পৃষ্ঠা:হেমকোষ.pdf/৬০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাহঁ মে পিছাই পান কৰণ) পান ক, জুলীয়া বস্তু গিল; মাতৃৰ গাখীৰ! ( অদ্ভুত ব্যাট }; সেনে,

  1. tagram foto, to drink, to satok, as

a yoling animal . পিং, স. শ. জেঙ্গি কাঠ বা বাহ; অপৰাধীৰ প্ৰাণ দণ্ড কৰিবৰ নিমিও থিয়কৈ পোত।

  • 129, a pointed bandwo, &, a picen

of printed woulused for inpaling criminals 01. পিয়াজ, স. শ. { যা.. পেয়াজ ) পনৰু, an oniun. পিয়াপি, বি. ভয় পাই গেট গোট হোৱা, এটা এটা হৈ সকলো 'ফালে যোৱা, { elispersed by lear, , running in clifferent directions. পিয়াপি দি, ভয়ত গোট গোট হৈ সকলো পোনে গতি কৰ; যেনে, বাঘ দেখি গৰুবোৰে পিঁয়াপি দিলে, to be (hirirst luy fene. হি, স. ধ. (সং. পি, ধহ ) ঘঁহু, ঘঁহি গুড়ি কৰ; নেমে, আটা পিহে, to rily, to said, কদ, , পিহেতা, স্ত্ৰী। to আলিৰ দাতি; দীঘল চুলিৰ তিত ৰখা ল; চন্দ্ৰতাপৰ বা আঁৱাৰ দাতিত ওলমাই দিয়া ফুলৰ পাহিৰ নিচিনা সৰু সৰু কাপোৰ; এতেকে ফুলৰ পাহি, the side or clue of an embankment thrown across a field, a fringe of short hair, the model Lorvler of an awning', &, a protal of a flower. ফুল বুজো শব্দৰ পাচত ব্যবহৃত মাত; যেনে, ফুল-পাহ, a particle alilei noun signifying at ftower. সৰু বা শুৱনি ফুল বুজাবলৈ পাহি হয়; সনে, গোলাপ পাহি। পাহ মে, ভালকৈ ফুল, 1 le rul ilon, as a flower. পাহ, স. শ. (স’ পাশ, জৰী) জাল দুই বিন্ধাৰ মাজৰ গাঁঠি; যেনে, পাহ ছিগ। 877 15 777, the kust between twu openings or inesles of a net. পাহৰ, স. বা. (ব, পাসৰণ, প্ৰম) মনৰ পৰা হেৰুৱা, স্মৰণ নকৰ, to forgret. পাহৰণ, কদ, স. বিস্মৰণ, পাহৰা কাৰ্য, the act of forgetting . পাহৰা, স, ধ, ভূলা, মনৰ পৰা আঁতৰা, বিস্মৃত কৰ; যেনে, কথা পাহালে, t) cause l be forgotten. পাহি, স. শ. (“পাহ” চোৱা) ফুলৰ এভাগ; জালৰ দুই ফুটাৰ মাজৰ গাঁঠি, a petal of a tower, a knot between tre open- ings of a fact, উপশ. “পা” চোৱা। পাহি লৰু, বগুণৰ এসৃত ছিঃ, to lve tor, as a strand of the sacred thread of the Brahman. পাছৱাল, বি. (সং, পাৰ্শ্ব, দতি) গাৰ দাঁতি এলমা, পুষ্ট, শকত, plump, fat. পাহ-জাল, স. শ. এবিধ ডাঙ্গৰ মাছ ধৰা জাল, a kind of large fishing nct. পাক্ষিক, বি. (সং. পাক্ষিক—পক্ষ, এপষ) পোন্ধৰ দিনত হোৱা, পষেকীয়া, fort- nightly. পি, দ, ধ, (সং, পা, বং. পিয়ন, হিং, পন, H!! শিহতী। পিহ, কুদ, স. পিহা কাৰ্য্য, মন, the act of griuding . পিহনা, স. শ. কোনো বস্তু ঘহি গুড়ি কৰা 157, a iustrununt for grinsling auything', a yratır. পি, স. শ. ( হিং. পীক, ব. পিক, তমোলব স) চোবোৰ তামোলৰ ৰঙ্গ বস, th red juice of a chewed Intel mut. পি, স, শ, (সং. পিক-পি, কুলিৰ মাত +কৈ, শব্দ ক) কোকিল, কুলি চৰাই, the Indian cuckoo. পিকা, অ. বা. (অং. পিক, তামোলৰ ৰস) পিক পেল, তামোল চোবাই ৰস পেল, to spit out the red juice of a chewed betel nut. পিছাই, স. শ. (অং.. পিক, তামোলৰ ৰস + ছাই, ভস্ম) তমোল খাই পেলো ধুই মাৰ যাবৰ কাৰণে কলা পাত্ত থোৱা