পৃষ্ঠা:হেমকোষ.pdf/৬৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বগলী conta cetat cataly, the armpit, a kind of bag , বগলী, স. শ. বগ জাতিৰ মাইকী; মত নে মাইকী পৃথককৈ নকৈ সেই জাতিৰ চৰাইক বুজাব লাগিলে প্ৰায়ে এই শব্দ ব্যবহৃত হয়; যেনে, বগলীয়ে মাছ খায়, a female paddy bird. বগা, বি. (অং. বগু, এবিধ চৰাই) বগৰ নিচিনা বৰ্ণযুক্ত, শ্বেত, শুক্ল, white. (স্ত্ৰী) বগী; স. শ. বগৰ নিচিনা বৰণ, 0 774, the white color. বগ, অ, ধা. {সং. ৰ, বেঁকা হ} বুকু চেঁচবাই গতি কৰু, পেট পেলাই যা; যেনে, পৰুৱা বগায়; লতাৰ দৰে আন বস্তুৰ গাত মেৰ লৈ বাঢ়ি যা; যেনে, 550701549, to emwl, to creep, to climb, (as a viue.) 7.1. toate কৰ, উঠ; যেনে, হাতী ঘোঁৰা বগায়, to mount. বগিতা, স. শ. ( অং. বগা, শুক্ল+ তাম, এবিধ ধাতু) ইংৰাজে এই দেশলৈ অনা ৰাং-চৰোৱা লোৰ পতা, tin. বগিয়া-বগি, স. শ. { অং. বাগি) এজনে আন জনৰ বাগি ধৰা কাৰ্য, rivalry, einulation. বগুৱা, স. শ. (অং. বগা, বুকুৰে গতি কৰ) | দুই হাত আৰু দুই আই মাটিত পেলাই Fay sf, moving on all fours. বগুৱা বা, দুই হাত আৰু দুই আঁই মাটিত fostfr pa, to move on all fours. বগ-ফুটীয়া, বি. বগলীৰ ঠোটৰ দৰে দীঘল আগ জোঙ্গা আৰু অলপ বেঁকা, resem. bling the bill of a paddy bird. বগ-ডিঙ্গীয়া, বি. বগলীৰ দৰে দীঘল ডিঙ্গি- যুক্ত, long-necked. বঙ্গলা, স, শ. (বং বাঙ্গলা, এবিধ ঘৰ} এবিধ দুটুপীয়া ঘৰ, a bungalow. বঙ্গহ, স, শ, (সং ব্ৰংশ, গোত্ৰ) বংশ, একে জনা আদি পুৰুষৰ পৰা বঢ়া লোক- বিলাকৰ এজন, a race or family, a descendant of the same family. বচোৱা। বঙ্গহৰ দেও, ওপৰৰ আহমৰ শ্ৰেণীৰ ভাৰ্যাই স্বামীক মতা মাত, a term used by females of the higher classes of the duams in allrossing their husbands. বাল, স. শ. {সং ৱঙ্গ, এখন দেশ) বঙ্গ দেশৰ ইতৰ মানুহ, a love class Bengali. (স্ত্ৰী) বঙ্গালনী। বঙ্গালী, বি. বঙ্গদেশ, বঙ্গদেশত উৎপন্ন, belonging to, or produced in, JBengal, স. শ. বঙ্গালী ভদ্ৰলোক, a Bengali gentleman. (স্ত্ৰী) বঙ্গালিনী, বা বঙ্গালীনী। বঙ্গালী-এৰা, স. শ. (অং. বঙ্গালী, বঙ্গাল দেশৰ +এৰা, এবিধ গছ এবিধ ঢাপত ৰোৱা গছ, a kind of hextge plant. বঙ্গিয়া, স. শ. (সং. ৱগ, গতি ক) পথাৰৰ মাজে দি মানুহ যোৱা আলি, পথাৰত পানী ৰখা আলি, all embankment rice fickl over which people pass. ব, স, শ, কুমলীয়া মোল নষ্ট কৰা এবিধ পোক, a kind of insect injurious ty young areca nuts. ব, স. শ. (সং. চা, কথা ক, ৰুঢ় ) এবিধ দ্ৰবত দিয়া মূল; তাৰ গছ, the orris root. বচন, স. শ. (সং, ব্ৰচন, কথা ক) বাক্য, কথা; কোনো বিষয়ৰ বিধান কৰা শ্লোক; যেনে, মনুৰ বচন, speech, a text, an aphorisi. ব-চুঙ্গা, স. শ. (অং. ব, দীঘ দূতাৰ মাজে সুমোৱা জৰী + চুঙ্গা, ফোপোলা বন্ধু ) 7-661 ta, a weaver's implement. বচোৱালু, স, শ, (সং, বস্ত্ৰ, কাপোৰ} তাসম ৰজাৰ দিনত ৰজাৰ বৰ চৰালৈ যোৰ বিষয়াবিলাকে চুৰিয়াৰ ওপৰত মেৰাই কঁকালত টঙ্গালিৰে বান্ধি পিন্ধা আৰু আঁঠুলৈকে ওলমা এবিধ কপাহী কাপোৰ, a cloth worn over the waist cloth by officers of the Assam Raja, across