পৃষ্ঠা:হেমকোষ.pdf/৬০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পিতৃহীন। পিয়ন। 1 or উপজিবৰ সময়ত কোনো কোনো গ্ৰহ- নক্ষত্ৰৰ মিলন, যাৰ দ্বাৰা বাপেকৰ মৃত্যুৰ সম্ভাৱনা হয়, combinattin of certain etui's at the birth of a child believed to be fatal to its father. পিতৃহীন, বি. (সং. পিতৃহীন-পিতৃ, পিতা +হীন, নথকা) পিতৃ নথকা, fatlierless. স, শ, বাপেক নথকা ৰা, a futlierless child. { স্ত্ৰী) পিতৃহীনা। পিতৃকোষ, স, শ, (সং, পিত্তকোষ, পিতৰ ভাল) জন্তুৰ বুকুত থকা হালধীয়া ৰসৰ cfa4, the gall blalder. পিত্ত, স. শ. {সং. পিত্ত--মপি, উপস.+ তপূ, জল। ক) জন্তুৰ বুকুৰ ভিতৰত থক এবিধ হালধীয়া বৰণেৰে তিত ৰস; সেই ৰসৰ জোলোঙ্গা, bite, the salt bla:lder. পিত্তান্ত, বি. (সং. পিত্তান্তক, পিত্তনাশক —পি, ঐ + অন্তক, নাশক) পিত্তৰ বিকাৰ 676701, antibilious. পিতৃপিতাই ফুৰ, চুক, কোণ আদি সকলো ঠাইলৈ যা; যেনে, অমুকে গাৱত পিত fotels xfa:5. to go into every nook and corner. পিতৃপিতাই বিচাৰি ফুৰ, চুক, কোণ আদি সকলো ঠাইত চাই ফুৰ; যেনে, হেৰোৱা গৰুটো পিউপিতাই বিচাৰি ফুৰিছে, to Search for it overy nook and পিন্ধ, কদ. স. পিন্ধা কাৰ্য, পৰিধান, the act of «lressing পিন্ধি-বি, চি. বি. সাঙ্গি কাটি কাপোৰ 1984 fuf, being attired dressed, being ready. পিপৰা, গ. শ. { সং. পিপীলিকা; বং পড়া, পৰুৱ। পঞ্চৱা, aut. পিলি, স. শ. (সং. পিপলি, এবিধ পিণী, নতৰ ওটি) পণ জাতিৰ এবিধ লতা আৰু তাৰ জলা পুটি, long 1ep er. পিলি লতা, স. *. পিপলিৰ গছ, the creeper that bears long pepper. পিপলীয়া, বি. পিগলিৰ নিচিনা দীঘল আৰু 91.76, long and sleuder. 7. 7.57 চোক অস্ত্ৰৰ মুখ ভাগি নিৰ গাৰ দৰে হোৱা সৰু খোৰামোখোৰা; যেনে, খুৰৰ মুখত পিপলীয়া আছে, a small nutel on the edge of a sharp in. strument. পি, স. শ. { যা.) জুলীয়া বস্তু খোৱা কাঠৰ ঢোলৰ নিচিন। পাত্ৰ, ৫ cass, a barr 1. পিপাসা, স. শ. (সং. পিস-প, পি খা ) পানী খবৰ ইচ্ছ, পিয়াহ; এতেকে কোনো বস্তুৰ নিমিত্তে হোৱা বৰ বাঞ্ছা; যেনে, ধমপিপাসা, thirst, a eagol clesire. পিপাসাৰ্ত, বি. (সং. পিপাসা-পিপাৰা, পিয়াহ + আত্ত, কাতৰপিয়াহত কাত, excessively thirsty, overcome by thirst. পিপাসিত, বি. (স.) পিয়াহযুক্ত, পিয়াহ 511, thirsty. পিপাসী, বি. (সং. পিপাসিন-বিপাশা +ইন) পিপাসাযুক্ত, thirsty. পিপঁলিকা, স. শ. {সং. পিলিকা, নূখ হ) পৰুৱা, পিপৰা, an aut. পিয়ন, বদ. . { অং. পি, পান ক) পান, পিয়া কাৰ্য্য; পোৱালিয়ে মাকৰ গাখীৰ খোৱা কাৰ্য, tho act of drinking or suosing by a young animal. cotliet'. পিনা, স, শ, (সং. পিনাক-পা, ৰক্ষা ক) সদাশিৱৰ ধেনু, the logy of Siva. পিনাকী, স. শ. {স. পিনাকি--পিনাক আছে, এতেকে) সদাশিৱ, a name of Siva. পিনে, অব্য, { অং, পোনে শব্দৰ অপভ্ৰংশ) ফালে; দিশে, in the direction of. পিন্ধ, স. বা. (সং. পিন, আচ্ছাদন; বং. পিন্ধন, পৰিধান) গা বা কোনো অঙ্গ লগাই ল বা ধাৰণ কৰ, পৰিধান কৰ; যেনে, কপোৰ বা অলঙ্কাৰ পিন্ধে, to waar, to put on.