পৃষ্ঠা:হেমকোষ.pdf/৬১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫৮৯ পুলুকা মা। স, শ. { সং. পুৰি, পুৰী-পু, পূৰ্ণ। পুৰুষালি, ও. শ. পুৰুষৰ গুণ, পুৰুষৰ সাহ, পুৰী, ১ ক) নগৰ, a city, a town, বল, পৰাক্ৰম আৰু ধৈৰ্য্য, পুৰুষ, পুৰিয়া, স. শ. (সং. পুটক; হিং. পুড়িয়া, inanliness, strength, courage. পাত মোকোটাই কৰা ঠোলা) সেন্দুৰ ৰা পুৰুষে পুৰুষে, ক্ৰি. বি. প্ৰতি পুৰুষত, বংশৰ দৰবৰ গুড়ি মেৰোৱা ভূলাপাতৰ টো- af p, in cach generation. Cattay, a jaket of red-lcal or পুৰুষোন্ত, স, শ, (সং. পুৰুষোত্তম -পুৰুষ, medicinal powiler. মানুহ + উত্তম, শ্ৰেষ্ঠ) শেষ্ঠ লোক; বিষ্ণু, পুৰীষ, স. শ. (সং. পুৰীষ---পূ, পূৰ্ণ কৰু, im eminent man, Vislimu. পেট পূৰাই ৰাখে) বিষ্ঠা, redire. পুৰুষ-শক্তি, স. শ, (সং. পুৰুষশক্তি, পুৰুষ, স. শ. (সং. পুৰুষ-পুৰ, শৰীৰ + ষস, পুৰুষৰ শক্তি) সন্তান উৎপন্ন কৰা বা বাস কৰ; শৰীৰত বাস কৰে, এতেকে ) তিৰোক সন্তোষ দিয়া ক্ষমতা, virility. আত্মা; ঈশ্বৰ; মতা; মুনিহ মানুহ। পুৰোহিত, স. শ. (সং. পুৰোহিতপুৰঃ, বংশৰ এক খাপ, কোনো বশৰ একে অগ্ন+হিত, উপকাৰী, শ্ৰেষ্ঠ উপকাৰী } পিতৃৰ পৰা উপজি কমে নামি অহা একো লোকৰ ধৰ্ম্মকৃত্য কোৰা বামুণ, a family জন লোক এক পুৰুষ হয়; যেনে, বোপাই, priest conunting all the religious ককা, আজো ককা, এই তিনি পুৰুষ, the ceremonies of a family. soul, Gul, a man, a yeneration. পুলক, স. শ. (সং, পুলক--পুল, ডাঙ্গৰ পুৰুষ, ও. শ. (স.) পুৰুষৰ গুণ, পুৰুষৰ ই) ৰ আল্লদ, অভ্যস্ত হন, {:stits, সাহ, বল, পৰাক্ৰম আৰু ধৈৰ্য, পুৰুবালি; rapture. 1284572 wtfe, manliness, manly পুলকিত, কদ, বি. বৰ আদিত, বৰকৈ power, virility. (94204, lrighly delighted. পুৰুষ-সিংহ, স. শ. (স. পুৰুষসিংহ-পুৰুষ, পুলস্তি, পুল, “দেবৰ্ষি ” চোৱ॥ মত মানুহ + সিংহ, এবিধ বৰ শ্ৰেষ্ট জন্তু) পুলি, স. শ. (স. পুল, ডাঙ্গৰ; ক্ৰমে সিংহৰ তুল্য লোক, শ্ৰেষ্ঠ মানুহ, an ডান্সৰ হয়, এতেকে} পোনেই গজ গছ, eminent or powerful mai). (571 515, a plant, a scalling, a পুৰুষাঙ্গ, স. শ. (সং. পুৰুষাঙ্গ-পুৰুষ, ঐ +অঙ্গ, শৰীৰ এগগ) পুৰুষৰ লিঙ্গ, পুলি, স. শ. কেঁঠালী, an apartuneit. the penis. ( কামৰূ.)। পুৰুষাধম, স. শ, (সং. পুৰুষাধম-পুৰুষ, পুলি, স. শ. (সং. পুলিন-পুল, ডাঙ্গণ মানুহ+অধম, নীচ ) অধম মানুহ, নীচ হ) নৈৰ পানী শুকাই নকৈ ওলোৱা Cotta, a mcan despicable man. দাতি বা নৈৰ মাজত ওলোৱা সৰু মাজুলী, পুৰুষানুক্ৰমে, ক্ৰি. বি. (সং. পুৰুষ, বংশৰ a river bank fruin which water : খাপ + অনুমে, ক্ৰম অনুসৰি এক has recently been withdrawn, a small island in the middle of a পুৰুষৰ পৰা তাৰ পাচৰ পুৰুষলৈ, বাপে- কৰ পৰা পুতেকলৈ; যেনে, পুৰুষানুক্ৰমে river. (64s #fagy, from generation to পুলু পাল, স. শ. কাম নকৰি ইফাল generation. সিফাললৈ চাই সময় খেদোৱা কাৰ্য; পুৰুষাৰ্থ, স. শ. (সং. পুৰুষাৰ্থ, পুৰুষৰ ঘাই যেনে, হজুৱাই পুলুংপালাং কৰি দিন উকেশ, অৰ্থাৎ ধৰ্ম্ম, অৰ্থ, কাম, আৰু ceratat, the act of idling away time. মোক, কিন্তু অসমীয়াত) চেষ্টা, যত্ন, পুলুকা মাৰ, কোনো কামৰ বা ঠাইৰ পৰা piata, exertion, endeavour, labour, গোপনে গুচি যঃ, to go away quictly. . young tree.