পৃষ্ঠা:হেমকোষ.pdf/৬৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৰ-গিৰী। ৩৪২ বৰ্ত। 1 little বগিৰী, স, শ. { অং. বৰ, বয়সে ডাঙ্গ+ গিৰী, মানুহ) গাৱৰ বয়সীয়া মানুহক দিয়া উপাধি; (কামৰূ.) জেঠেৰি, something given to a village clder; a wife's elder brother (Kamrupi). বৰ-গগাহাঁই, স, শ, অসম ৰজাৰ তিনি জনা 3 fedts way, the second of the thrce ministers of the Assam Raja (Robinson). বৰ-ঘৰ, স. শ. (সং. ৱৰ, প্ৰধান + ঘৰ, গৃহ) গৃহস্থ শশাৱা আৰু মূলাৱান বস্তু COY 7 54, the house in wbiche the owner sleeps and ralvalle things are kept. বৰ্জ, স. . ( সং, বৃ, ভাগ কৰ) ত্যাগ কৰ, এৰ; যেনে, এটাক বৰ্জি সকলো- বিশাক আনা; পা বা অশুচি বুলি লগৰ বাজ কবু, বাছ; যেনে, পাপক ATCH , to exelnde, 10 exempt. to excommunicate. বৰ্জন, কুদ, স. {সং, ৰৰ্জন) ত্যাগ কৰণ, বজা বা এৰা কাৰ্য; কোনো এক সমাজৰ

    1. *#4, exception, exclusion, (x-

communication. বৰু-জনা, স, শ. {স ৰৰ, শ্ৰেষ্ঠ + জন, মানুহ) জেঠাত, স্বামীৰ ককায়েক, a husband's elder brother. বৰ্জনীয়, বি. (সং, বৰ্জনীয়—জ, ত্যাগ কৰ } ত্যাগৰ মোগ্য; অশুচি বা পাপ ha afat all, fit to be escludert, excepteel, excommunicated, বজি, দ. বি. (স”. বৰ্জিত-জ, ত্যাগ ক) ভাগ কৰা, এৰা; পাপী বা অশুচি বুলি সঙ্গৰ ৰাজ কৰা, ৰছা, excepted, excluded, excommumicated. বৰ্জ্য, “বৰ্জনীয়” চোৱা। বৰ-টোকোলা, স. শ. {সং. ৰব, ভাঙ্গৰ + অং. টকল, উদ; তাৰ মূৰৰ মাজ ভাগ টকলা, এতেকে) এবিধ দীঘল চুটীয়া মাছ আদি খে তাৰ চৰাই, the adjutant. . বৰ্ণ, স.. শ. {স- বৰ্ণৱৰ্ণ, চিত্ৰ ক} বৰণ, ৰঙ্গা কলা আদি; আখৰ; জাতি; যেনে, বামুণ, শূদি ইত্যাদি, a color, a letter of the alphabet, a caste. বৰ্ণক্ৰম, স, শ, (সং. ৱৰ্ণ ক্ৰম---বৰ্ণ, আখৰ + ক্ৰম, শ্ৰেণী) বৰ্ণমালাৰ আখৰবিলাকৰ যাৰ পাচত যিটো হব লাগে সেইৰূপে Falchet, the order of the alphabet, alphabetical arrangement. বৰ্ণন, কদ, স. (সং. বৰ্ণন—ৱৰ্ণ, বিস্তাৰিত ৰূপে ক) বৰ্ণেৱা কাৰ্য, বিস্তাৰিতৰূপে Flat, the act of describing. বৰ্ণনা, স. শ. বিবৰণ, বিস্তাৰিতৰূপে কোৰ 211, a descriptiou, a narration. বৰ্ণনীয়, বি. বৰ্ণবৰ যোগ্য, বিস্তাৰিত্ৰৰূপে কব লগীয়া, fit to le {lescribed. বৰ্ণবিন্যা, স. শ. (সং. বৰ্ণবিন্যাস বৰ্ণ, আখৰ + বিন্যাস, শ্ৰেণীবদ্ধ কৰণ) শব্দ- বিলাক শুদ্ধ আখৰেৰে লিখিবৰ নিয়ম; ব্যাকৰণৰ যি ভাগত সেই নিয়ম থাকে, CH3 stst, spelling, the part of grammar which treats of the art of writing words correctly. বৰ্ণমালা, স, শ, (সং. বুৰ্ণমালা-ঝৰ্ণ, ধৰ + মাল, শ্ৰেী) কোনো এক ভাষাৰ এটা শ্ৰেণী লগাই লিখা সমুদায় আখৰ, the alphabet. বৰ্ণসঙ্কৰ, স. শ. (সং. ৱৰ্ণসঙ্কৰ----ৱৰ্ণ, জাতি + সঙ্কৰ, মিহলি) মিশ্ৰ জাতি, এজাতিৰ মতাৰ আৰু আন এজাতিৰ তিৰোতৰ পৰা হোৱা মানুহ, বৰীয়া, a person al" caste of mixed origin. বৰ্ণা, স, ধ. (সং. বধূ, বিবৰণ ক) বিস্তাবিত ৰূপে ক; যেনে, গুণ বৰ্ণাইছে, to describe বণিতু, ৰূদ. বি. বৰ্ণনা কৰা, বিস্তাৰিতৰূপে 6171, described. ব, অ, ধা- (সৃৎ, ভূত, বৰ্তমান থাক্ ) টিক, নমৰাকৈ বা নষ্ট নোহোৱাকৈ থা; যেনে, সালৰ বঁটা বহুদিন বৰ্তে; ৰক্ষা পা, সঙ্কটৰ পৰা সাৰ; বেলে, অহলীত