পৃষ্ঠা:হেমকোষ.pdf/৬২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উপসৰ্গ, ২ লোহ উহ পাল, প্ৰতিপাল ক; আহৰাদি দি ৰক্ষা কৰ { জন্তুত খাটে ), to sott, 10 noutrish, to rear, as :) animal, &c. cotton go, to be pump or lut. পোহ তেল, অধিকৰূপে খুবাই পুষ্ট কৰু, to fatten. (পোহ দি, দৈ গাখীৰ মিষ্ট কৰিবৰ কাৰণে তাৰ লগত এৰা গাখীৰ মিহলা, to add new milk to oll curls. পোহ ধ, পুষ্ট হ, to lx tat. পোত্ ধৰা, পুষ্ট ক, পোহ তোল, to fatten, পোহ শ, জাতি হ, ঘৰচীয়া হ, to e: tame, পোহ, বুদ, স. পোহা কাৰ্য; দৈ গাখীৰ মিঠা কবিৰৰ কাৰণে তাৰ লগত মিলোৱা GG! 517314, the act of supporting or cherishing, milk added to curd. পাহনীয়া, বি, মানুহে হে. ঘৰচীয়া, tane, dunesticated, পোহপাল, ৭. শ. পোহ কাযা, খাব পিন্ধিবলৈ দিয়া কাৰ্য, প্ৰতিপালকৰণ, the act of supporting. পো-ধৰ, বি. পুষ্ট, মঙ্গহাল, plunj, ilesly, . পেপাল, গ. শ. প্ৰতিপাল, লোকৰ পৰা পোৱা জীবিকা বা খাব পিন্ধিবৰ উপায়; যেনে, পুতেকে বাপেকক পোহল দিয়ে, maintenance or means of susten- ane oltained from another. . পোহ, স. শ. দীপ্তি, প্ৰকাশ, light. পোহৰা, স. . পোহৰ কৰ, প্ৰকাশিত কৰ, to illuminate, to light. পোহাৰ, স. শ. (সং. পশৰা, বেচিবলৈ নিয়া বস্তুৰ বোজা) বেচিবৰ নিমিত্তে সামান্য বস্তু সজাই খোৱা ঠাই, a petty sho]. পোহাৰী, স. শ. অলপীয়া মূল্যৰ বস্তু-বেচা ভিৰোতা; পোহাৰ দিয়া তিৰোত; Tha-c68), a woman who keeps a petty shop, a fish-woman. পোহেঁতা, কদ, স, যি জন্তু পোহে, প্ৰতিপাল Fráte, a supporter, one who rears any animal, &c, (খী) পোহঁতী। প্ৰকাশ। পৌত্ৰ, পৌল, } পুল, পো) পোৰ পুতেক, a son স. শ. (সং. পৌল, পৌত্ৰ-পুত্ৰ, } so]). (স্ত্ৰী) পৌত্ৰী, পৌলী। পৗৰাণিক, বি. (স.) পুৰণি সম্বন্ধীয়, পুৰাণৰ. গগৰ কালৰ, পুৰণি, ot' or pertaining to the Purans, ancient. পৌ, স. শ. {সং, পৌয পুষ্য, এটা নক্ষত্ৰ, এই মাহৰ পূৰ্ণিমা পুষা নক্ষত্ৰত পৰে, এতেকে) পুহ-মাই, art of December and January. প্ৰ, উপ- (স.) ডাঙ্গ, শ্ৰেষ্ঠ আদি বুজোৱা frretis implying exccl. lenses, &c. প্ৰকট, বি. কষ্টসাধ্য, কৰিবলৈ টান, diflicult of accomplislunent. প্ৰকট, স. ধ. (সং. প্ৰকট, বাহিৰ কৰণ ) বাহিৰ কৰ, উলিয়া; যেনে, আছে দশন gali, 10 expuse. (1970) | প্ৰকটি, কদ, বি. {সং. প্ৰকটিত ~ প্ৰে, উপস.+ কটু, গতি ক) প্ৰকাশিত, বাহিৰ

  • a, «lisplayed, lublished.

প্ৰকৰণ, স. শ. (সং. প্ৰকৰণ—প্ৰ, উপস. + +, ক; কোনো বিশেষ বিষয় বিবেচনা কৰা যায়, এতেকে) কোনো পুথিত বা কাকতত সৰু সৰু ছেদ কৰি কোনো এট। বিষয়ৰ কথা লিখা এক ভাগ, আধা, a division of a bok treating of a particular subject, it chapter, an article প্ৰকাৰ, স. শ. {স. প্ৰকাৰ-প্ৰ, উপ.+ক, ক) বিধ, দৰ, stort, kind, malice. প্ৰকাৰান্তৰ, স. শ. (স.) আন এক প্ৰকাৰ, ভাব বা প্ৰণালী, a clifferent sort. another way or manner. প্ৰকাৰাৰে, ক্ৰি. বি. আন এক প্ৰকাৰে, আন দৰে; বেঁকা ভাবে, পোন ভাৰে নোহাৱাকৈ; যেনে, প্ৰকাৰান্তৰে সুধিলে, in a different manner, indirectly. প্ৰকাৰে, ক্ষি, বি, দৰে, ৰূপে, in the manter . প্ৰকাশ, স. শ(সং. প্ৰকাশ-প্ৰ, উপস, +