিক বল্মী, ৱল, ঢাকি ধৰু ) উই হাঁফলু, an ant-hill. বল্ল, বি. (সং, বল্লভৱল্প, ঢাক} প্ৰিয়, চেনেহৰ, মৰমৰ, beloved, deay. স. শ. প্ৰিয় লোক, বন্ধু; যেনে, ৰাধাৰ বল্লভ, a heloved man. (1) f. 7. . বল্লভা। যশ, বি. (সং. বশ--শ, বাঞ্ছা কৰ; আনৰ ইচ্ছাৰ অধীন, এতেকে) অধীন, তলতীয়া, পৰাজিত, মোহিত, subtled, sul- jugato, obedient, charmed. বশত, গু. শ, (স.) অধীনতা, তলতীয়া cota 1734, submission. বশম্ব, বি. (সং. বশংবদ—ৱশ, অধীন+ৰদ, ক; বশ বুলি স্বীকাৰ কৰ) অধীন স্বীকাৰ কৰা, আজ্ঞা অনুসৰি চলা, suhinissive, obedient. বশবৰ্তিতা, স. শ. (সং. বশবৰ্তিত) বশবৰ্তী হোৱা অৱস্থা, submissiveness. বশবৰ্তী, বি. (সং. ৱশৱৰ্ত্তিন-ৱশ, অধীন+ ৱৰ্ত্তিন, থকা) অধীন হৈ থকা, তলতীয়া, ottaa sata, submissive, obedient. বশিষ্ঠ, “দেৱৰ্ষি” চোৱা। বশীকৰণু, স. শ. (স.) বশ বা মন্ত্ৰাদি দ্বাৰা মোহিত কৰণ, the act of sabdu- ing or enchantinggr. , বশীকৃত, বি. (স.) বশ হোৱা, অধীন হোৱা; ঔষধ বা মন্ত্ৰৰ দ্বাৰা মোহিত, subjeeted, hewitched, enchanted. বশে, ক্ৰি. বি. অধীনে, তলতীয়া হৈ বা কৰি; যেনে, লোক বশে থকা মানুহ, under or iu snbordination. . ব, বি. বশ কৰিব পৰা; বশ, অধীন, ন, docile, submissive. বসতি, স. শ. (সৎ বসতি-স, নিবাস