পৃষ্ঠা:হেমকোষ.pdf/৬১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পেট। ৫৯৪ পেনপেনীয়া পেটে পেটে,} ] পৈটু, স. শ. {তা, পেট, উদৰ) মাছ বা আন ক্ষুদ্ৰ জীৱৰ নাড়ী , the utils of tisti, &c. পটুলা, বি. ডাঙ্গৰ পেট পকা, pot-lbelliot. পেটুলী, বি. (পেটুলা শব্দৰ স্ত্ৰীলিঙ্গ) ভাঙ্গৰ পেট থকা; গৰ্ভৱতী, jotlefie, hig with chill. পেটুৱা, বি. পেটাল, bot-}llicl. পেটে, ক্ৰি. বি. মনেৰে, ৰে; যেনে, পট বা পেটে- (9466 offen, internally, acutally. পেটেক, স. শ. { অং. পেটু, নাড়ী ) হেঁচাত পেটু ওলোৱ; হেঁচা খাই ভাগি (6710) tay crushed, flattenel by pressure. পেটেকা উঠ, হেঁচাত ভাগি চেপেটা বা Cute CCTYTI, to be crashed. পেটে, স. শ. “পেটাৰি চোৱা। পেটুকপটীয়া, বি. (অ. পেট, মন + কপট, গোপনে ৰখা প} মনত খ ৰখা, মুখ hafi feca fint, secretly rherishing ill-will. পেটু-কামোৰণি, শ, শ, পেটৰ বিষ, পেটৰ cartonigriping pain in the howcls. পেকুলী, বি. পেটৰ কথা ভাঙ্গি নোকোৱা, মন কথা ৰখা; পেট-কপটীয়, mot. open-lcarted, crookedl-mindle, se- cretly «herishning ill-will. পেট কৰুণীয়, বি. { গ. পেট, মন+ কেৰোণ, গছ বিন্ধা পোক} পেটত? ৰখা, পেট-কপটীয়া, stretly •liarisling ill will. পেট-গাজনি, স. শ. (অৎ, পেট, উদৰ। গাজনি, গজা শব্দ } পেটৰ গোগোৰণি, a rumbling sound «f the bowels. . পেটুকগীয়া, বি. (অং. পেট+ৰুগীয়া, ব্যাধি- শূলাহগুৰ, affected witli chronic lysentry, dyspeptio. পো, স, শ. (স. পড়া, পেটে বা জপ -পিড় সংগ্ৰহ কৰ, বন্ধু গোটাই তাত ভৰি থোৱা যায়, এতেকে } ধন বস্তু সুমাই থোৱা সঁচাৰ লগোৱা বা নলগোৱা কাঠৰ সঁজুলি, চন্দুক, a loos, a trunk, a chest. পেড় কাকিত্ব, স, শ, {সং পেড়া, চন্দুক + অং. কাকত, লেখা) অসম ৰজাৰ দিনৰ মানুহ তাৰু মাটিৰ লেখৰ কাকত ( তাক পড়াত ভৰি বৰ মৃভনেৰে ৰখা হৈছিল এতোকে সেই নাম ), {he Iror of t} Survey » faud anel of the consis of people prepared under the inters of the Assam Rajahs. পেড়া-খাটু, স. শ. (সং পেড়া, ঐ+ খাট, শয্যাৰ আধাৰ মানুহ শোৱা ঘিলা 1651401 74 (15), a chest on wlieels used as a lealstvad. পেড়েই মাৰ, কাপোৰেৰে দোলাৰ চাৰিও ফাল ঢাকি পেড়াৰ নিচিনা কব, te ed}{:en with a certain as i lule. পেতা, স. শ. (অ. পুতাই, সন্তান) কচু 74 cl. a small tuber. পেন, আ. ধা. লাহে লাহে কাম কৰ, পিলিক, to work slowly. পেনে, বি. (তললৈ চোৱা) তাপ অলপকৈ কান্দি থকা, shim]ering. (স্ত্ৰী) পেনেৰী { লৰা ছোৱালী খাটে। পেপে, অনুক, অলপ অলপকৈ লৰাই কান্দি থকাৰ নিচিনা শব্দ, all imi- tative sound used to express that , of whimpuring: পেপেননি, স. শ. লৰাই অলপ অলপকৈ 77747 ***, at wlumjuring seni. পেনপেন, অ, ধ. জেভঁৰ ধৰা লৰাৰ দৰে অলপ অলপকৈ কান্দি থাক, পেনপেনা, to whimper, as a child. পেপেনীয়, বি. অলপ অলপকৈ কান্দি থকা; যেনে, পেনপেনীয় লৰা; কেন, কেনীয়া, অলপ অলপকৈ পৰি থকা; যেনে, পেনপনীয়া বৰষুণ; লেপা, গোট গোট নোহোৱা; যেনে, পেনপেনীয়। ভাত; বেকাযুক্ত, পঙ্কময়; যেনে, পেন-