পৃষ্ঠা:হেমকোষ.pdf/৬৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬২ ওঁতা fufa fi, to pass a needle once, to baste, , ফোৰণু, স. শ. আঞ্জাত ঘিউ বা তেল তপতাই দিয়৷ কাৰ্য্য; আঞ্জাত দিবলৈ পলোৱা fet at 07, the act of puttivg liot oil or ghee into a curry, heated oil or ghee with which a curry is scasoned. কোৰোহনি, স. শ. (ফেবোহ, জন্তুৱে নাকেৰে কৰা শব্দ) কোনো জন্তুৰে, ঘাইকৈ হাতীয়ে খগেৰে মাকে দি মা গোজৰণি; যেনে, হাতীটোৱে ফোৰোহনি মাৰি খেদি আহিল, a snorting sound made by an angry ammal. ফোক, অ, ধা, ফোচ্চ্ শব্দ কৰি উতল ধৰা যেন হ, to effervestee. কোকা-পানী, স, শ. ফোচ্ছ কৰি উতলা যেন হোৱা পানী, aeratel rate', offer- vescent watcr. ফৌজ, স. শ. (যাং.) সৈন্ঠ, কটক, an army. কৌত, বি. ( যাৎ ফোত, মৃত) মৃত, মৰ, dcast. . ফেীতী, বি. ( যাং.) মৃত ব্যক্তিৰ, মৰা মানু- হৰ সম্পৰ্কীয়; যেনে, ফৌতী মাটি, belong or relating tv a deceased person. ফৌফৌৱ, বি. নিৰস বা আঠা নথকা, শুকান fatty Sfya farfuati, dry and mealy, not sticky , labial (O), which is therefore substituted for it at the beginning of the words of which it is the initial letter. ব, স. বা. { নং. ৱা, হিং, বো আনা, গুটি সি) সিছ, ৰোপন ক; গজাবৰ কাৰণ মাটিত ছটিয়াই দি গুটিত খাটে!; যেনে, far 2015, to sow broadcast, ব, স, ধ, ন, প, কাপোৰ নিৰ্মাণ কৰ) সূতাৰে বা কাঠীৰে নিৰ্মাণ কৰ; যেনে, কাপোৰ বয়, ঢাৰি বয়, ) o' rlait, স. শ. তঁাতব বাণিৰ সূতা সুমাবলৈ দীঘৰ বোৰ বেলেগোৱা অৰী, the harness for guiding the warp tlarcads in a loun, healıls, ledules. ব তো, মাকো সুমাৰৰ কাৰণ দীঘৰ সূতা- বোৰৰ এভাগ ভল এভাগ ওপৰ কৰিবলৈ a asti, to furnish will lealda or heldles. ব, দ, ধ, ( স. ৰুহ, বহন ক) কান্ধত, মূৰত বা হাতত তুলি নি, to eat, to 1ary. অ ধা খাটু, ভূব কাম কবু, চাকৰি কৰু; যেনে, তিনি বছৰ বলে, tu do chomelic service. ব, আ. খ. {সং, ৰহ, বৈ যা) পানীৰ দৰে বাগৰি য; সেঁতৰ বা বায়ুৰ দৰে চল, to How, as rater, to blow, as vind. ব, স. শ. ( স. ৱহ, বলদৰ ডিঙ্গি) বলদৰ 5944, the shoulder of an os. বইনা, স, শ. ( যাই. বাইনা, আগে দিয়া ধন) কিনিব খোজা বস্তু নেবেচাকে ৰাখিবলৈ দিয়া অলপীয়া ধন; উকীল ৰাখিবলৈ দিয়া ধন, "angb nouey, retaining, fee paid to a pleader. বও, স, শ, তঁতৰ “ব” চোৱা। বওঁত, কুদ, স, (ব, ওপৰত চোৱা) গুটি সিটোতে; সূতাৰে বা কাঠীৰে নিৰ্ম্মো; ভৃত্যৰ কাম কৰোতা; বহন কৰোতা, one who 80WS seods, weaves plaits, or serves as a domestic, or carries burdens. (4) 2011 ব, ৰ, বৰ্ণমালাৰ তেইশ আৰু ঊনত্ৰিশ সংখ্যাৰ আখৰ। শব্দৰ আগত ৰ বৰ দৰে উচ্চাৰিত হয়; এতেকে তেনে ঠাইত তাৰ সলনি 77 ati i the twenty-third and twenty-ninth consonants of the Assamese Alphalet, ব corresponds in power to English l, and the semi-vowel a to v or u, but the latter, when it begins a word, is pronounced in Assamese as the Or