পৃষ্ঠা:হেমকোষ.pdf/৬৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বমি। কোনো এক নিৰূপিত কালৰ নিমিত্তে বা ধাৰ শুজিব নোৱাৰে মানে খাটিবৰ নিয়মেৰে চাকৰ হোৱা মানুহ, বন্ধু, one who borrows money binding himself to serve his creditor as a servant for a certain length of time or until the debt is paid off. T. ধ, আনক নিযোজন কৰি বা চি কৰোৱা অৰ্থৰ বন্ধু ধাতু; যেনে, কুলীৰ হতুৱাই বাট বন্ধাইছে, ৰজাই আলি বন্ধায় ইত্যাদি, “বান্ধ” চোৱা, the causal form of verb aty, which sce. বন্ধু, স. শ. (সং. বধু, বান্ধু, মৰমৰ ডোলৰে বন্ধা যায়, এতেকে) সখি, সুদ, লগৰীয়া, ficatat cy®, a friend, a companion. বন্ধু, শু. শ. বন্ধুৰ সম্বন্ধ, বন্ধু হৈ থকা অৱস্থা, friendship, বন্ধু, স. শ. (“বন্ধু” চোৱা) বন্ধ, one who binds one's self to serve in payment of a debt. বি. বন্ধা হোৱা; যেনে, বন্ধুৱা মানুহ; ধাৰত আবদ্ধ (মাটিত খাটে); যেনে, বন্ধুৱা মাটি, engaged as above, niortgaged, as lanıl. ব, বি. (সৎ বধু, ৰোধ কৰ} বাজী, সন্তান প্ৰসৱ নকৰা, barren, স, শ. fra fecatel, a barren woman. ব-পতি, স. *. (সং. ধনপতি, হাবিৰ গৰাকী। বন-জী, বাঘ, a tiges. বন্-পিঠা, স. শ. {সং. পিষ্টক—হাবিৰ পিঠা; সি পকিলে পিঠাৰ নিচিনা হয়, এতেকে) কপূমৌ, a kind of fruit and its tree. বন্-ফুল, স. শ. (সৎ, পুষ্প, বিৰ ফুল) হাবিত আপুনি হোৱা ফুল, wild flower. বাৰি, স. শ. ( অণ, বন, কাম+বাৰি, অমুক,} কাম কাজ, work, business, {মৌখিক)। বনবিৰলী, স শ. (সৎ, বননিৰাল, হাবিব মেকুৰী) বনৰীয়া মাইকী মেকুৰী, a wild she-cat বন-বোলা, স. শ. (সং, ব্ৰন, হাবি+ অং. বোন্দা, মত মেকুৰী) বনৰীয়া ম মেকুৰী। মতা বা মাইকীক বিশেষকৈ নকৈ কেৱল বনৰীয়া মেকুৰীক ৰুজীব লাগিলে এই শব্দ ব্যবহৃত হয়, ৭ wild he-cat, a wild cat in general. বন্-ভোজ, স, শ, (স’, ৱনভোজন, বনত কৰা আহাৰ। অনেকে গোট খাই কোনো মানুহৰ ঘৰত বাজে আন ঠাইত খাই বৈ pat teata, a picnic. বমল, স. শ. এবিধ বনৰীয়া গছ, তাৰ পাতেৰে গোসাই সকলে শিক্ষক দিয়া মালা stery ata, a kind of wildl plant. বন-মানুহ, স. শ. {সং. ৱন্থমনুষ্য, বনৰীয়া মানুহ) এবিধ লেজ নথকা বান্দৰ, an ape. বন্ত, বি. (সং. ন্য, ৱন, হাবি) হাবিলীয়া, wild. বৰৌ, স. শ. {সং. নৰোহিত, এবিধ জন্তু) কেমটাই, বৌমাছৰ নিচিনা বাকলি- যুক্ত এবিধ চাৰিঠেঙ্গীয়া জন্তু, a gango- lin, or ant-cater. বনস, স. শ. (সং, ব্ৰন, হাবি+সট, চৰাইৰ জ) চৰাইৰ জৰ নিচিনা ৰঙ্গা ফুল-ধৰা এবিধ বনৰীয়া গছ, a kind of wild plant. বন্-হালধি, স. শ. (সং. ৱন্থ-হৰিত্ৰ, হাবিৰ হালধি) কেঁতুৰি, the vill turmetic. বপুৰা, স. শ. (অ. বাপা, লৰাক মৰমেৰে মতা মাত) পুতৌ কৰা মাত; যেনে, আলহী বপুৰাই বৰ ভাগৰ পাই আহিছে, a term used to express pity. বপুৰা-পুতাই, স. শ. (অ. বপু+পুতাই, পুত্ৰ) পুতৌ আৰু মৰম কৰা মাত, a term used to express pity and affection, ব, স, শ, সদাশিৱৰ সন্তোষৰ নিমিত্তে উচ্চাৰণ কৰা অৰ্থহীন মাত; যেনে, বম! মহাদেৱ! an unmeaning sound sup- posed to please Sira. বম, কদ, স, (সং. মন--, ভিয়া)

  • fcexy 445, the act of vomiting.

বমি, স. শ. ৰাতি, vomit.