পৃষ্ঠা:হেমকোষ.pdf/৬২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰতিযোগিতা। প্ৰত্যক্ষ। 21) প্ৰতিযোগিতা, ও. শ. (সৎ, প্ৰতিযোগিতা --তললৈ চোৱা) বিৰোধ; অৰিয়া অৰি, আনক ঠেলি কোনো বস্তু পাবলৈ কৰা Bey, opposition, competition. প্ৰতিযোগী, স. শ. (সং. প্ৰতিযোগিন--- প্ৰতিযোগ, বিৰোধ + ইন) বিপক্ষ, বিৰোধ কৰোতা; আনক ঠেলি কোনো বস্তু লাভ কৰিবলৈ চেষ্টা কৰোতা, an opponent, a competitor, a rival. প্ৰতিৰূপ, স. শ. (সং. প্ৰতিৰূপ—প্ৰতি, উপস. + ৰূপ, আকৃতি) প্ৰতিমূৰ্তি, inage, u reflected likeness. প্ৰতিবোধ, স. শ. (সং, প্ৰতিবোধ-প্ৰতি, উপস. + ণ, বাধা জন্মা) বাধা, মানা, luinderance, opposition. প্ৰতিৰোধক, স. শ. (স.) বাধা-কৰক, বাধা জন্মতা, মান কৰোতা, (one h opposes or liniers. প্ৰতিৰোধী, বি. {. প্ৰতিবোধিনপ্ৰতি ৰোধ, বাধ+ ইন} বাধ জন্মোৱা, নিষেধ

  1. ay, hindoring, opposing.

প্ৰতিলিপি, স. শ. (সং. প্ৰতিলিপি, নকল -প্ৰতি, উপস. + লিপি, লেখ{) আন এখন চাই তাৰ দৰে লিখা কাকত, Copy প্ৰতিশব্দ, স. শ. ( স.. প্ৰতিশব্দ প্ৰতি, উপস, + শব্দ, অৰ্থযুক্ত ধ্বনি) সমাৰ্থক শব্দ, কোনো এটা শব্দৰ অৰ্থ বুজাবলৈ ব্যৱহৃত মত, sinym, প্ৰতিশোধ, স. শ. (সং. প্ৰতিশোধ-প্ৰতি, উপস.+ শুধ, নিৰ্ম্মল কৰ ধাৰ শুজা কাৰ্য; প্ৰতিহিংসা, প্ৰতিকাৰ, liquila- tion, retaliation প্ৰতিষেধূ, স. শ. ( সং, প্ৰতিষেধ-প্ৰতি, বিৰোধ + সিধু, পূৰ্ণ কৰ; কাৰ্য্য সিদ্ধিত বিৰোধ কৰে; এতেকে) বাবা, মান, হাক, নিষেধ, provitilition. প্ৰতিষ্ঠা, স. শ. (সং. প্ৰতিষ্ঠা---প্ৰতি, উপস, + স্থা, পা) যশস্য, প্ৰশংসা; পবিত্ৰ বা শুচি কৰা কাৰ্য্য; যেনে, মূৰ্তি-প্ৰতিষ্ঠা; sta, fame, praise, cousccration of an idol or of a temple, estab- lishment. প্ৰতিষ্ঠিতু, কদ. বি. (সং. } শুচি কৰা পবিত্ৰ যশসা বা প্ৰশংসা পোৱা; faz fat, consecrated, celebrated, establislıcıl, consecrated. প্ৰতিহিংসা, স. শ. (সং. প্ৰতিহিংসা-প্ৰতি, উপস. + হিংসা, অপকাৰ) অপকাৰৰ সলনি অপকাৰ, "venge. প্ৰতিক্ষণে, চি. বি. (সং. প্ৰতিক্ষণ, ক্ষণে ক্ষণে ক্ষণে ক্ষণে, খন্তেকে পতি, af every moment. প্ৰতীকাৰ, “ প্ৰতিকাৰ চোৰ॥ প্ৰতীতি, স. শ. (সং. প্ৰীতি--প্ৰতি, উপস, +ই, গতি কৰ) জ্ঞান, বোধ; বিশ্বাস; যেনে, এই কথা সঁচা বুলি মোৰ প্ৰতীতি C5, kuowledge, beliul. প্ৰতীয়মান, বি. (স.) বিশ্বসিত, বিশ্বাস কৰা, yelievel. প্ৰতুল, বি. (সং. প্ৰতুল, যথেষ্ট ) যথেষ্ট, পৰ্যাপ্ত, জোৰ, যিমান লাগে সিমান; যেনে, এই ধম প্ৰতুল নহয়, sufficient. প্ৰত্যঙ্গ, স. শ. (সং. প্ৰত্যঙ্গ-প্ৰতি, উপস, + আঙ্গ, শৰীৰৰ এভাগ) সামান্য অঙ্গ, আঙ্গুলি, ওঁঠ ইত্যাদি, a minor til, of the body, প্ৰভাবায়, স. শ. 1 সং. প্ৰত্যয় --প্ৰতি, + অ, উপস. + ই, গতি কৰ) পাপ, a sin. প্ৰত্যয়, স, শ, (সং. প্ৰত্যয়—প্ৰতি, উপস, + ই, গতি কৰ) পতিয়ন, বিশ্বাস; { ব্যাকৰণত) শব্দ বা ধাতুৰ পাচত যোগ 91 tera, trast, belief, an allix. প্ৰত্যৰ্পণু, কদ, স. (সং. প্ৰত্যৰ্পণ—প্ৰস্তি, উপস..+ অপৰ্ণ, দান } ওলোটাই দিয়া th, the set of returning. প্ৰত্যপিতৃ, কদ. বি. (সংওলোটাই দিয়া, returned. প্ৰতাই, ক্ৰি. বি. (সং. প্ৰত্যহন প্ৰতি+ অহঃ, দিন) নিতে, every day. প্ৰত্যক্ষ, বি. (সং. প্ৰত্যক্ষ-প্ৰতি, উপস,