পৃষ্ঠা:হেমকোষ.pdf/৬৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কালৰি মাৰু ফাল; হুজন বিবাদীৰ এজন, এক পক্ষ; যেনে, মোৰ ফালৰ লোক,॥ tি split arunder, a siile, a direction, a party. ফালৰি মাৰ বা ফালৰি কাটু, এফলীয়া হৈ গুচি যা, আঁতৰৰে পৰা আন এফালে যা, to keep it a distance or take an- other (lirection at a distance. ফাল, কদ, স. তুই বা অধিক ফাল কৰণ, the act of tearing, &c. ফালি, স. শ. মুৰত মেৰোৱা ঠেক কাপোেৰ, a strip or cloth for wrapping round the heal, a lillet. কালে, আ. অব্য. দিশে; পক্ষে; যেনে, এইফালে, বাওঁফালে, in the flirteetion sif, on the part of. ফালেঙ্গি, স. শ, এজনৰ বস্তু অন এজন বেচি লাভ লওঁত; জন্তু বা কাপোৰ আদি সামান্য বস্তু এঠাইৰ পৰা নি অন Hyö (706fet, : broker, one who travels about with animals, clotl, &c., for sale. কালোতা, কদ, স. যি ফালে, দুফাল কৰোতা, one who tears. (1) Plato ফালফাল, বি. অনেক কলি কৰি বেলেগোৱা, যেনে, তামোলটা কাল ফাল ক, tii- vided into several strips. কা, স: শ. স. ফান---- ফনী, এটা নক্ষত্ৰ; সেই মাহৰ পূণিমত ফনী নক্ষত্ৰ পৰে, এতেকে } ফাওন মাহ, the le- venth month, lelernary-March. ফিং ফিঙ্গীয়া, বি. {সং. ফি, খ) বেগতে খ উঠা, অগপ কথাতে খং কৰা, fruick- tenpered, easily provokeil. ফি? কি কৰে, ক্ৰি. বি. ধাৰে বৈ, বেগেৰে ওলাই (তেজ পাটে); যেনে, ফিং ফি কৰে তেজ গৈছে, is a rapid stream (said of blood). কিঁচা, স. শ. মাছৰ ফান্দ, the caudal fina of a fish. ফি, অ, ধা. (সং. স্ফীত, উখ) উখহ, Hi, to swell, to become bulky. কিতাহি ফিকি উঠ, উখহ, উখহি পব; যেনে, পহুটো ফিকি উঠিছে; খঙ্গেৰে জ্বলি উঠ; যেনে, গালি পৰা শুনি ফিকি উঠিল, to se}} ap, to rouse up anger. ফিকা, স. শ. গৰাত খুন্দা খাই হোৱা পানীৰ টান কোব, গৰাৰ গতিত পৰা পানীৰ

  • ppt, a place in a river-bank against

which the current clasles violently. ফিকিৰ , শ. ( যা ফিক, আলচ) চষ্টা, CETTST, contrivance, ফিচাহিনী, স, শ. ( তাৎ, কেঁচা, এবিধ চৰাই +হেন, তুল্য) ফেঁচাৰ নিচিনা অশুৱনী তিৰোতা, গতি কদাকাৰ তিৰী, a very wyly-looking womali. ফিচি, এ, ধা. { অং. ফি, পচা কাপোৰ ফাটাতে হোৱা শব্দ অলপকৈ টানিলেই ফাট, পুৰণি কাপোৰৰ দৰে অলপ অলপ ফাট মল; যেনে, কাপোৰখান ফিচি- fæcs, lo le casily torn, is a worn out cloth. ফিচিকা, বি. অনেক ঠাইত অলপ অলপ PG1, slightly torn here and there, ফিচিকা ফিচিকি, স. শ. ফি ফি, অলপ চিচিঙ্গা ফিচিঙ্গি, অলপকৈ ঘঁহাৰ শব্দ। চকুৰ ভঙ্গিৰে কোনো কথালৈ উনুকিয়াই এজনৰ মুখলৈ আন জনে চাই মিটি fredy prít, the act of exchanging significant glances and smiles. ফিচফিচীয়া, বি. { অং. ফি, পচা কাপোৰ ফাটাতে হোৱা শব্দ। তালপকৈ ধৰিলেই ফিচিকা, ছুলেই ফটা (কাপোৰত খাটে), taşily Lern (saill of clothi). ফিটকিৰী, স. শ. {সং, স্ফটিকাৰি; হিং. বং, ফিটকিৰী, এবিধ মাটি ) এবিধ খাৰ মাটি, এবিধ পানী নিৰ্ম্মল কৰা খৰযুক্ত মাটি, alurl. ফিতা, স. শ. (পটু, ফিতীহা, হিং, বং ফিতা } কপোৰৰ দৰে বোৱা চেপেটা ot, a tape, ribbon. ফিতাহি, স. শ(সং. স্ফীত, বৃদ্ধি পোৱা) আপোনাক ডাঙ্গৰ যেন দেখাবলৈ কৰা 1 ফী ফী কৰে,