পৃষ্ঠা:হেমকোষ.pdf/৬৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰদোষ প্ৰবৰ্তিত। + দেশ, স্থান) এক দেশৰ কোনো এ- 575, ft, it provinces, a place. প্ৰদোষ, স, শ, (সং. প্ৰদোষ-প্ৰ, উপ+ দুষ, জগৰ কৰ) গধূলি, সন্ধ, vaning. প্ৰধান, বি. (সং. প্ৰধান--প্ৰ, উপ.+ ধা, ৰাৰণ কৰ) ঘাই, শ্ৰেষ্ঠ, chief, principal. প্ৰধানত, গু. শ. (সং. } শ্ৰেষ্টত, supe- riority. প্ৰপঞ্চি, ক্ৰি. বি. (সং. প্ৰপঞ্চিত, ভাঙ্গি কোৱা) ভাঙ্গি, বুজাই, স্পষ্টৰূপে; যেনে, কথাটো প্ৰপঞ্চ কোঃ, in a tletail ifliti21. প্ৰপন্ন, বি. (সং. প্ৰশ্ন-প্ৰ, উপস. + পদ, গতি কৰ) শৰণাগত, ভক্তিমন্ত; যেনে, ta fars, taking refuge with, dependent. প্ৰপিতামহ, ম. শ. ( স. প্ৰপিতামহ-প্ৰ, উপস. + পিতামহ, কক) আজোককা, পিতামহৰ বাপেক, a ]ate*11a great- grantlfautixer. (স্ত্ৰী) প্ৰপিতামহী। প্ৰপৌত্ৰ, স. শ. (সং, প্ৰপৌত্ৰ বা প্ৰপৌত্ৰ, প্ৰপৌত্ৰ-প্ৰ, উপস.+ পৌত্ৰ, নাতি) পৰিনাতি, নাতিৰ পুতেক, a great-grand-st১. (স্ত্ৰী) প্ৰপৌত্ৰী, প্ৰপৌত্ৰী। প্ৰফুল্ল, বি. ( সং. প্ৰফুল্ল, উপস. + ফুল্ল, ফুল) বৰকৈ ফুল, প্ৰস্ফুটিত; ঘঁহা, হষিত; COCR, FM 74, fully blown, smiling. প্ৰফুল্লতা, ও. শ. ( সং.) প্ৰফুল্ল হোৱা way, the state of being fully blown or of smiling . প্ৰফুল্লিত্ব, বি. (সং. প্ৰফুল্ল) প্ৰস্ফুটিত, বৰকৈ For; sf*s, l'ully blown or smiling. প্ৰবঞ্চ, স. বা. (সং. প্ৰ, উপস. + বঞ্চ, ছল ক) বঞ্চ, ছ, প্ৰতাৰণা কৰু, ফাঁকি fr, to devire, to cheat. প্ৰবঞ্চক, স. শ. (সং. প্ৰৱঞ্চক—প্ৰ+ৱঞ্চ, ঐ) প্ৰতৰক, বঞ্চনা কৰোত, a letei- ver, a chcat. প্ৰবঞ্চনা, স, শ, (স.) ছলনা, প্ৰতাৰণ}, 1991, deceit, fraui. প্ৰবন্ধ, স, শ. {সং, প্ৰবন্ধ--প্ৰ, উপস.+ বধূ, বান্ধ। ৰচনা, লিখিত বৰ্ণনা; যত্ন, 66èy, a literary composition, exer- tiun, enlcavour, প্ৰবন্ধে, ক্ৰি. বি. যত্নেৰে, শ্ৰম কৰি (পদ্য); যেনে, “প্ৰবন্ধু সিততা ঘোঁৰাৰ খেজক fartfal," carefully, diligently. প্ৰবৰ, স. শ. (সং. প্ৰৱৰ-প্ৰ, উপস, +, বৰণ কৰ) গোত্ৰ চলোৱ ঋষিৰ পুত্ৰ বা eta, a sun or clescendant of a sage, the founder of a family. fa. শ্ৰেষ্ঠ ( সংজ্ঞা শব্দৰ পাচত থাকে); যেনে, পণ্ডিতপ্ৰবৰ, x3vllent. প্ৰব, অ. ( স, প্ৰৱৰ্ত্ত, নিযোগ। আচ, ব্যৱহাৰ কব, কোনো এক ধৰ্ম্মত ৰা যতই চল; যেনে, তন্ত্ৰৰ মতে প্ৰৱৰ্ত্তা লোক; চল, প্ৰচলিত হ; যেনে, “কলি। শেষত সত্য প্ৰবৰ্তিৰ পাচে, জীৱিক। উলিয়া, উপজীব্য ক; যেনে, বৰ কষ্টেৰে প্ৰবৰ্তিছে, to lelive, to follow a particular religion, to be eurrunt, to prevail, to subsixt. প্ৰবৰ্তক, স. শ. (সং. প্ৰৱৰ্তক--প্ৰ, উপস, +ৰূত্ব, বৰ্তমান হ} নিযোজন কৰোতা বা চলাওঁতা; যেনে, ধৰ্ম্ম-প্ৰবৰ্তক, ১৫ gives Curvey to anything, one who sets in actiun er engages. প্ৰবৰ্তন, কৃ. স. (সং.) কাম্য; আচৰণ, ব্যৱহাৰ, action, leaviour. প্ৰবনি, স. শ. { অং. প্ৰব, উপজীব্য কৰ। প্ৰবৰ্ত্তিৰ উপায়, জীৱিকা, live- Jihovu. প্ৰবৰ্তমান, বি. {সং) প্ৰবৃত্ত, নিযুক্ত engaged. প্ৰবৰ্তা, স. ঘ. (অং. প্ৰবৰ্ত্ত, জীৱিকা কৰ; প্ৰচলিত হ) জীৱিকা দি, প্ৰতিপাল কৰ; যেনে, ধনীয়ে দুখীয়াক প্ৰবৰ্তায়, প্ৰচলিত ক, চলা; যেনে, ৰমে ৰাজত সত্য প্ৰবৰ্তাইছিল, to support, to enforce, to cause to prevail. প্ৰবৰ্তি, কদ, বি. (সং. প্ৰৱৰ্তিত,