পৃষ্ঠা:হেমকোষ.pdf/৬০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাৰ্থক্য পালী পাৰ্থক্য, গু. শ. (সং. পাৰ্থক্য, প্ৰভেদ--- পৃথক, বেলেগ ) বিভিন্নতা, প্ৰভেদ, lif- ference, পাৰ্থিৱ, বি. (সং. পাৰ্থিৱ, পৃথিৱীৰ----পৃথিৱী, ভূমি) পৃথিৱীৰ, পৃথিৱীত হোৱা, এই সংসাৰৰ; যেনে, পাৰ্থিব সুখ; মাটিৰে সজা, মাটিৰ; যেনে, পাৰ্থিব লিঙ্গ, la- danc, Aartlily, carthen. পাৰ্বণ, স. শ. (সং. পাৰ্বণ --পৰ্ব্বণ, অমা- বাসা) অমাবসাৰ শৰাধ, অমাবস্যাত মৰা মানুহৰ শৰাধ, ইয়াত পিতৃ আৰু মাতৃ দুয়ো ফালৰ পূৰ্ব্ব পুৰুষবিলাকক পিণ্ড faria, a ceremony performed at the conjunction of the sun and mioon, at which cakes are offered Tot 1o the paternal anal maternal ancestors. পাৰ্ব্বতী, স. শ. ম. পাৰ্ব্বতী পৰ্ব্বত, হিমালয়) হিমালয় পৰ্বতৰ জীয়েক দুৰ্গ, শিৱৰ ভাৰ্যা, a name of Turga. পৰ্যমানে, ক্ৰি. বি. (অং. পা, সমৰ্থ হ) পাৰিত পক্ষে, if possible. পাৰ্শ্ব, স. শ. {সং. পাৰ্শ্ব-প, কামী হাড়) গাৰ দাতি; ওচৰ, সমীপ, the ribs col- lectively, side of the body, near. পাৰ্শ্বস্থ, বি. (সং পাৰ্শ্ব-পাশ্ব, ঐ+ স্থা, থাকৃগাৰ দাঁতিত বা কোনোৰ ওচৰত F1, being er staying wear or at the sile of the body. পাল, স, ধা. {স, পা, ৰক্ষা কৰ } পপাই, আহাৰাদি দি ৰক্ষা কৰ; আচৰণ কৰু, মান; যেনে, আজ্ঞা পালোঁ, to nourish, 15 oboy, to observe as a fast, &c. পাল, স. শ. (হি. বং. পাল, নাও-চলোৱা উপায় বিশেষ) বতাহ লাগি নাও চলিবৰ কাৰণে মস্তুল ওপৰত উৰ কাপোৰ, পাল পাত বা পাল বাঁটু, কাম কৰিবৰ সময়ৰ ভাগ কৰ, to fix time to act ly rotation. পাল শুটা বা পাল মাবু, আপোনাৰ পালৰ কাম শেষ কৰ, to perforn the duty allotted to one by rotation. পাল শুটু, পালৰ কাম শেষ হ; আয়ুস অস্তু হ, , to be finished, as one's duty or worldly career. পাল, গ. শ. (বং পাল, জাক। জাক, 034777, a floek, a hord. পাল, স. শ. (সং. পালঙ্ক; বৎ. পাল, এবিধ শাক ) এবিধ শাক, a kinal of potlierly. “পালং শাক এনেও হত্ন। পালক, স, শ, { স’ পালক--পাল, ৰক্ষা কৰ ) পলিন কৰোত, ৰক্ষক, a protector, a prescrier. পালটু, , ধা. { বং. পালট, ওলটা ওলট, G4, 35, to turn back, to return. পাটন, কদ, স. ওলটা কাৰ্য, the act of returning . পালটা, স. বা. ঘূৰা, ওলটা, ওভ, to canse to turn back. পাল, কদ, স. (স. পালন-পাল, ৰক্ষা কৰ } ৰক্ষা কৰণ; পোহ কাৰ্য, মনা বা আচৰণ কৰা কাৰ্য, the art of pr()- terting, nourishing, obeying or observing as a fast, &c. পালনীয়, বি. (স. পালন কৰিব লগা, affatto casts, lit. or proper to be protected er obeyed. . পালি-কঠীয়া, য. শ. (সং. পালিত, পালন কৰ+ অ, কঠীয়া, কবৰ নিমিত্তে তিন দিনৰ আগেয়ে তুলি থোৱা ধানৰ পুলি, rice plant plucked and kept for three days before transplanting. পালিত, কদ, বি. (সং. পালিত-পা, ৰক্ষা কৰ) ৰক্ষিত, পালন কৰা, পোহা, protected, cherished. পালী, স. শ. (অং. পাল, কামৰ নিমিত্তে কৰ সময়ৰ ভাগ) পাল পাক্তি কাৰ I sail. পাল, স. শ. ( স. পাল, ৰক্ষা কৰ; বং লা, বাৰ} কেইবা জন লোকৰ প্ৰতি জনে কাম কৰিবলৈ নিৰূপিত সময়; যেনে, att? a turn in rotation. 37