পৃষ্ঠা:হেমকোষ.pdf/৬২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰকাশক প্ৰচলিত। কাশ, দীপ্তি কৰ) দীপ্তি, পোৰ, light. বি. বিদিত, ব্যক্ত; যেনে, এই কথা প্ৰকাশ হৈছে, manifested, disclosect. স, ধা, পোহৰ ক; ব্যক্ত বা বাহিৰ কৰ, প্ৰচাৰ কৰ; যেনে, সূৰ্যে জগতক প্ৰকা- শিছে; শঙ্কৰে বৈষ্ণৱ ধৰ্ম প্ৰকাশিলে, to disclose, অ, ধ. দীপ্তি দি; যেনে, সূৰ্যে প্ৰকাশিছে, to sline. প্ৰকাশক, স. শ. (স.) প্ৰকাশ কৰোতা, দীপ্তি দিওঁতা; ব্যক্ত কৰ্বোত, প্ৰচাৰক, an illuminator, a publisher, প্ৰকাশি, কদ, বি. (সং. } দীপ্তি পোৱা, উজ্জলিত; ব্যক্ত, প্ৰচাৰিত, illuminated, published. প্ৰকাশ্য, বি. { সং.) প্ৰকাশ কৰিবৰ যোগ, বাহিৰ কৰিবৰ যোগ্য, fit to be dis- played or published. প্ৰকাশ্যৰূপে, ক্ৰি. বি. ব্যক্ত কৰি, সকলোৰে আগত, publicly. প্ৰকুপিতৃ, “প্ৰকোপিত” চোৱা। প্ৰকৃত, বি, (সং. প্ৰকৃত—প্ৰ, উপস. +ক, ক) সঁচা, যথাৰ্থ, resul, true. প্ৰকৃতপক্ষে, ক্ৰি. বি. স্বৰূপাৰ্থত, যথাৰ্থকৈ cmente, in reality, প্ৰকৃতি, স. শ. (সং. প্ৰকৃতি--প্ৰ, উপস, +ক, ক} ঈশ্বৰৰ সৃষ্টি কৰা শক্তি বা ইচ্ছ। সংস্কৃতত ই স্ত্ৰীলিঙ্গ শব্দ, এতেকে সৃষ্টিকৰ্তা ঈশ্বৰক পুৰুষ আৰু প্ৰকৃতিক তেওঁৰ ভাৰ্য্যা বুলি প্ৰাচীন পণ্ডিতবিলাকে লিখিছে; এতেকে, প্ৰকৃতিৰ পৰা হোৱা বস্তুসমূহ বা সৃষ্টি; যেনে, প্ৰকৃতিৰ শোভা; স্বভাৱ বা স্বাভাৱিক গুণ বা অৱস্থা; যেনে, তাৰ প্ৰকৃতি ভাল নহয়, the creative power of God per- sonified, nature, the universe, natural etate or dispositiou. প্ৰকৃষ্ট, স. শ. (সং. প্ৰকৃষ্ট-প্ৰ, উপস.+ কুশ, টানি আন্) উত্তম, শ্ৰেষ্ট; প্ৰধান, excellent, best, chief. প্ৰকৃষ্টতা, ৩. শ. {স.) উৎকৃষ্ট, e- cellence, প্ৰকোপ, স. শ. {সং. প্ৰকোপ-প্ৰ, উপস, + কুপ্ত, খং কৰ) প্ৰবলতা, উগ্ৰতা; যেনে, বতাহৰ প্ৰকোপ গুচিছে, violence, excitement. প্ৰকোপি, কুদ, বি. (স.) বৰকৈ খ উঠা; প্ৰবল, উগ্ৰ; যেনে, বায়ু প্ৰকো- পিত হৈছে, provoked, violent, Xcited. প্ৰক, স. শ. {স প্ৰম-প্ৰ, উপস. + ক্ৰম্, গতি ক) কোনো কাৰ্য্য কৰিবৰ প্ৰণালী, কোনো বস্তু যুগুত কৰোতে যিৰূপে যি কাৰ্য্য কৰিব লাগে, ভাৰ প্ৰকাৰ; যেনে, ৰস-সিন্দুৰ কৰাৰ প্ৰক্ৰম feffis, the process of cloing any thing, modus operanili. প্ৰক্ৰিয়া, স. শ. (সং. প্ৰক্ৰিয়া-প্ৰ, উপস, +7,9), see the above. প্ৰখ, বি. (সং, প্ৰখৰ প্ৰ, উপস.+খৰ, ভপ) বৰ তপত; যেনে, প্ৰথৰ ৰদ; বৰ চোকা; যেনে, প্ৰখৰ বুদ্ধি, very hot, very sharp. প্ৰখ্যাতৃ, বি. (সং. প্ৰধা-প্ৰ, উপস. + খ্যাত, প্ৰসিদ্ধ) সকলোৱে ভালৰূপে , celebrated, notorious, প্ৰগন্তু, বি. (সং, প্ৰগভ-প্ৰ, উপস. + গ, গপ মাৰ) নিলাজ, অপমানলৈ ভয় নকৰি আগ, বঢ়া; কৰিব নোেৱাৰিলে বা বেয়াকৈ কৰিলে লাজ পাবৰ ভয় নকৰি কোনো কামলৈ আগ বঢ়া, audla- cious, impudent. প্ৰগতা, গু. শ. (স.) অপমানলৈ ভয় নকৰি আগ বঢ়া গুণ, বেয় সাহস, impudeuce. প্ৰচণ্ড, বি. (সং. প্ৰচগু--প্ৰ, উপস.+ চড়, খ কৰ} ভয়াময়া, বৰ খঙ্গাল, উ, ভয়ানক; প্ৰবল; যেনে, প্ৰচণ্ড বহ, furious, passionate, violent. (#) প্ৰচণ্ড। প্ৰচলিড়, বি. (সৎ, প্ৰচলিত, উপস, +চলিত, চলি থকা) তালৰূপে চলি থকা, prevalent, current.