পৃষ্ঠা:হেমকোষ.pdf/৬০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পা পাৰণি। পা, স. শ. (সৎ- পল্প, দুই গাঁঠিৰ মাজ। কোনো বস্তুৰ দুটা গাঁঠিৰ বা জোৰাৰ মজ ভাগ; যেনে, বাহৰ পাব, অঙ্গুলি wpta, the part between two joints. পা, স, শ, (সং. পল্পত, হিং. ব. পান্দা, এবিধ মাছ) এবিধ কোমল বাকলি নথক 175, a kind of fish.. পাটি, স. শ. কোনো বস্তু খোৱা সৰু চাপৰ চা, a small, low bamboo platform used as a shelf. পা, শ, শ. ঘৰৰ পৰা আঁতৰ ঠাইত খেতি কৰিবলৈ নকৈ লোৱা মাটি, land evly ocenpied at a distance from home. পাম, বি. (সং. পাম-পাম, হুৰ চো- কোৰা + ৰা, গ্ৰহণ ক} নীচ, অধম, অঞ্জানী, vile, lov, stupid. স. শ. মূখ, অন্নান মানুহ, a fool, an ignorant man. (স্ত্ৰী) পাবী। পায়, স. শ. (সং. পয়, এৱা গাখীৰ) পৰমান্ন, এৱা গাখীৰেৰে সিজোৱা চাউল, frumenty, rice boiled in milk and seasoned with sugar. পৰ, অ, ধ, (ব, পাৰণ, সমৰ্থ হ) পাগ বা সমৰ্থ হু; যেনে, মই লিখিব পাৰো, to be alole, may, কুদ, , পাৰোতা, (স্ত্ৰী) পৰিতী। (সৎ, পা, পেলা) বহলাই স্থাপন কৰ; যেনে, বঙ্গ। পাৰিছে, to spread down. কৃদ, স. পাৰো, (স্ত্ৰী) পাৰ্বতী। ( সৎ পাত, পেলা, হিং. পাড়না, ব’. পাড়ন, ওখৰ পৰা নমা) ওখ গছৰ পৰা ছিঙ্গি তললৈ আনু; যেনে, আম পাৰিছে, to pick, to pluck. দ. স. পাৰোতা, (স্ত্ৰী) পাৰী। (সং. পাৰ, নৈৰ দি তি; পাৰ, সি দাঙিলৈ যা) নৈৰ দাতি; যেনে, সি পাৰলৈ যাওঁ; সীমা, শেষ; যেনে, দুখৰ tha ato, a river bank, a shore, limit, end. পাৰ কৰু, নৈৰ পাৰৰ পৰা আন পাৰলৈ লৈ যা; উদ্ধাৰ কৰু, মুক্তি দি, to ferry, to deliver from worldly pain. পাৰ ধৰ, শুকাবৰ সময়ত ঘৰ দাতি উই, to begin to lienl up, as a woud. পা পা, অন্ত পা; যেনে, দুখৰ পাৰ পালে, to see the end of, to be at the end of. পাৰ হ, নৈৰ এদাতিৰ পৰা আন তিল যা; যেনে, সি নৈৰ পাৰ হৈছে, to entoss, as a river. পাৰ, স. শ. { সং, পাৰৱত, ব. পায়, এবিধ চৰাই)এবিধ কপৌজাতিৰ পোহনীয়া 6211, a domestie lige, a love. পাৰক, বি. (সং. পাৰক, পাৰোত-পা, সক্ষম হ) সক্ষম, পাৰোতা, নিপুণ, capable, skilful. পাৰ; বি. (সং. পাৰগ, পাৰ পোৱা; বং.. সমৰ্থ) পাৰদৰ্শী; সমৰ্থ, কোনো বিষয় ভালকৈ জনা, নিপুণ, able, skilful. পাৰকতা, ও. শ. পাগলি, নিপুণতা, spasret, s ability, skilfulness. পাৰকীয়া, বি. ( অ. পাগ, সম, বন কৰিব পাৰে, এতেকে) নীৰোগ, সুস্থ, a healthy, 7, *.797198, a healthy person. পাৰচকুৱা, স. ম. শোভাৰ নিমিত্তে কোনো বস্তুত বহাই দিয়া পাৰৰ চকুৰ নিচি সৰু ঘূৰণীয়া তালঙ্কাৰ, a small ova- mental circle engraved upon any thing. পাৰণু, কদ, স. { অ পাৰ, সমৰ্থ হ, গছৰ পৰ ছিঙ্গি তললৈ আন; বহলাই পাত্) সমৰ্থ হন; গছৰ পৰা নমাই আনন, 75018 H9a, the act of heing able, of gallering from tree or of spreading, as a cloth, &c. পাৰণা, স. শ. (স. পৰিণা, ব্ৰত-ভঙ্গ কাৰ্য্য-পূ, তৃপ্ত হ) উপবাসৰ অন্তত কৰা opata, the act of cating and drink. ing after a fast. পাৰণি, স, শ. (ব. পাণি, পাৰ হোৱাৰ বেচ) নৈৰ পাৰ কৰাৰ বেচ, the fare for crossing a river. can, 1