পৃষ্ঠা:হেমকোষ.pdf/৬৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বকনি। the inner part of the rattan or bamboo. বকনি, স. শ. বলিয়াৰ নিচিন কথা; অবা- বত কোৱা অধিক কথা; তেনে কথা CAT FÍT, raving, foolish talk, babble, the act of raving or bah- bling. . বকণি, স. শ, চুৱা পাত বা জাবৰ পেলোৱা $, a place where rubbis of any kind is thrown. বকলা, স, শ, সাচি গছৰ পৰিষ্কাৰ নকৰা ছাল; হাতেৰে লিখা পুথি ঢাকা সেই 57917 otpal, the bark of the "richi” tree before it is prepared for writ- ing, the covering of a manuscript. বকহা-বক, বি. (সং. বল্কল, বাকলি) বাকলিৰ নিচিনা অৰ্থাৎ সোৱাদ নথকা, ৰসহীন, tastless, বকুল, স. শ. (সং. কুল-কৃ, বেঁকা হ) এবিধ গছ; তাৰ ফুল, a kind of tree and its flower. বক্তব্য, বি. (সং. ব্ৰক্ত-ৰ কথা ) 79 at, fit or proper to be said. স, শ, কব লগীয়া কথা; যেনে, তোমাৰ বক্তব্য কোৱা, sily, a speech, a statement. বকৃপঞ্চক, স. শ. (সং. ৱকপঞ্চকৱক, বগ+পঞ্চ, পাঁচ; পাঁচ দিন বগেও মাছ নেখায়, এতেকে) কাতিৰ শুক্লা একাদশীৰ পৰা পাচ দিন, সেই কালত মাছ খোৱা fafia, five days from the cleventh lunar day of the bright half of Kartic. বকুল, ব” চোৱা। বক্কা, অ, ধা. (সং. ব্ৰঙ্কু; হিং, বকনা, বং, বকন; অ, ব, নিৰ্থক কথা ক ) ব, নিৰ্থক কথা ক, বল, to prate, to chatter. ব, বি, (সং. বুক্ৰ-ব্ৰ, বেকা হ) বেকা, কেঁকোৰা, crooked. বগামী, বি. (সং. গামিন--বক, বেঁকা বৰ্গ। + গামিন, যোৱা) বেঁকা হৈ যোৱা। পোন পটিয়ে নচলা, দুৰ্জন, going crook- cally, not straightforward, dis- honest. বখনিয়া, বি. ( (বং, বনা, চেউৰী গৰু পিয়ন-ছৰা, পিবলৈ এৰা গৰু মহৰ contatfoy), weaned (said of a calf). বখলা, স. শ. (সং. ব্ৰঙ্কল, বাকলি) ঘূৰণীয়া চেপেটা খণ্ড, চেপেটা, পাতল বস্তু; যেনে, ঔ-বখল, a rotunt and flat luotly, a scale. বগলা-বৃখল, বি. অনেক বখলাযুক্ত, বুখলাৰে পূৰ; যেনে, মহে খাই পিঠিখান বখলা বখল কৰিলে, অনেক বখলা কৰা, divided into many round, llat pieces, full of scalus. বখলিয়া, স. . (সং. ব্ৰক্কল, বাকলি) বাকলি হীন কৰ, বাকলি গুচা ( ফলত খাটে ); যেনে, কলা বখলিয়ায়, to peel. বখা, স, ধা. {সং. ব্যাখ্যান, ভাঙ্গি কোৱা; হিং. খন্না, প্ৰশংসা কৰণ } অৰ্থ ভাঙ্গি qal; for pl, to expound, to praise. বখিয়া, স. শ. (হিং, বখিয়া, সিয়নি) এবিধ ঘন মিহি সিয়নি, a kindl of fine stitelhingr. বগ, স. শ. (সং. বক, এবিধ চৰাই } এবিধ দীঘল চুটীয়া মাছ খোৱা বগা চৰাই; বগ জাতিৰ মত, a malo pauldy bird, “ব” শব্দ চোৱা। বগ, বি. (অং, বাগৰ, স্থিতাপি ঘৰ নথকাত অনেক ঠাইত বাস কৰি ফুৰ আপোনাৰ ঘৰ বাৰী নথকাত অনেক লোকৰ ঘৰত বা বিদেশ বাস কৰি ফুৰা (নিন্দা ), vagrant, vagabond (in contempt). বৰ্গৰি,। স, শ, (সং. বদৰী, এবিধ ফল) বৰ্গৰী, এবিধ গছ আৰু তাৰ ফল, the plum, the jujube. Zizyphus jujuba (Gamble). বগল, স, শ, ( যাৎ.} কাষলতি; এবিধ