পৃষ্ঠা:হেমকোষ.pdf/৬৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৰ্তমান পৰা মানুহ প্ৰায়ে নবৰ্তে, to last, to cscape from a danger. বৰ্ধমান, বি. (স বুৰ্তমান-ই, সহ) জীয়াই থক, জীৱিত; যেনে, অমুক বৰ্তমান আছে; হৈ থকা; আগত থকা, living, existing', present. 1. def (ব্যাক, এতিয়া হৈ থকা কাল, the present tense. . বৰ্তুল, বি. (সং. বলত, বৰ্তমান হ) ঘূৰণীয়া, গোল, rougl. বৰ-থেকেৰা, “থেকে” চোৱা। বৰদৈচিলা, স. শ. বহাগৰ বিহুৰ অলপ বদৈচিলা, আগে বা পাচে, আৰু কেতিয়াবা দুয়ো সময়ত হোৱ ভাঙ্গৰ ধুমুহা। সাধাৰণ মানুহৰ মতে বৰদৈচিলা নামেৰে এজনা দেবী বিহু খাবলৈ মাকৰ ঘৰলৈ আৰু ভাৰ পৰা উলটি যাওঁতে তেওঁৰ পাখিৰ কোবত এই ধুমুহা জন্মে, a great storm immediately preceding or follow- ing tle: (huil Soukronti supposed to be caused by a goddess named Barlaichila. বৰদোৱা, স. শ. এবিধ সৰু মাছ, a kind of small fish. বৰ্ধক, বি. (সং. ৱৰ্ধক--ধূ, বাঢ় ) বঢ়োৱা, ভাঙ্গৰ বা অধিক কৰা, causing to increasc. . বদ্ধ, কুদ, স. আপুনি বঢ়া বা লোকক বঢ়োৱা কাৰ্য্য, the act of growing of thriving or causing to grow or thrive. . বৰ্ধনশীল, বি. বাঢ়ি যোৱা, ক্ৰমে ডাঙ্গৰ হোৱা, gradually increasing. দ্ধি, কদ, বি, বঢ়া, ডাহৰ হোৱা; বঢ়োৱা, ute #1. increased, caused to increaso. বৰু-পা, বৰু-পাত্ৰ গোহাই, শ্ৰেষ্ঠ + পাত্ত, মন্ত্ৰী। অসম ৰজাৰ তিনি জন মন্ত্ৰী শেষ জনা, the last of the three royal ministers of the Assam Rajas (Robinson). বৰ্ষ বৰফুটীয়া, বি. মিহি নোহোৱা (বালিত et ), coarse, as sild. ব-বগু, স. শ. ডাঙ্গৰ জাতিৰ বক চৰাই, the largest kind of paildy bird. বৰুৱা, স. শ. পুৰণি অসমৰ এজনা ডাঙ্গ বিষয়া, গোচৰ সোধা তেওঁৰ কাম আছিল, an ufficer under the Assam king exercising the powers of Civil aud Sussions Judge. বৰ-বাঘ, স. শ. টেকীয়া পঞ্জীয়া ( সকলো বাঘৰ ভিতৰত সি ডাঙ্গৰ, এতেকে), a tiger. বৰ-মা, স. শ. (সং. ৱৰ, শ্ৰেষ্ঠ+ মা, আই) বৰ আই, পিতৃৰ ককায়েকৰ ভাৰ্য, the wife of a father's elder brother, বৰ-মূৰীয়, বি. ভাঙ্গৰ মুৰযুক্ত; যেনে, বৰ- মূৰীয়া পৰুৱা, প্ৰধান; যেনে, গাৱৰ বৰ-মূৰীয়া মানুহ, having a large head, porincipal. স. শ. প্ৰধান বা ঘাই মানুহ। যেনে, “বৰমূৰীয়া যি পোনে যায়, আন- বোৰ সেই পোনে ধায়,” a principal or leading man. বমো, অ, ধা: দ-বৰষুণত থকাৰ কাৰণে বৰ্মোহ, পচি মুমুৰীয়া হ; পচি ভেঁকুৰ, to rot, to be millewed. ব-শোক, স, শ, (সং. ৱৰ, শ্ৰেষ্ঠ+ লোক, মানুহ ডাঙ্গৰ মানুহ, ধনী আৰু মা Cat, grcat man, a rich and l'espectable man. বৰুলোকালি, গু. শ. বৰ-লোকৰ স্বভাৱ বা আচৰণ, বৰাই, the state or conduct of a great nian. বৰ্ষ, স. শ. (সং, ৱৰ্ষ, পুষ্ট ক) বছৰ, বাৰ মাহ; (হিন্দু শা.) পৃথিবীৰ নগৰ এগ, সেইবিলাকৰ নাম,-কুৰু, হিৰন্ময়, ৰমণ, ইলা, হৰি, কেতুমালা, ভা, fras, 579, H year, one of the nine divisions of the earth. বৰ্ষণ, কদ, স. (সং. ৱৰ্ষণ-বৃ, পানী ছটিয়া) বৰষুণৰ পঙন, বৰষুণ হোৱা কাৰ্য, the act of raining,