পৃষ্ঠা:হেমকোষ.pdf/৬২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পেতনি। L পৈতৃক। পৈতৃক, বি. (সং. পৈতৃক পিতৃ, পিতা পিতৃৰ বা পূৰ্বপুৰুষৰ, পিতৃয়ে বা পূৰ্ব-

      • , paternal, ancestral.

পৈত্তিক, বি. (সং. পৈত্তিক--পিও, জন্তুৰ বুকৰ ভিতৰত থকা হালধীয়া তিতা পানী) পিত্তৰ পৰা হোৱা; যেনে, পৈত্তিক জুৰ, bilious. পৈমাৰী, বি. ( অং. পৈ, পতি+মাৰু, বধ ) পতিঘাতিনী, আপোনাৰ স্বামীক বধ কৰা, murdering one's own husband. পৈশাচিক, বি. এস. পৈশাচিক-পিশাচ, ভূত ভূতৰ সম্পৰ্কীয়, ভূতৰ নিচিনা, demoniacal, liabolical, levilish, প, স, শ, (সং. পুত্ৰ; বং, পো, সন্তান। পুৰুষ-সন্তান, পুত্ৰ, ২৯ son. থোক, স. শ. ( হি. পোক; বং. পোকা, কীট ) ঠেং নথক কীট, কৃমি, l womm. পোকৰু, স, শ, { অ পে , ল ফলে বায়ু যাওঁতে হোৱা শব্দ+ ক ) মলৰ দ্বাৰ, বহিদ্বাৰ, গিদা; পাঁচ কাল, পিঠি ফাল, tle posterior. ( চহা মাত}। পোটনা, স. শ. লেংটি, a narrow strip of cloth woru between the thiglıs. . পোটক্, অ, ধা. {সং. পুট, খাল) খুলা খাই খালযুক্ত হ; যেনে, কলহটো পুট ft, to be dinted. পোটোকা, স. শ. (অং, পোট, খুন্দা খাই খাল হ) খুন্দা খাই হে{ৱা খাল; যেনে, পিতলৰ কলহ পোটাক পৰে, a dint, tlepression. পোটোকা পৰ, খুদা খাই খালিযুক্ত হ, to le dintel. পোট্টপোট, স. শ. অপকী পেটে কৰাৰ fafsay **, ao imitative sound used to express that produced by dis- ordered bowels. পোটপোটনি, স. শ. অপাকী পেটৰ শব্দ, the sound of disordered bowels. পোটু-পেটা, অ, ধা. অপকী পেটৰ দৰে

      • 7, to make sounds like

those prolucer y ( lisonlered bowels. পোণ, সংখ. (সং. পণ; ব. পেণ, কুৰি গণ্ড) কুৰি গণ্ডা, এক অনাৰ অঙ্ক; CACT, 19, eighty, a ligure denoting one anna. পোত্, স. . (সূ. প্ৰাথ, গত; বং. পোতন, মাটিৰ তলত স্থাপন) মাটিৰ তলত স্থাপন কৰু, মাটিৰে ঢাকৃ; যেনে, মৰা শ পোতে;. মাটি আদিৰে পূৰা; যেনে, গাত পোতে, to oury, to deposit au ver in the earth, to fill u with earth, &c, স. শ. খুঁটা আদিৰ মাটিৰ তলত পোমোৱা ভাগ, tie part uf a post, &c., that is underground. পোত্ খা, পেত যা, পোছ হ, মাটিৰে ঢকা বা পূৰ হ; যেনে, ভৰিটো বোকাত পোত খালে, পুখুৰিটো পোত যাব, to be buried, to be filled up. পপতি, কদ, স. (অং. পোত্, মাটিৰ তলত স্থাপন ক) মাটিৰ তলত স্থাপন, the act of burying on placing under the earth. পোতনি, স, শ, পইতা ভাতৰ পানী, the পোকা, বি. ( অঙ্গ, পোক, কীট} পোকে ধৰা, পুকীয়া ( ফলত খাটে ), worm- caten (said of fruit). পোখা, স, শ. গাজ, গজালি, a shoot, a sprout. পোৰা, স. শ. হিং. পুখুৰাজ, এবিধ বাখৰ) এবিধ বগা বাখৰ, এবিধ অধম 777, a kind of topaz. পোছ, স, ধা. {হিং. পুছন; বং পুছন, সোধা) সোধ, জিজ্ঞাসা কৰ, to ask. পোজাৰ, স, শ, ভজা গছ, এবিধ সুকাঠী গছ, the name of a tree. পোটক, স. শ. প্ৰতিফল, হিংসাৰ সলনি কৰা হিংসা, retaliation, revenge. টেক ডোত, প্ৰতিফল দি, হিংসাৰ সলনি হিংসা কৰ, to retaliate.