পৃষ্ঠা:হেমকোষ.pdf/৬৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কোচ কোচা বা সাপৰ শব্দ, the sound of hard breathing or of the lissing of a snake. ফেচ্ ফোচ্য, আ. . ফো ফেঁাচ্ শব্দ ক, to breathe short and hard, to liss, ফোঁটু, স. শ. (বং ফোটা, তিলক) হিন্দুৱে ধৰ্ম্ম বা শোৰ নিমিত্তে কপালত বা বৰ মাজত লোৱা চন্দন আদিৰ বিন্দু। জন্তুৰ কপালত থকা চিন, a mark magic with paint ly the Hindus on the forehead or between the cyebrows, a spot on the foreheail of an animal, a blaze. ফোটা, ফোটযুক্ত, ফোট থকা ফোটাল, (জদ্ভুত খাটে), taving the above mark on the forehead. স্টেপ, স. শ. (হি. ফোৰ্সী, চুঙ্গা) চুঙ্গাৰ বিন্ধ্য, ভিতৰ শূন্থ বস্তুৰ ভিতৰৰ শুদা ভাগ; যেনে, বাহৰ ফোপ, a. laollow, at cavity. ফোপনি, স, শ. {ফোপা, খৰকৈ চুটি উশাহ ল) ফোপোৱা কাৰ্য্য; ফেঁাপোৱাৰ শব্দ; পৰিশ্ৰমৰ কাৰণে খৰকৈ লোৱা চুটি tute, the act or sound of panting, quick breathing. ফোপা, অ. বা. (বং ফোপন, খৰকৈ উশাহ লোৰা) পৰিশ্ৰম হোৱাৰ কাৰণ খৰকৈ চুটি উশাহ ল, to pant. ফোপাউৰি, স, শ, (হিং. ফুফফাৰ, সাপৰ কোচ কোচনি) সাপে বৰ খঙ্গেৰে ডাঙ্গৰকৈ নাকেৰে কৰা শব্দ; যেনে, বিষ নথকা সাপৰ ফোপাউৰি সাৰ, a loud hissing sound of a serpent. ফোপা, স, শ, এবিধ অতি মিহি শুংযুক্ত পাতেৰে গছ, সেই শুং গাত লাগিলে ঠোৰাতে উকাৰ নিচিনা বেদনা হয়, a kind of nettle. কেঁাপাল, বি. (অং. ফোপ, মাজৰ বিন্ধা) ফোপোলা, ফোপ থকা, ভিতৰে বিন্ধা থকা ne farbai, Lollow, tubular, ফোৰ আৰ,। ফোপালি, বি. অতি ক্ষুদ্ৰ ক্ষুদ্ৰ অনেক বিন্ধা- যুক্ত; যেনে, সাগৰৰ কেন ফোপালি, porous. ফোপ-চুঙ্গা, স. শ. ( অং. ফেঁাপ, শুদা ভিতৰ +চুঙ্গা, নলা, চুঙ্গাৰ দৰে ভিতৰ শুদা) জ্ঞান বুদ্ধি নথকা মানুহ, মূখ মানুহ; যেনে, বুধিৰ ফেঁপ চুঙ্গা (পৰিহাসত ব্যৱহৃত), a blockhead, ফোপড়া, স. শ. জঙ্কোপ, গণ্ডপ। কেঁাপ-যহ, স. শ. (অ. ফেঁপ, শুদা ভিতৰ + যশ, যশস্য) নিজৰ মিছা যশস্যা, আপোনাক ডঙ্গিৰ বোলাবৰ মনেৰে কৰা নিজৰ বল, বুদ্ধি বা সাহৰ প্ৰশংসা, vainglory. পে-যহী, বি. আপোনাৰ মিছা যশস্যা প্ৰকাশ কৰা,নিজকে নিজে প্ৰশংসা কৰা, vainglorious. কেঁাহা, স, শ. (সং. স্ফোটক; হিং. বং ফোড়া, খহু) ছালৰ ওপৰত হোৱা নিচেই ক্ষুদ্ৰ খহু! সি নপকে, ভাগিলে অলপ পানী বা তেজ ওলাই শুকাই যায়, আৰু সি খুদ খহুতুকৈ পৃথক, কাৰণ খুদ খহু অনেক হয়, বৰকৈ খজুৱায় আৰু সেঁচৰে, a pimple. অ ধা, ফেঁাহা মেল, এটা খন্থৰ পৰা কেঁহাৰ নিচিনা টোপো ওলাই খহু বেছি হ; যেনে, গাৰটোৱে COPYRIETE, to brcak out in pimples. হে মেল, এটা খহৰ পৰা সৰু সৰু কেঁহাৰ নিচিনা টোপোৰা ওলাই খহু বাঢ়, to break out in pimples. ফোহোৰা, স. শ. ( ওপৰলৈ চোৱা) খহু, গত হোৱা বিষযুক্ত আৰু পক ধৰা টোপোৰা, a boil. ফো, স. শ. (হিং, ফোড়না; বং, ফোড়ন, বিন্ধা কৰণ ) বেজীৰ এখোট, বেজীৰে এবাৰ সুমোৱা বটিয়া; পাচে ভালকৈ সিবলৈ দোডোখৰ কাপোৰ লগ লগোৱা farfa, a stitch, a basting. ফোৰ মাৰু, এবাৰ বেজীৰে সূতা সুমাই উলিয়া; যেনে, আজি ফোৰ মাৰিব পৰাই নাই, ঢিলাকৈ আৰু আঁতৰা আঁতৰিকৈ