পৃষ্ঠা:হেমকোষ.pdf/৬৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফেৰ মাৰ। ফোছ ফোচনি। কোনো এজন বৰ লোকৰ সমান দেখাবৰ কাৰণ তেওঁৰ দৰে কাৰ্য কৰ, to attempt or to be ready to fight, to vie with a superior personi. ফেৰ মাৰ, অৰ্জু আদিৰ দুইও ফাল সমান কৰ, প্ৰতিযোগী হ, to balance a pair of scales, to compete. ফেৰ মেল, বহল হৈ যা, to spread out. উপশ, সংখ্যা বাচক বা সৎক্ত শব্দৰ পাচত থাকি অলপ বা ক্ষুদ্ৰ বুজোৱা শব্দ; যেনে, এফেৰা ধন, মাছ-ফে, a particle placcil after a numeral or nouu to signify small quantity. Ett ay অতি ক্ষুদ্ৰ বস্তু বুজাবলৈ “ফেৰি” হয়। যেনে, মাছ-ফেৰি। ফেৰিয়া-ফেৰি, স. শ. (অং. ফেৰ, প্ৰতি- যোগিতা। এজনে আনজনৰ সমান বা শ্ৰেষ্ঠ হবলৈ কৰা চেষ্টা; এজনে আন জনেৰে সৈতে যুজিবলৈ বা বিবাদ কৰিবলৈ Fat Gats, rivalry; emulation, a mutual contest. ফেৰুৱা, স. শ. (সং. ফেৰা; বৎ ফেউ, শিয়াল ) “কেউ কেউ" শব্দ কৰা শিয়াল; শিয়ালে বাঘ দেখিলে বা লাদিব নোৱা- ৰিলে সেই শব্দ কৰে বুলি শুনা যায়, a jackal when it utters tlie peculiar ery "fen." ফেৰেকা, বি. ( যা, ফ, বৰ) ইটোৰ পৰা সিটো যিমান দূৰ হব লাগে, তাতকৈ অধিক আঁতৰ (ঠেঙ্গত খাটে); যেনে, ফেৰেক ঠে; ঠেং বহলাই খোজ কঢ়া, পাতি ঘঁহৰ দৰে চলা, fattlier apart than usual (said of the legs ), straddling, waddling. ফেৰেকাকোলা, স. শ. (তাৎ, ফেকো, পৰস্পৰ আঁতৰ ঠেং+কোলা, নৰা লোৱা ঠাই লওঁতাৰ কঁকালৰ দুফালে দু ঠে ধৈ লৰা লোৱা কোলা, manet of carrying a child in which it is scated astride on the hip. ফেৰেকাকেৰে, স. শ. পাতি হাঁহৰ নিচিনা গতি, হেঁকে গতি, stradaling or waddling yait. ফেৰেঙ্গনি, স. শ. (যাং, কৰক, পৃথক একে ঠাইৰ পৰা পৃথক হৈ যোৱা দুটা ভালৰ এটা; যেনে, দুই ফেৰেঙ্গনিৰ মাজত; গছৰ দুই ডলৰ জোৰা, গছৰ দুটা ডাল পৃথক হৈ যোৱা ঠাই, one of two branches forking out, a fork of a trec. ফেৰে নি মেল, একে ঠাইতে দুটা ডাল ওলাই পৃথক হৈ যা, to forlk out as two branches of a tree. ফেৰ্কেটা, বি. { যা, ফৰক, আঁতৰ) একে ঠাইতে ওলাই পৃথক হৈ যোৱা (গছৰ লিত খাটে); যেনে, ফেৰ্কেটা ডাল, forking out as the branches of i trec. ফেফেৰীয়া, বি. (অ. ফেৰ ফেৰ, বতাহৰ শ) অবিচ্ছেদে চলি থকা, নেৰাকৈ বৈ থকা (বহত খাটে ), easiuss, continuous, as wind. ফেৰে কৰে, ক্ৰি. বি. ফেৰ ফেৰ বা সো সে কৰি, অবিচ্ছেদে ( বতাহ চলাত খাটে ), ceaselessly, continuously applical to win!). ফেলাই, ২. শ. ভাত খোৰ। বান, খুৰা লগোৱা ভাতৰ পাত্ৰ; এবিধ বহল তৰং চৰু, a shallow dish with a log, a shallow carthen pot. ফৈদ, স. শ. একে আদি পুৰুষৰ পৰা বঢ়া লোক সকল, বংশ, গোত্ৰ; যেনে, বৰ বৰু- atan, a family, a clan. ফৈদীয়া, বি. কোনো এক ফৈদৰ, কোনো 977*4, belonging to a particular clan or family. . অনুক, টান উশাহৰ বা কেঁচু ফোছ, সাপৰ নিচিনা শব্দ, an iroitative sound used to cxpress that of hard breathing or of the hissing of a snake. ফোচ কেঁাচনি, স, শ, টানকৈ উশাহ লোৱাৰ