পৃষ্ঠা:হেমকোষ.pdf/৬০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পিতামহ। পিতামহ, স. শ. ( সং. পিতামহ-পিতৃ, {পাই } বোপাইৰ বাপেক, ককা; ব্ৰহ্মা, a paternal grandfather, a pame of Bima, (স্ত্ৰী } পিতামী। পিতল, বি. (অং. পিত, সাহ) সাহিয়াল, courageous , পিপিভিঙ্গি, “ফিচফিচিঙ্গি” চোৱা। পিতৃ স. শ. (স. পিতৃ--পা, পালন কৰ) পি, বোপাই; পূৰ্বপুৰুষ ত পূৰ্ব্ব- ya , a father, an ancestor, the soul of a deceased atcestor. পিতৃ-কৰ্ম্ম, পিতৃ-কাৰ্য, পিতৃ-ক্ৰিয়া, স. শ. (সং. পিতৃ, পিতা, কৰ্ম, কাৰ্য, কিয়া, কাম ) শঙ্ক, শৰাধ, তকৰ উদ্দেশে কৰা

    • T, rites, obsequies.

পিতৃগণ, স. শ. { সং. পিতৃগণ-পিতৃ + গণ, সমুহ) প্ৰজাপতিবিলাকৰ পুত্ৰ আৰু আদিতে সৃষ্টিৰ বৃদ্ধি কৰা কিছুমান দেৱতা, a class of demi-gods, manes. পিতৃ-তক, স. শ. (সং. পিত, পিতা। পিঘাতী, ন, নাশ কৰ। আপোনাৰ পিকক বাবা, a patricite. (কী) পিতৃঘাতিকা, পিতৃতনী। পিতৃ-তৰ্পণ, স, শ. (সং. পিতৃতৰ্পণ—পি, আত্মা + তৰ্পণ, তৃপ্তি দিয়া কাৰ্য্য মূত পিতৃ সকলৰ আত্মাৰ উদেশে দিয়া তিল Fa, libation offered to the manes, পিতৃ, গু. শ. পিতৃৰ অৱস্থা, বোপাইৰ গুণ, paternity , পিতৃ -৭. স. শ. {সং. পিতৃদ্ৰোহিন-- পিতৃ, পিতা + দোহ, হিংসা + ইন্) আপোন পিতৃক হিংসা কৰে; কোনো Thy** *7, one who injures his oten father, one's father's enemy. পি-ধন, স. শ(স. পিতৃধন-পিতৃ, পিতা + ধন, সম্পত্তি। বোপাইৰ বা বোপাইৰ পূৰ্বপুৰুষৰ সম্পত্তি, paternal or ancestral property. পি-ধৰ্ম্ম, স. শ. (সং. পিতৃধৰ্ম --- পিতৃ, পি+ধৰ্ম্ম, আচৰণ } পিৰ ৰা পূৰ্ব- পূৰুষৰ আচৰণ, পিতা বা পূৰ্ব পুৰুষৰ পিতৃহা-যোগ। ঈশ্বৰ উপাসনাৰ নিয়ম, ancestiral re- ligion or practice. পিতৃপিতামহ, স. শ. (সং. পিতৃ, পি+ পিতামহ, ককবুপ ককা, পূৰ্বপুৰুষ- বিলাক; যেনে, পিতৃপিতামহৰ ধৰ্ম্ম, an- cestors, forefathers, পিতৃববী, স. শ. {সং. পিতৃবিন—পিত, পিত + ববি, বধ কৰা) পিতৃহন্তা, আপোনাৰ পিকক বধ কৰোতা; কোনাৰ পিতাকক বধ কৰো লোক, a parricide, 1 muriterer of one's father. পিতৃবন্ধু, স. শ. { সং. পিতৃবন্ধু--পিতৃ, পিতা + বন্ধু, মি) পিতাৰ ফালৰ নিলগীয়া মিত্ৰ; যেনে, পিতামহৰ বা পিতামহীৰ ভনীয়েকৰ পুতেক, বোপাইৰ মোমায়েকৰ 1934, a distant kineman on the father's side, পিতৃভক্তি, স, শ. {স. পিতৃভক্তি-পিতৃ, পি+ ভক্তি, সম্মান) পিতৃক চেনেহেৰে কৰ সন্মান, affectionate regard for oue's fatlıer. পিতৃ-লো, স. শ. (সং. পিতৃলোক--পিতৃ, পূৰ্বপুৰুষৰ অয়+লোক, জগত) পিতৃ- গণ নামেৰে দেৱতাবিলাকৰ ঠাই, the abole of the matjes. পিতৃবৈৰী, স. শ. {স. পিতৃবৈৰী-পিতৃ, পিত+ৱৈৰী, শক্ৰ। কোনোৰ পিকৰ শ; আপোনাৰ বাপেকক হিংসেতা, an enemy of one's father, one who injures his own father. . পিতৃব্য, স. শ. (সং. পিতৃ-পিতৃ, পিত) th, 1, a paternal uncle. পিতৃহন্তা, স. শ. (সং. পিতৃহন্ত-পিতু, বোপাই + হন, নাশ কৰ) অপোনাৰ বাপেকক বধো; কোনো এজনৰ বাপেকক বধ কৰোতা, & jaricide, a murierer of one's fatlvr. () পিতৃহন্ত্ৰী। পিতৃহা, । স, শ, (সং. পিতৃ, পিয়া পিতৃহা-যোগ, +হন, বধু) লৰা বা ছে