পৃষ্ঠা:হেমকোষ.pdf/৬১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পুনৰায়। ৫৮ পুনৰয়, ক্ৰি. বি. আকৌ, দুনাই, again. | পুৰস্কাৰ, স. শ. (সং. পুৰস্কাৰপুৰ, প্ৰথম পুনৰুক্ত, বি. (পাচৰ শব্দ চোৱা) দ্বিৰুক্ত, +ক, ক) বঁটা, কোনো ভাল কাম কৰাৰ repeated. নিমিত্তে দিয়া ধন বা বস্তু, a reward. পুনৰুক্তি, স. শ. (স. পুনৰুক্তি—পুনৰ পুৰৰণ, স. শ. (সং. পুৰৰণ-পুৰঃ, আগ আকৌ + উক্তি, কথন) এবাৰ কোৱা বা + চৰ, গতি কৰ, দেৱতাৰ আগলৈ গতি লেখা কথাৰ পুনৰায় কখন বা লেখন, কৰে) তন্ত্ৰৰ মতে ইষ্টদেৱতাৰ জপ বিশেষ, reiteration, meditation upon one's tutelary deity পুনৰুপ, স. শ. (স. পুনৰুত্থান--পুনঃ, according to the 'Tantras. আকৌ + উত্থান, ) পুনৰায় উঠা কাৰ্য্য; পুৰ৷ কল, স. শ. এবিধ কেঁচাতে ভাজি বা মৰা মানুহ আকৌ সজীৱ হোৱা কাৰ্য্য, পুৰ। কলা, আন প্ৰকাৰে ৰান্ধি খোৰা কল; the act of rising again, restre 31496, a kind of plautain, its true. rertion, revival of a dead persen. পুৰ-কুঁহিয়া, স. শ. (সং. পুক, এবিধ পুনৰ্জন্ম, স. শ. (সং. পুনৰ্জন্ম-"পুনৰ, কুঁহিয়াৰ! এবিধ ডাঙ্গৰ আৰু ৰসাল আকৌ + জন্ম, ওজন) মৰণৰ পিচত fogla, a kind of sugar-cane. আকৌ এজা কাৰ্য, a seconal birth, পুৰাণ, স. শ. (সং. পুৰাণ-পুৰা, পুৰণি ) regenerativu. ব্যাসে কৰা বুলি খাত নীতি আৰু ধৰ্ম্মৰ পুনমৱা, স. শ. ( সং. পুনৰা-- পুনৰ বিষয়ৰ পুৰণি উপাখ্যান থকা পুথি। আকৌ + নৱ, নতুন) এবিধ শাক, flic পুৰাণবিলাকৰ ব্ৰাহ্ম, পা, বিষ্ণু, গাড়, hog-woců ব্ৰহ্মৱৈৰ্ত, ব্ৰহ্মাণ্ড, অগ্নি, শিৱ, লিঙ্গ, পুনৰ্ব্বসু, স. শ. ( সং. পুন-পুন, নাৰদীয়, স্কন্দ, মাৰ্কণ্ডেয়, ভবিষ্যৎ, মৎস্য, আকৌ +, বাস কৰ) সপ্তম নক্ষত্ৰ, বাৰাহ, কুৰ্ম্ম, বামন, আৰু ভাগৱত। এই the seventh lunar millusion. অঠৰখনৰ নাম মহাপুৰাণ। এইবিলাকত পুনৰবাৰু, ক্ৰি. বি. আকৌ, দুনাই, agaiu. বাজে অবস্থান উপপুৰাণ আছে, পুনৰ্বিচা, স, শ. {স. পুনৰ্লিচাৰ-পুনৰ, sacred and poctical work treating ভাকে+বিচাৰ, বিবেচন) নতুনকৈ কৰা of religion, morality and historical বিচাৰ, এবাৰ সোধা গোচৰৰ নতুন সোধ, cpisodes of ancient India. Lighteen reinvestigation, retrial. works named Juhi Puranax and পুনশ্চ, ক্ৰি. বি. (স. পুন—পুনৰ আকৌ supposed to have been composed + চ, ও) পুনৰপি, পুনৰায়, again. by the sage Vyasa are hold in স. শ. খোৰ অন্তত দুনাই লিখা কথা; great veneration. There are eighteen যেনে, এই চিঠীত এটা পুনশ্চ আছে, uthers calles pu Parailer, which a postscript. , are of inferior sanctity. "mata" পুৰ, স, শ, { সং. পুৰ---পুৰ, গ বাঢ় ) চোৰ। নগৰ, ৰাজধানী, a city, a tot. পুৰাত, বি. { সং. পুৰাতন--পুৰা, পুৰণি } পুৰণি, বি. (সং. পুৰাণ, হিং. আৰু ৰ. আগৰ কলীয়া, প্ৰাচীন, পুৰণি, old, nut পুৰণা, অনেক দিনীয়া) অনেক দিনীয়া, চিৰকলীয়া,নতুন নোহোৱা, old, not ley. পুৰাতীয়, বি. জাগৰ কালৰ, প্ৰাচীন, পুৰন্দৰ, সু, শ, (সং. পুৰন্দৰ--"পুৰ, নগৰ ancient. , + দূ, খণ্ড খণ্ড কক্; অসুৰৰ নগৰ ভাঙ্গে, পুৰাবৃত্ত, স. শ. {সং. পুৰাবৃত্ত---পুৰা, পুৰণি এতেকে) স্বৰ্গৰ ৰজা, দেৱৰাজ, ইন্দ্ৰ, + আবৃত্ত, ঘটনা) পুৰণি কথা, প্ৰাচীন Indra : কালৰ কথা, বুৰঞ্জী, history. JIW.