পৃষ্ঠা:হেমকোষ.pdf/৬০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পালী-পহৰী ৫৭ পাহ কৰোতা, পলীয়া; এতেকে, ওজাৰ তলে কাম কৰোতা; যেনে, কমাৰৰ পালী; দোহাৰত গত; যেনে, বিয়াহৰ পলী; এবাৰ খাবলৈ জোৰা দৰব, one of several persons who work by rota- tion, an assistant or subordinate artizan, one of a choms, a close of meclicine. f.74917, 57, inferior. পালী-পৰী,। স. শ. (তা?. পলী, পলীয়া পলীপৰীয়া,} + পহৰী, পহৰীয়া, পৰীয়া পাল পাতি পৰি দিওঁতা; এতেকে পৰীয়া, চৌকীদাৰ; যেনে, “পালী হিৰীয়া সবে নিদ্ৰা গল, উপজিলা জগন্নাথ, a val mani, a gitard, a sentinel. পালে-পালে, ক্ৰি. বি. ( অং. পা, কামৰ সম- য়ৰ ভাগ) পাল অনুসৰি, অপেনি অপেন পালত, জাকে জাকে, in session), flock after flock. পালো, স, শ, (স. পলাঙ্ক; বং. পালঙ্ক, খাট। খাট, এবিধ শযৰি আধাৰ, a Dedstrand পাকী, স. শ. { হিং. ক. পালকী, এবিধ দোলা) চাৰিও ফালে আবৃত এবিধ (1T1, a palaakeen, a kind of sedan. পালজ, স. শ. ( অৎ, পাল, কৰ্য্য কৰিবৰ নিৰূপিত সময় + অৰ, এবিধ ৰোগ ) এদিন 119. af tdi , an intermittent fever. পতি-না, স, শ, (তা, পাল, কাযাৰ নিৰূ- পিত সময় + নাম, দেৱতাৰ গুণগীত ) এই দেশৰ বৈৰুৱবিলাকে কোনো বিশেষ কাৰ্য্য সিদ্ধিৰ কাৰণ পাল পাটি দুই বা তিনি দিনলৈকে কৰা নামকাৰ্ত্তন, prayer offered up to Vislınu at regular intervals for two or unore days with some particular object. পাল-পাচনি, স. শ. ( তা”, পল, কাৰ্য্য কৰিবৰ নিৰূপিত সময় পানি, পঠোৱা) পালপাতি কৰা কাম আৰু দূৰ কাম; যেনে, পাল-পাচনি কৰে, (তাৰ্থাৎ পাল মুসৰি কাম কৰে আৰু কোনো ঠাইলৈ পঠালে যায়। এতেকে পৰিচৰ্যা, menin service. পাৱক, স. শ. (সং. পাৱক-পূ, পবিত্ৰ কৰ) জুই, অগ্নি, fire. পাশ, স. শ. (সং. পাৰ্শ্ব, ওচৰ } ওচৰ, নিকট, 79, vicinity, proximity. (TTC বাৱহৃত )। পাশ, স. শ. (সং. পাশপ, বান্ধু লেঙ্গু, ফই; যুদ্ধত শত্ৰুৰ ডিঙ্গিত লগোৱা এবিধ contestoy a, a rope, a noose used as it weapon of romhat. পাশা, স, শ, (সং. পাশক; ব. পাশা, পাটি। পাষটি, a kital of die so} is playing . পাশুপত, স. শ, ( স. পাশুপত-পশুপতি, শিৱ ) শিৱৰ ত্ৰিশূল, avorslijer of Siva. (Haughton). পাশুপত্ৰ, স, শ. “পাশুপত” শব্দৰ অপভ্ৰংশ। পাশে, আ, অব্য, { অং, পাশ, ওচৰ ফালে, দিশে; যেনে, চৌপাশে; ওচৰত, সমী- পত; যেনে, মোৰ পাশে, olt the side of, near. পাষটি, স. শ. {সং. পষ্টি, পাশা) চৌপট খেল খেদা, তিনিৰ পৰা অৰলৈকে লেখৰ ফুট থকা তিন ডাল মাৰিৰ এডাল, tice for playing. (Haughton). পাষণ্ড, স. শ. {স, পাষও -পাপ, পাক+ য, প্ৰদান কৰ) অধৰ্মী আৰু অনাচাৰী মানুহ, নাস্তিক, অহিন্দু, a. reportolpata, all abandonol wretch, an atheist, one who does not believe in llinduism. পাষ-মৰ্দন, স. শ.. সং, পাষণ্ডমৰ্দন-~- পাস, অধৰ্মী + মৰ্দন, নাশ কৰোতা) তাধৰ্মী বা ঈশ্বৰ মমনাবিলাকক নাশ কৰোতা, বিষ্ণু, a lame of Vishnu. পাষাণ, স. শ. (সং. পাষাণ - পি, পিহ) শিল, a stone, পাহ, স. শ. (সং, পায়স, গাখীৰত সিজোৱা ভাত) এ গাখীৰত সিজোৱা চাউল, 194, a ricc frumenty. পাহ, স. শ. { সৎ, পাৰ্থ, দাতি) পথৰুৱা