পৃষ্ঠা:হেমকোষ.pdf/৫৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পানী-বটীয়া। 698 পাপীয়সী পানী-টীয়া, বি. ( অ, পানী, জল+বাট, পথ) পানীয়ে চলা, নাৱেৰে যোৱা, travelling by beat. . পানী-মঙ্গলী, স. শ. ম. পানী, জল + সং. মঙ্গলী, কল্যাণৱন্ত ) পানীত থকা আৰু মানুহৰ হাত-ভৰি কেঁকোৰা কৰা এবিধ ভূতুনী (বাভ-ৰোগ ), a water spirit supposed to cunse rheumatism. পানী মড়লী, স. শ. (অ.. পানী, জল + মলী, এবিধ সাপ। পানীত থকা এবিধ মঙলী সাপ, a kind of water snake. পানীময়, বি. পানীৰ নিচিনা, পানীৰে পূৰ, like water, full of water. পানীমলী, “পানীমংলী” চোৱা। পানী-মৰি, স, শ. ( অং. গনী, জল+ মৰি, এবিধ টেঙ্গ) এবিধ ৰসাল আৰু পাকলেও বৰ সোৱাদ নোহোৱা সেসেৰীয়া টেঙ্গা, a kind of fruit. পানী-যুৱঁলি, স. শ. (অং. পানী, জল+ যুৱলি, পানীৰ দাতি) নৈৰ বা বিলৰ পানী বামেৰে লগ লগা ঠাই, পানীৰ facoe hfs, ediye of water, পানী-লগ, স. শ. { অং. পানী, জল+ লাগ, ধ) শৰীৰত পানী সোমাই ৰস অধিক হোৱা ৰোগ, কফৰ পড়া, ১ cold, catarrh, . পানী-শৰাধ, স, শ, { অং. পানী, জল + শব, শ্ৰাদ্ধ ) মৃতকৰ উদ্দেশে বছৰি দিয়া 7-fute, an annual offering made to the muner of a deceased person. পানী-সৰল, স. শ, { অ৭. পানী, জল+ সৰল, এবিধ গছ) এবিধ পানীত হোৱা গছ, fami455, a kind of aquatic plant. পানী-সেউতী, স. শ. এবিধ পানীৰ দাঁতিত হোৱা বগা সেউতীৰ নিচিনা ফুল, ৯ kind of flower. পানী-হাঁহ, স. শ. এবিধ বনৰীয়া পাতিহহ, a kind of wild duck. পা-ধোৱা, স. শ. এবিধ মা খাল দাতি পান্ধোৱা, উঠা কাঁহৰ পাত্ৰ, a kind of bell-metal dish. পাপ, স. শ. {সং. পাপ-পা, ৰক্ষা কৰু, ভাৰ পৰা ৰক্ষা কৰিবলৈ প্ৰাৰ্থনা কৰা যায়, এতেকে ঈশ্বৰৰ নিয়মৰ বাধা শাস্ত্ৰৰ বিৰুদ্ধ কাম, কুকৰ্ম, নিষিদ্ধ 'আচৰণ, fafes 0744, a sin, a vice. পাপগ্ৰস্ত, বি. (সং. পাপগ্ৰস্তু-পাপ, পাতক + গন্তু, গ্ৰাস কৰা) পাপে গ্ৰাস কৰা, পাপত পৰা, পতিত, involved in sin. পাপ-গ্ৰহ, স. শ. দুষ্ট-গ্ৰহ, ক্ৰৰ গ্ৰহ, কুই; যেনে, শনি, মঙ্গল, বাহু বা কেতু, an unfavorable or injurious plant. পাপনাশ, স. শ. (সং. পাপনাশক-- পাপনাশক, পাপ, পাতক+ নাশক, গু- চাওঁতা) পাপ-চাওঁতা, Pato, a destroyer of sin, a purifier frorn sin. পাপনাশী, স.শ. (সং. পাপনাশিন—পাপনাশ + ইন্) পাপ নষ্ট কৰোতা, পাপ-গুচাওঁ, a destroyer of sin, a purifier from sin. (স্ত্ৰী) পাপনাশিনী। বি. ( সং. পাপমতি--পাপ, পাপমতি, পাক+ মতি, মন পাপ কৰি- বৰ ইচ্ছুক, পপত ৰত, of a errupt mind, depravedl. 7. *.47 3001, মন্দ কামৰ ইচ্ছা; যেনে, তাৰ পাপমতি 17?, an evil or sinful intention. পাপায়া, স. শ. {সং. পাপাত্মন-পাপ, পাক+আত্ম, আপোন) পাপ কৰোতা,

        • 16 6917, a sinnci, a wicked

wretch. . পাপিষ্ঠ, বি. (স.) পাপী, পাপ কৰ্ম্মত 73, sinful, wicked. 7. W. 94704 বত মানুহ, a sinful man. (স্ত্ৰী) পাপিঠা। পাশ্ম, বি. (সং. পাপি—পাপ + ইন্। পাপ কৰা, পাতকী, অধৰ্মী, sinful, vieiosis. স. শ. অধৰ্মী মানুহ, পাতকী মাহ, a sinful man. (স্ত্ৰী) পাপিনী। পাপয়সী, স. শ. (সং. পাপয়সূ শব্দৰ স্ত্ৰী- লিঙ্গ) পাপিনী তিৰোত, দুই ভিৰোত, a vicious, wicked woman, an up- chaste woman.