পৃষ্ঠা:হেমকোষ.pdf/৫৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

। পা ধৰ, কঠাৰীখান পাগত উঠিছে, to lye yell- tempered. পা ধৰ, জুইৰ ওপৰ দ্বাৰা আৱশ্যক যিমান সিমান টান কৰ তাত খাটে); যেনে, কমাৰে কটাৰীৰ পাগ ধৰিছে, to temper, as a weapou. পাগুৰি, স. শ. { অং. পাগ, ৰন্ধন + মাৰি, যষ্টি ) চৰুত ভাত আঞ্জা লৰোৱ মাৰি, e, a stick used for stirring any. thing while twiling of cooking, পাগল, ভালৰূপে ৰা ই; যনে, আঞ্জাই পাগ লৈছে। তাপৰ দ্বাৰা যিমান হব লাগে সিমান টান হ; যেনে, এই কটা- ৰীয়ে পাগ মললে, 16) lic well colkl or tompered . পাগ লাগু, ভালৰূপে ৰন্ধা ই; যেনে, আঞ্জা- খান পাগ লাগিছে। তাপৰ দ্বাৰা যিমান হব লাগে, নিমান টান হ; যেনে, দাখনত পাগ নেলাগিল, to the sell cooked or temperul. পাগৃশালি, স. শ. { আং. পৰ্গ, মাটিৰ পাত্ৰত দিয়া তাপ + শালি, কোনো কামাৰ ঠাই। কুমাৰ চৰুকলহ পাগত দিয়া ঠাই, a { potters kiln or free. পাগল, স, শ. বং. পাগল, বলিয়া। বলিয়া, বাঙুল, a mask man. { স্ত্ৰী। পাগলী! পাগুৰি, স. শ. { . পাগ, মূৰত বন্ধ কাপোৰ+ উব, পিন্ধ ) শোভাৰ নিমিত্তে মূৰত মোৰোৱা কাপোৰ, পাগ, a {arlost, পাগুল, স. ধ. (হি, পাগুনা, ঘাঁহ চোবা। পেটৰ পৰা মুখলৈ উলিয়াই চাব : যেনে, গৰুৰে ঘাহ পাণ্ডালে,! chew the end, to ruminate. পাগুল, কদ, স. পাগুলা কাযা, the act of ruminating . পাছ, স. শ. (সং পশ্চাৎ; আগৰ বিপৰীত ভাগ) আগ ফালৰ বিপৰীত ভাগ, পিঠি কাল; যেনে, মই তেওঁৰ পাচত গলা; কোনো কাৰ্য্যৰ শেষ; যেনে, ইয়াৰ পাচত, the back side, the rear, the last part of time or place. fq. 4759 ফালৰ, পিঠি কালৰ, সমুখৰ বিপৰীত ফালে থকা; যেনে, পাচ ঠে, hincter, following . পা ধৰ, পাচত যা, লোকে যেনে কৰে তেনে। ক; যেনে, সৰু মামুহে ডাক্ষৰৰ পাচ ধৰে, to follow, to imitate. পাচ্ পৰ, পাচত পা, to fall rehind. পাঁচ্ ল, পাচত যা, to folloy. পাচ্ হোঁহক, পাচলৈ গতি কৰ, পাচলৈ fotofar at, to recoil, to fall back. পাচক, বি. (সং. পাচক-প, সিদ্ধ ক ) ৰন্ধা, বন্ধন কৰা, জীণ নিও, পাকী; দোনে, পাচক ঔষধ, employel in ork ing, ligestive. পাচক-পিও, স. শ. সং.. পাচকপিও-পাচক, জীৰ্ণ কৰা+পিও, এবিধ গাৰ ৰস) আহাৰ জীণ-নিওৱা এবিধ পেটত থকা ৰস, gastric juice. পাচতীয়া, বি. { অং. পাচ, শেষ ) বৰ পলমে বা পাচত জন্ম, হোৱা বা কৰা, নুমলীয়া, pelny, late, born, produced or cultivitel last of all. পাচতীয়াকৈ, ক্ৰি. বি. শেষ আটাইৰে পাচত, fate in the season of last of all, পাচন, স. শ. (স. পাচন -প, পাক কৰু গছৰ শিপা আদি সিজাই কৰা ৰস, কাথ, a decoction of various medicinal plants. পাচলি, স. শ. { সং, পচ, পাক কৰ ) খাৰধি, মানুহে সিজাই খোৱা শাক, পাত, ফল, মূল বা ফুল, egetiteit vegetables, greens, roots, stalks, fruits, &c., used as food. পাচি, স, শ, শস্য আদি খবৰ কাৰণে বাঁহৰ কাঠীৰে কৰা এবিধ সঁজুলি, ৫ basket for keeping corn, &c. পাচুৱা, অ, ধা. (অং. পাচ, পিঠি কাল। পাচলৈ যা, পাচ ফাললৈ গতি কৰু, to go behind, to recede. 7. 7. পেলাই আগ বাঢ়; যেনে, লগৰীয়া