পৃষ্ঠা:হেমকোষ.pdf/৬২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পোৰোলালতি ৫৯৮ প্ৰথমতে বঙ্গীয়া হৈ পচে জুইয়ে পোৰা যেন কলা হোৱা এবিধ ছালৰ ৰোগ, a kind of craneous disease. পোনোলা-লতি, স. শ. (সং. পটোলতিকা) পাটোলৰ লতা, a ata quy, a plant of the goured family. . পোলক, অ. ধপিছলি সোল; যেনে, গঠিটা পুলকিল; পিছলি মুকলি হ; যেনে বন্ধু ঢিলা হলে বস্তু পুলকি যায়, {(১ slip off, as a fastening, to slip from a loose or tie. পোল, স. শ. {সং. পেল; বং, পুলা, আটি ) কেইবা মুঠা খাগৰি বা ইকৰা গোটাই বন্ধা ডাঙ্গৰ আটি; দুৱাৰ মূখৰ বাৰৰ ভিত বা বাৰৰ চুকত বন্ধা ইকৰাৰ ottic, a large laundle of reeds. পোলা কটা, স. শ. বাৰৰ চুক কাটি 'চুৰ 1 (sta, a thief, লোেকা, স. ধা. পিছলাই সোলোক; গাঠি পিছলাই মুকলি কৰ, to arfisten by slipping off a tie or noon. পোলোঙ্গ, বি. (অং, পোন, থিয়) ডাল নধৰাকৈ পোন হৈ বাঢ়ি যোৱা ( গছত

  • 176), straightand without branches

(said of a tree). পোৱ, স. শ. (সং. পাদ; হিং, পোৱা; বৎ, পোয়, চাৰি ভাগৰ এভাগ ) চাৰি ভাগৰ এভাগ, ঘাইকৈ এসৰৰ চাৰি ভাগৰ এভগ, কুৰি টকাৰ ভৰ, onie-fourtly, especially one-forth of a seer. পোৱা, স. বা. (অং. পা, লভূ, উপস্থিত হগৈ) প্ৰাপ্ত কব, কোনো ঠাইত উপস্থিত 74, to cause to get or obtain or to arrive at, পোৱা জয়, স. শ, শিৱ সিংহ ৰজাৰ জ্ঞাৰে কৰা খাটনি টিবৰ উপযুক্ত বয়স পোৱা পাইকৰিলাৰ মুঠ সংখ্যাৰ কাকত। চাৰি- টা পাইকে একগোট, তাৰ এটাক এপোৱা বোলা হৈছিল; সেই প্ৰতিপাইকৰ লেখ কৰা হৈছিল দেখি সেই নাম), the record of a census of the adult male paiks or of the people, taken under the orders of Raja Siva Singla. পোৰ্বাতী, বি. (পো, সন্তান, বং, পোয়াতী, সন্তান প্ৰসৱ কৰা তিৰোত) নকৈ পোৰালি বা সন্তান হোৱা; যেনে, পোৰাতী কুকুব, পোৱাতী তিৰোতা, recently delivered of a child. পোৱাপুই, বি. (অং, পা, উপস্থিত হ গৈ) কোনে ঠাই পাৰ লগীয়া, ওচৰ চপ সেনে, সি ঘৰ পোৱই হৈছে, just alyout to reach. পোৱাল, স. শ. (সং. প্ৰবাল, এবিধ মণি ) সাগৰৰ তলত পোকৰ পৰা হোৱা এবিধ ৰঙ্গ বন্ধু; তাৰ পৰা কৰা মণি, toyal, a coral headl. পোৱালি, } স. শ. (সং. পাত; শ্ৰীহট. পোৱালী, পালা, জন্তুৰ সন্তান অধিক বয়স নোপোৱ জন্তু, yog a]imal or hirit, পোৱা-বেঙ্গেন, স. শএবিধ বগা খৰুৱা বেঙ্গেনা; তাৰ গছ, a kind of egg- plant and its fruit. পোৰালমণি, স. শ. পোবাল কাটি কৰা fel, a roral head. পোষণ, কুদ, স. (স. পোষণ-পু, পালন ক) প্ৰতিপালন কৰা কাৰ্য, পালন, the act of supporting or cherisliing. পোষ্টা, স. শ. (সং. } প্ৰতিপাল কৰোতা, supporter, cherisher. পোষ্টাপিতৃ, স. শ. {সং.) তোলনীয়া 479118, au adopted father, a foster- father. পোষ্য, বি. {সং, } প্ৰতিপাল কৰিবৰ মোগ্য, 47092 7fa727517, fit or proper to be stupportedl. স. শ. জীৱিকাৰ নিমিত্তে আনৰ ওপৰত নিৰ্ভৰ কৰা লোক, পুহিব পালিব লগীয়া মানুহ, a sleprendant, পোষা-পুত্ৰ, স. শ. (স.) তোলনীয়া পো, an adopted son, a foster-son, পোহ, স. . (সং. পু, প্ৰতিপাল কৰু)