পৃষ্ঠা:হেমকোষ.pdf/৬০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পিটিকা। পিতা-দেও + by squeezing with the land, to investigate or consider thoronglıly. পিটিকা, স. শআঙ্গুলিৰে মৰা টিপ, squeeze. পিটিকা মাৰ, আঙ্গুলিৰে টিপ, টিপা মা, to squeeze with the buyers, পিটিয়া, স. . (অং. পিটি, ঐ) আঙ্গুলিৰে চেপি তৰাৰ বোখা মুকলি আৰু চেপেটা কৰ পঘা বাটিৰলৈ ৰা যুগুত কৰ, 1) prepare, as the sheath of the farm plant for making into cordage. পিঠা, স, শ. {সং. পিষ্টক; . পিঠা, এবিধ খাদ্য) চাউলৰ বা ঘেঁহুৰ গুড়িৰে 74.7 7447 791, il cake, brorul. পিঠা-গুড়ি, স. শ. {ং, পিঠা + গুড়ি, গুড়া; তাৰে পিঠা কৰা যায়, এতেক) চাউলৰ Ty, powdered rice, rice flour. পিঠাগুড়ীয়া, বি. পিঠা গুড়িৰ দৰে মিহি, like flour, mcaly, পিঠা-পনা, স, শ, ( অং, পিঠা+পনা, অনুৰূ, } পিঠা আৰু তাৰ নিচিনা আন মিঠা খাদ্য, cakes anal sreet-meats. পিঠি, স. শ. {সং. পৃষ্ঠ; ব. পিঠ; হি, পঠ, পাচ ফাল) কোনো বস্তুৰ পাচ ভাগ; চেপেটা বস্তুৰ বা পুথিৰ পাতৰ 91, the lack, one side of a flat thing, a page. পিঠি দি, পিঠিৰ ফাল কোনোৰ সমুখ কৰ; আওকাণ কৰ, মনোযোগ নকৰ, to turn the back to, to disregard, not to altend to পিঠিয়াপিঠি, স. শ, এজনে অনি জনলৈ পিঠি দিয়া কাৰ্য, এতেকে মিলৰ অভাৰ, বিৰোধাবিধি, ভাল নোপোৱা অৱস্থা; যেনে, ধৰ্ম্মেৰে সৈতে তাৰ পিঠিয়াপিঠি, the act of turning the back to one another, antagonisni. পিঠিয়াপিঠিকৈ, ক্ৰি. বি. পিঠিলৈ পিঠি দি, back to back. পিঠিয়া, স. শ. {সং, পিট, পাচি। ভাৰ- পাচিৰ চাকৰ্মী, a kind of basket-gover. পিঠীয়া, স. শ, (অৎ. পিঠি, পৃষ্ঠ, সি পানীৰ ওপৰে পিঠি উলিয়াই যায়, এতেকে) এবিধ ডাঙ্গৰ মাছ, the ualiseer fish. পিণ্ড, স. শ. (সং. পিণ্ড, পিড়, একে লগ ক) মৃতকৰ উদ্দেশে দিয়া গুড়, গাখীৰ তাক কলাৰে সনা অল্পৰ লাৰু; গোলা- ya 72, a lump or ball of rice mixed with milk, sugar, &c., offered to the mates of a deceased person, a. lamp, a hall. পিও-জল, স. শ. { সং. পিও, লাডু +জল, পনী ) মৃতকৰ উদ্দেশে দিয়া পিণ্ড আৰু it, wate, un ollation of cake and water offered to the males of a deceascul porsuit. পিশু-দাতা, স. শ. (সং. পিণ্ডদাতু-পি+ দাতৃ, দিওঁতা) পিণ্ড দিওঁতা, ple wlio offers an olylation to the hands of a deceased person. পিণ্ড-দা, স. শ. (সং. } মৃতকৰ উদ্দেশে fya fani is presentation of the funeral cake to the mancs. পি, স. শ. (সং. পিত্ত, জন্তুৰ ধাতুবিশেষ) জন্তুৰ বুকুত থকা হালধীয়া আৰু তি এবিধ ৰস, সি বিকৃত হলে টেঙ্গা হয়; সেই ৰসৰ মোনা, সাহস, gral), bile, the yall blader, courage. পিতল, স. শ. (স. পিত্তল, এবিধ ধাতু) হালধীয়া বৰণৰ এবিধ ধাতু, brask. পিতলী, বি- পিতলেৰে গঢ়া, brazen. পিতলুৱা, বি. পিতলৰ নিচিনা, পিতলেৰে মিহলি; যেনে, পিতলুৱা সোণ, trass- like, mixed with brass. পিতা, স. শ. (সং. পিতৃ, বোপাই) বোপাই, জনক, জন্ম দিওঁতা, a f.lier. পিতা-দেও, স. শ. (পিতা + দেও, মান্য মানুহক মতা শব্দ } সম্মান কৰি পিতৃক মতাত বা তেওঁৰ কথা কোৱাত বাৱহৃত ste, al term ised in respectfully speaking of, or addressing, a father,