পৃষ্ঠা:হেমকোষ.pdf/৬৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৰ্ষা। 188 বলি বৰ্ষা, স. শ. (সং. ৱৰ্ষা-বৃষ, ঐ বাৰিষা, বৰষুণ হোৱা কাল, এক ঋতু, শাওণ, ভাদ, the rainy season. বহমথুৰি, স. শ. (সং. ব্ৰণ, পাত + অং. খুৰি, পাতৰ চুপহি ) এবিধ গছৰ ঘুৰি পাত বা চুপহি, এক মোলৰ লগত বা শুদাই চোবালে ওঁঠ আৰু জিভা কলা পৰে; তাৰ গছ, a kind of tree and its loaf bud. বল, অ, ধা. {সং. বল, গতি কৰ) বতাহৰ দৰে চল; যেনে, বতাহ বলিছে, to loy, as wind. স. ধা, পিটি বা টানি দীঘল কৰ; যেনে, কমাৰে লো বলে, শিপিনীয়ে TUY 09, to lengthen, by beating aa metal or by drawing as thread. ব, স. শ. (সং. বলব, জী বাকৃ} গাৰ শক্তি; পৰাক্ৰম; ক্ষমতা, strength, power. বৰ কৰ, বলেৰে কাম কৰা; যেনে, সি নাহিলে মই ভাক বল কৰিব নোৱাৰো, { free, to compel. বল দি, কোনো বস্তু উনাত বল ব্যৱহাৰ কৰ, বলেৰে টান; যেনে, বল দে বা বল দি 041, to draw or drag with forec. বলকৃ, অ, ধ· (স, ল্ক, কথা ক) বক্, অৰ্থহীন কথা ক, বহুত অকামিলা কথা ক; যেনে, বলিয়াই বলকে; সি কি বল- fpts that caratfa, to rave, to prate, to babble. বলকনি, স. শবকনি, অৰ্থহীন কথা, rav ings, babble. বল, স. শ. (সং. বলীৱৰ্ধ; হিং, বং বলদ, ষাঁড়) কী খুনি বা কাঢ়ি নপুংসক কৰা গৰু, an ox, a bullock. বলদায়কৃ, বি. (সং, বলদায়ক—বল, +দায়ক, দিয়া) শক্তিকাৰক, strength- ening. বল, স. শ. (হিং. বং, বলদ, ষাঁড়), বলদ পৰু ( অপ্ৰচলিত ); (অণ্ডকোষ বাড়ৰ মিচিনা হয় এতেকে) অণ্ডকোষ ডাক্তৰ cea catt, a bullock, bydrocele. fq. ভাগৰ অণ্ডকোষযুক্ত, অণ্ডকোষ উহা catre, affected with the above. বলধি, স. শ. এবিধ বিদে ডাঙ্গৰ বলদ, an up-country bullock. বলভদ্ৰ, স, শ, কৃষ্ণৰ ককায়েকৰ নাম, বলৰাম, the elder brother of Krishna (Dowson). বলয়, স. শ. { সৎ, ৱলয়—ৱল, বেষ্টন কৰ, হাতৰ ঠাৰি মেৰাই থাকে, এতেকে } এডলীয় খাৰু, a bagle or 01110- mental ring worn upon the wrist. বলৱৎ, বি. (সং. বলৱৎ—বল, শক্তি) দৃঢ়, ডাঠ, অলৰ, firin, ausliaken. বলৱন্ত, বি. বশী, বলযুক্ত, শক্তিমস্ত; বলৱান, দৃঢ়, boxerral, strong, firm. সমা---বলৱ, বলৱন্ত, বলৱন, প্ৰখম- টো শব্দৰ পৰা পাচৰ দুটা ওলাইছে, কিন্তু সি কাৰ্য্যেৰে ৰলী, আৰু ই দুটা গা আৰু কাৰ্য্য উভয়েৰে বলী বুজায়; যেনে, তোমাৰ কথা বলৱৎ; তেওঁ বলৱন্ত বা বলৱান মানুহ, তেওঁৰ কথাও বলৱান। বলবৎ মানুই এনে নহয়। বলা, স. বা. { অং, বল, দীঘল কৰ আনৰ দ্বাৰা পিটাই বা টনাই দীঘল কৰা, to cause to be lengthened by lacing beaten or drawn by another. 7. 47. “ বল” চোৱা। বলাই-ঘটাই, কাৰ্য্য কৰিবলৈ উদগাই; যেনে, তা বলাই-ঘটাই পঠিয়াই দিছে, coaxing and weedling. বলাৎকাৰ, স, শ, {স, বলাৎকাৰ—বল, শক্তি + অ, গতি কৰ+কাৰ, কৰণ; বলৰ ব্যৱহাৰ কৰণ) বলেৰে কাম কৰোৱা কাৰ্য; যেনে, সি নগলে বলাৎকাৰ কৰিব নোৱাৰোঁ; বলেৰে স্ত্ৰী সম্ভোগ

    • 1, compulsion, rape.

বলি, স. শ. (সং, বলিব, বধ কৰ} দেৱতালৈ উথসৰ্গ কৰা জন্তু। এতেকে দেৱতালৈ উচৰ্গা আন বস্তু; গাৰ শশা টোৰ পৰা ছাল; এজনা দৈত্যৰ ৰজা, the sacrifice of an animal, an