পৃষ্ঠা:হেমকোষ.pdf/৬২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰচাৰ, প্ৰতাপ। প্ৰচাৰ, স. শ. {সং. প্ৰচাৰ-প্ৰ, উপস.+ চৰ, গতি কৰ) চলন, ব্যৱহাৰ, প্ৰকাশ; যেনে, খ্ৰীষ্টীয়ান ধৰ্ম্মৰ প্ৰচাৰ হৈছে; 'farcure, currency, pulslication, wink- ing of the eye, nictation. প্ৰচাৰক, স, শ, (সং. } প্ৰকাশ কৰোতা, প্ৰচাৰ কৰোতা ব্যক্ত কৰোতা; চলাওঁতা, a publisher, a proclaimer, an inaugurator. প্ৰচাৰি, কদ. বি. (সং. প্ৰকাশ কবা, ব্যক্ত $41, 6CT171, pulvlished, made current. প্ৰচুৰ, বি. (সং. প্ৰচুৰ - প্ৰ, উপস:+চু, অপহৰণ ক) অনেক, অধিক, বহুত, muclı, many প্ৰচুৰতা, গু. শ. {স) আধিকা, প্ৰচুৰ পৰি- 779, abundance. প্ৰজা, স. শ. (সং. প্ৰজ-প্ৰ, উপ.+ জন্, ওপজ ) সন্তান; বজাৰ তাধীন লোক, বায়ত; লোকৰ মাটিত থকা মানুহ, offspring, it subject if a king, il tenant. প্ৰজাপতি, স. শ. ( সং. প্ৰজাপতি--প্ৰজা, মনুষ্যবৰ্গ + পতি, গৰাকী } সৃষ্টিকৰ্তা, ব্ৰহ্মা; আদিতে মানুহৰ বংশ বৃদ্ধি কৰা ব্ৰহ্মাৰ তিনি অনা পুতেকৰ এজনা; যেনে, দক্ষ, নাৰদ, ভৃগু { এই কথাত মত বেলেগ), Brahm, one of his three sons, by whom the human race is said to have been inaltiplied. প্ৰজা-পালক, স. শ. (স. প্ৰজাপালক— প্ৰজা, ৰায়ত + পালক, বক্ষক) ৰজা, a king. প্ৰজ্জলিত, কদ, স, (সং. প্ৰজ্জ্বলিত---প্ৰ, উপস.+ জ্বল, জুই লাগ} বৰকৈ জলা; যেনে, প্ৰজ্জ্বলিত অগ্নি; প্ৰখ্যাত হোৱা, সকলোৱে জনা হোৱা; যেনে, অমুক at aafa R15, blazing, noted, published. প্ৰণ, বি. (সং. প্ৰণ-প্ৰ, উপস+নত, মূৰ চাপৰোৱা) মূৰ চাপৰোৱা, সেৱা কৰা, saluting with respect. প্ৰতি, স. শ. (সং. প্ৰণতি-প্ৰ, উপস, + নতি, সেৱ। } সেৰা, নমস্কাৰ, প্ৰণাম, reverential salutation. প্ৰণম্, স, ধ. {সং. প্ৰ, উপস.+ নম্, মুৰ ৱে ) প্ৰণাম কৰু, সেৰা কৰ, to salute reverentially . প্ৰণয়, স. শ. ( স. প্ৰণয়---প্ৰ, উপস.+নী, লৈ য) বন্ধু, প্ৰীতি, friendship, intimary. প্ৰণয়ী, বি. (সং. প্ৰণয়িন্ প্ৰণয়, প্ৰেম+ ইন্) মৰমৰ, প্ৰীতিৰ, bbelvet. স. শ. মৰমৰ বা প্ৰীতিৰ লোক, বন্ধু, a friend. (স্ত্ৰী) বি. স. শ. প্ৰণয়িনী। প্ৰণৱ, স. শ. (সং. প্ৰণৱ-প্ৰ, উপস.+মু, প্ৰশংসা কৰ } ওঙ্কাৰ, ও, the systic monosyllable Oil. প্ৰণা, স. শ. (সং. প্ৰণাম—প্ৰ, উপস. + নম্, মূৰ চাপৰ ভক্তিভাৰে মূৰ চাপৰোৱ কাৰ্য; সেবা, a reverential salu- tation. স. বা. সেৱা কৰ, ভক্তিভাবে মূৰ চাপৰ; যেনে, “প্ৰথমে প্ৰণাম ব্ৰহ্মৰূপী সনাতন,” (শঙ্কৰদেৱ, to salute revercitially. ‘নমস্কাৰ” চোৰা। প্ৰণালী, স. শ. ( সং, প্ৰণালী—প্ৰ, উপস, +ন, বান্ধ) পানীৰ লোৰ; কোনো কাৰ্যৰ প্ৰকাৰ বা বিধ; যেনে, এই aft (1164, a watercourse, kind, sort. . প্ৰণিপা, স. শ. (সং. প্ৰণিপাত--প্ৰ, উপস. + নি, উপস. + পড়, পৰ) দীঘল হৈ পৰি কৰা প্ৰণাম, দগুৱত; সেবা, reverential prostration, respectful salutation. প্ৰণীত, কদ, বি. (সং. প্ৰত—প্ৰ, উপস, +নী, লৈ যা) কচিত, ভণিত, যুগুত কৰা, Copert, written, composedl. প্ৰণেতা, স. শ. ( স: প্ৰতৃ-প্ৰ, উপস. + নী, লৈ যা) ৰচোতা, ভোত, al author, প্ৰতাপ, স. শ. (সং. প্ৰতাপ-প্ৰ, উপস.+ ওপ, দাহ ক) প্ৰভাৱ, শক্তি, পৰাক্ৰম; যেনে, ৰজাৰ প্ৰলপ, বৰ জঙ্গৰ তাপ;