পৃষ্ঠা:হেমকোষ.pdf/৬৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফেঁট, স, শ, {সং. ফুট, সাপৰ ফেণা) সাপৰ ফেণা বা কুলা, the hood of a snake. ফেঁটা, স. বা. (সং. ক্ষিটু, হিংসা কৰ) অনিষ্ট কৰিবলৈ উচটা বা লগাই দি; যেনে, চোৰ কেঁটাই চুৰ কৰায়, কুকুৰ ফেটাই কামোৰায়, to urge t() injure, to instigate, to set on. ফেঁটা, বি. (সং. ঘুট, বেলেগ বা ভয় ক ) পথালিভাৱে মোকোটা পাই আনবিলাক আঙ্গুলিৰ পৰা বেলেগ হোৱা { ভৰিৰ বুঢ়া আঙ্গুলিত খাটে); তেনে বুঢ়া আঙ্গুলিযুক্ত মানুহ, lent. crossivis and willely separated from the other toes, a person having such toe. ফুল-কটা। যেনে, স্কুলাম কাপোৰ, adonnect with figures of flowers. . ফুল-কটা, বি. ফুলৰ আকৃতিযুক্ত, ফুল কাটি শশাভিত কৰা, adorned with engraved figures of flowers. , ফুলু-চতি, স. শ. ঘাই চতিৰ ওপৰৰ সৰু চতি, an upper bcanı in a roof. ফু-ঋড়ী, স, শ, (হিং. ফুলঝড়ী, এবিধ ফুলজাৰী, খাৰৰ বাজী) এজোপা গছৰ দৰে ওপৰলৈ উঠা, এবিধ খাৰৰ বাজী, a kind of firework rising likt :: fountain, ফুল-পৰা, বি. পাতল বগা ছালেৰে আবৃত হৈ নেদেখা হে { চকুত খাটে ), filmed (said of the eye). ফুল-বছা, বি. সূতাৰে ফুলৰ আকৃতি তুলি শোভিত কৰা ( কাপোৰ }, alynet with figures of flower, as a cloth. কেউ, অনুক, ফেৰুৱাৰ নিচিনা শব্দ, ali imitative sound used to express the cry of a Jackal. ফেঁকুৰ, অ. ধা উচুপ, উচুপি কান্দ, কালোতে খৰকৈ চুটি উশাহ ল, to wob, to cry convulsively. কেঁচা, স. শ. (সং পেচক; হিং. পেচা; ব- পেঁচা, এবিধ চৰাই এবিধ সকলোৱে জনা হুহু জাতিৰ চৰাই, a barn ov. (স্ত্ৰী) ফেঁটী। কেঁচা মুৱা, বি. (অং. ফেঁচা, ঐ + মুখ, বদন। ফেঁচাৰ নিচিনা মুখেৰে, কুপ, অশুৱনি, | ugly-looking. (স্ত্ৰী) ফেঁচামুঈ। কেঁচু, স. শ. (অং. ফেঁহু, এবিধ চৰাই) এবিধ চৰাই, হে চৰাই, the forls-tailed shrike. ফেচুলুকা, স, শ, এবিধ সৰু চৰাই, a কেঁচুলিকা, kind of bird. ফেঁচকুৰি, স. শ. (সং. পিঞ্জট; হিং. পিঞ্জেট; বং. পিচুটি, চকুৰ মলি) চকুৰ মলি, discharge from the eye. . কেঁচকুৰিয়া, অ. বা. ফেঁচু-কুৰিযুক্ত হ, ফেঁচ- of cforst, to discharge, as the eye. ফেটি, স. শ. {স, স্ফীতি, সুখসম্পত্তি } ধন- সম্পত্তি, ঐশ্বৰ্য্য, বিভূতি, গলপ বস্তুক তুচ্ছ কৰিবৰ মনেৰে ব্যৱহৃত মত; যেনে, তেওঁৰ কেঁটি সোপ আমাক Cartest, wealth, riches (used iron- ically). ফেঁটী, বি. (অ. ফেট, সাপৰ ফণা) কেঁট থকা, ফণাযুক্ত; যেনে, ফেঁটী সাপ, loolel, as a snake. 7. *- T4 stot Contador, a snake-catcher's basket. কেঁটা-গোম, স, শ, {ফেঁটী, ফেঁট থকা ফেঁটী-সাপ, } + গোম, বিশাল সাপ } ফেট থকা বৰ বিশাল সাপ, tle colora, কেঁপেৰি, স. শ. সাহ প্ৰকাশ কৰিবলৈ বা আনক ভয় দেখাবলৈ দিয়া ডাবি, গেঙ্গেৰি, defiance. (চহা মাত)। ফেপেৰি পত, সাহ দেখা, ডাবি দি, to (lefy. (চহা)। ফেহ, স, শ, (সং. ফিঙ্গক; বং, ফিঙ্গা, এবিধ চৰাই) ফেঁচু চৰাই, এবিধ দুই পঁতিলৈ ঘোৰ খোৱা নেজেৰে কলা বৰণীয়া চৰাই, the fork-tailed shrike. ফেছ, স, শ. (হি. ফেলুস, নকৈ গা গৰু আদিৰ গাখীৰ) মই বা গৰুৰ পোৱালি জগ মাত্ৰেই খীৰৰ অলপ হালধীয়া