পৃষ্ঠা:হেমকোষ.pdf/৬৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰাৱনা। or

প্ৰবোড়। হি দিয়া দৰব, an ointment , poultice. প্ৰলো, স. শ. (সং. প্ৰলোভ—প্ৰ, উপস, + লুৎ, আশা কৰ) লোভ, আকাংক্ষা, 574 ayr, cupidity, cager desire. প্ৰলোভন, কদ, স. (স.) লোভ দেখান, চহ, মান্তি কৰিবলৈ দিয়া আশা; যেনে, দুষ্টৰ প্ৰলোভনত নুভুলিব, alluregnent. প্ৰশস্, স. বা. {সং. প্ৰ, উপস.+ শ”, গুণ ক) প্ৰশংসা কৰ, গুণ বৰ্ণনা কৰ, to poraise. প্ৰশংসনীয়, বি. {সং. প্ৰশংসনীয়, উপস,+শং, গুণ ক) প্ৰশংসাৰ যোগ্য,

  • attfora potri, praiscworthy,

প্ৰশস, স, শ, (সং) সজ গুণৰ বৰ্ণনা, }}rtis. . প্ৰশংসিতু, ৰূদ, বি-২ সং.) প্ৰশংসা পোৰা, praised. প্ৰশস্ত, কৃদ. বি. { স. প্ৰশস্ত---প্ৰ, উপস.+ শং, গুণ ক; প্ৰশংসা পোৱা) উত্তম, (*t*, excellent, very gooil. প্ৰশ্ন, স. শ. (স. প্ৰশ্ন—প্ৰচ্ছ, সোধ ) জিজ্ঞাসা, সোধন, question. প্ৰশ্ৰয়ু, স, শ.; সৎ, প্ৰশ্ৰয়~~-প্ৰ, উপস.+ শয়, টিলা হ) চেনেই, তাড়নাৰ অভাৱ, চেনেহ কৰি ইচ্ছাৰ দৰে চলিব দিয়া কাৰ্য্য, লাই, indulgent:৫. প্ৰশ্বাস, স, শ, (সং. প্ৰশ্বাস-~-প্ৰ, উপস, + শ্বাস, উশাহ) নাকে দি বাহিৰলৈ SFATON aty, respiration. প্ৰসঙ্গ, গ. শ. { সৎ, প্ৰসঙ্গ-প্ৰ, উপস.+ সঞ্জ, লগ লগ } প্ৰস্তাৱ, বিবেচনাৰ নিমিত্তে উপস্থিত কৰা কথা; কোপকথনত ওলোৱা বিষয়; গোসাই সকলে নিতে কৰা নামকীৰ্তন; ( তত বিষ্ণুৰ গুণৰ প্ৰস্তাৱ হয়, এতেক) পানি, a pro- posal, a topic, a subject, praise and prayer daily offered to Vishnu by the Gosaius, an introduction to a book. প্ৰসন্ন, কৃ. বি. (সং. প্ৰসঙ্গ-প্ৰ, উপস, 39 +স, গতি কৰ) সন্তুষ্ট, সদয়; আনন্দ দ্বাৰা উজ্জ্বল; যেনে, প্ৰসন্ন বদন, pleased, favorable. প্ৰশ্ন, ও. শ. (সং. } অনুগ্ৰহ, ৰূপা, favour, kindness প্ৰসৱ, স. শ. (সং. প্ৰসৱ-প্ৰ, উপস.+, জন্ম) সন্তান জন্ম; উৎপত্তি, childbirth, production. স. ধা, জন্মা, উৎপন্ন কৰ; যেনে, পুজ প্ৰদৱিলে, to bring forth, to give birth to. প্ৰসৰিনী, বি. (স.) প্ৰসৱ-কাৰি, উৎপন্ন কৰা (স্ত্ৰী), bearing young, produc- ing (Fem.). প্ৰসাদ, স. শ. (সৃৎ, প্ৰসাদ—প্ৰ, উপস, +সদ, গতি কৰ} অনুগ্ৰহ, কৃপা; দেৱ- লৈ উচৰ্গা খাদ্য, ধৰ্ম্ম-গুৰু বা আন (7744 55, favour, food offered to a deity, the remnant of food partaken of loy a spiritual snide or by a Brahman, &c. প্ৰসিদ্ধ, বি. (সং. প্ৰসিদ্ধ --প্ৰ, উপস. + সিধ, গতি কৰ) প্ৰখ্যাত, সকলোৱে ভালৰূপে জনা, celebrated. প্ৰসূ, বি. (সং. প্ৰসূত—প্ৰ, উপস.+, জন্মা) ওপঞ্জা, উৎপন্ন, born, produced. প্ৰতা, স, শ, (স. প্ৰসূতা, সন্তান হোৱা তিৰোতা} সন্তান হোৱাৰ পৰা উৎপন্ন ব্যাধি, তাৰ অনেক বিষ আছে, puerreral clisease. প্ৰস্তৰ স. শ. (সং. প্ৰস্তৰ-প্ৰ, উপ- স্কৃ, বহলা) শিস, a stone. প্ৰস্তৱ, স. শ. (সং. প্ৰস্তাৱ-প্ৰ, উপস, স্থ, প্ৰশংসা ক} বিবেচনাৰ নিমিত্তে উপস্থিত কৰা কথা, প্ৰসঙ্গ; আলোচিত বিষয়; যেনে, প্ৰন্তাৰ সাঙ্গ হল, কেননা বিশেষ সময়; যেনে, মৰিবৰ প্ৰস্তাৱ, a proposal, a topic, a subject, an occasion, a particular time. প্ৰস্তাৱনা, স. শ. (সং.) নাটকৰ অনিয়ৰ আৰস্তুতে পদোৰে পঢ়া সেই নাটকৰ সূচনা 71 ufa, a dramatical prologue.