পৃষ্ঠা:হেমকোষ.pdf/৬৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাকটি কাল Coru, collector of duties upon trade. ফাকটি, স. শ. (অং, ফাকি, ছলনা) প্ৰতাৰণা, ছলনা, মিছা কথাৰ দ্বাৰা কৰা বঞ্চনা; ভাও জোৰা কাৰ্য, fretan, fearning ফাগুন, স. শ. (সং, ফান, এটা মাহ) G7*** , the eleventlı month, February March. ফাগুনা, স, শ, ফাগুন পেজা মানুহৰ নাম, the name of a man born in Plal- gn. (স্ত্ৰী) ফাণ্ডনী। ফাগুনীয়া, বি. ফাগুনত হোৱা, hotti of produced in l'haigun. যাচাং ফুচুং, বি, মিছা, ফাকি দিয়া, false, কাচ্ কুছ, file.cptive. কাটু, অ, ধা. {সং, স্কট; হিং. ফাটনা; ব, ফাটন, বিদীৰ্ণ হ) বিদীৰ্ণ হ, দুদা 9, fed , to he torn, to crack, to split. স. শ. দুফাল হোৱাৰ চিন, ফাটি দুভাগ হোৱাত হোৱা আঁক,; elick, a fissure. ফাটক, স. শ. (হি. বং, ফাটক, আটক } বনীশাল, কাৰাগাৰ, a 3rison. ফাটকিয়ল, স. শ. বন্দীয়াৰ, কয়েদী, a prisoner. কাট, কুদ, স. (শী, ফাট, দুফাল হ) দুফাল হোৱা কাৰ্য, to become fis- sured. ফাতিহা, স, শ, গণ্ডপ, গণ্ডলিকা, ভাংকোপ, অহঙ্কাৰ, boast, brag, pride or vanity, ফানটি, স, শ, ফ, a rude sort of sandal. ফানু, স. শ. (যাং.) এবিধ কাচৰ চাকি লগোৱা সঁজুলি, the shade of a lamp. কা, স. শ. ( হিং. আৰু বং. ফা খোচা) হাত ধৰ খোৰোচা, কচি; চৰাই বা পছু ধৰা যতন; এতেকে লোকৰ অনিষ্ট কৰিবৰ কাৰণে গোপনে কৰা উপায়; যেনে, শক্তৰ ফালত নপৰিবা, { ভাৰ নোমৰ দ্বাৰা সৰু চৰাই ধৰা কাল যায়, এডেকে নোমাল মেজ; যোমে, ঘোড়াৰ ফন্দি; শ্বৰ নেজৰ আগৰ নোম, মাছৰ ফিচ}, a noose, a ttap, a snare, hairy tail, the luft of hair at the end of the tail of an animal, the canal fine of a fish. ফা, অ, ধা. অনক কষ্ট পেলাবলৈ গোপনে উপায় কৰ; যেনে, শক্ৰৱে a try to contrive to involve 2noller in trouble. 7. 41. 42 হাতীৰ ছিঙ্গিত ফচ গা; যেনে, এজনে হাতী ফাদে 'গন এনে দোহাৰে, to 1300SC, as a will clephant. ফান্দনি, স. শ. (অ. ফন্দি, নেজৰ আগৰ নোম; জন্তুৰ নেজৰ অংগ ভাগ ঠেঙ্গৰ সেই ঠাইত পৰে, এতেকে কলাফুলৰ Tast, the lower part of the calf. ফান্দী, স. শ. (গ- ফাদ, ফঁাচ) ফান্দেৰে ফালৈ, বাৰীয়া হাত ধৰোতা, (১ne vi০ nooke's will cle pliants. ফাপ, অ. . ( হিং. ফাৰনা, উপযুক্ত হ) গুণ ধৰ মন্ত্ৰ আৰু দৰত খাটে); যেনে, মন্ত্ৰ নোখে, to take effect, As a meclicine or an incantation. ফাপ, স. শ. জহুৰ মাখিছাল ছিগি নোম সৰি যোৱা ৰোগ; যেনে, ফাপৰে ধৰা কুকুৰ; মানুহৰ ছালৰ কৰ্কশতা বা খহটা ৩৭ : সেন, তেল নহিলে গাত ফাপৰ 7, sourl or inaniye, roughness of the hunan skin. ফীচী. স. শ. পাৰসৰ দেশৰ ভাষা, ৱনৰ sist, the Persian language. ফাল, স, শ. {সং. ফল-ফল, বিদীৰ্ণ কৰু, মাটি ফালে এতেকে। নামূলৰ মুখত লগোৱা চেপেট! আৰু জোঙ্গ। বাহ বা (917. a plough share. ফা, স, ধ. (সং, ফল, ছি) দুষ্ট বা বহু ফাল কৰ, দুই বা অবিক ছিটা কৰ, to toar, to rend, to split. I. st. চেপেটা এক খণ্ড, এছিটা, ফল এভাগ; যেনে, এফাল বাহ; এক পাৰ্শ্ব; যেনে, বাওঁ কাল; এক দিশ; যেনে, উত্তৰ