পৃষ্ঠা:হেমকোষ.pdf/৫৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পা মাৰ, পাগত্ উই পাক্ , ঘূৰা, মেচৰ, pfa cts, to turn, to twist, to return quickly. প, স. শ. (সং. পাক---প, সিদ্ধ হ) ৰন্ধন, খোৱা বস্তু সিজোৱা কাৰ্য্য; যেনে, পাক কৰিছে; পকা বা পূৰঠ যেনে, বুদ্ধিয়ে পাক পাইছে, জীণ সেব! অৱস্থা; যেনে, পেটত 0744, the act of cooking, maturity, ligestion. পাকৰ্তা, স. শ. (স.) পাক কৰোতা, at for a cook. পাকৃ-ঘৰ, স. শ. ( সং. পাগৃহ, ৰান্ধনি দৰ ভাত ৰন্ধা ধৰ, l (){okitom. পাক্-ঘূৰণি, স. শ. বৰকৈ বেগাই ঘূৰি ফুৰাৰ নিমিত্তে হোৱা মূৰ ফুৰণি, vid- diness caused by turning round amil round very quickly. ‘পা চক্ৰ, স. শ, { অং. পাক, মেৰ + সং. চক্ৰ, ঘূৰণীয়া বস্তু। প্ৰতাৰণ, চাতুৰী, দুষ্টালি, deseit, fraul. পাক্‌-পাত্ৰ, স. শ. (সং. পাকপাত্ৰ-পাক, ৰান্ধন।পাত, সাজ) ভাত আদি বন্ধু। 718, a cucking pot. পাকৃ-ভেঁহৰ, স. শ. (অং. ক, ঘূৰোৱা+ ভোহৰ, বিন্ধন) পকাই ফুট। কৰা এবিধ fael, an auger, a gimlet. পাকৰি, স. শ. (অ. পকা, মেৰা) যতৰৰ শলাত মেৰোৱা নৃতা, মৃতলাহী, a loaull of throu wound in a spin:lle. ( অপ্ৰচলিত )। পাকৰী, স. শ{সং. পটী, জৰি গছ। এবিধ গছ, শুৰি গছ, a kisul of tig tree, Fieren infectoria. (Gamble). পাকৃলাগি, ক্ৰি. বি. (অং পাক, মেৰ+ লা, যুক্ত হ} ঘূৰ্ণ ভাৱে, প্ৰকাৰাৰে, indirectly. পাফী, বি. (সং. পাক, ষিদ্ধ কৰা কাৰ্য) শয়ে পাক পোৱা বা জীণ যোৱা; জীণ নিওৱা, জীৰ্ণকাৰী, tasily digested, digestible. , পাকেপতি, ক্ৰি. বি. প্ৰতি পাকতে, ধনে 962, at every turn, repeatedly. পাকৈ ৰ্টোৰ, স. শ. এবিধ ভাঙ্গৰ ঠোটেৰে ' 6943, the horn-will. পাকৈতু, বি. (অ. পাৰ্গত, নিপুণ) শীঘ্ৰে কাম কৰিব পৰা, কামভনিপুণ, destrous. (সং. পক্ষ, চৰাইৰ গাৰ ঢাকনী চৰাইৰ গাৰ ঢাকনী; মাছৰ ডিঙ্গি আদিত থকা পাতল ছলেৰে আবৃত

  • $!#Je, leather, the fins of fish.

মাছ ” চোৱা। পাখি সৰাল দি, ন পাখি গজাবলৈ পুৰণি fat sai gi 44, to clange or cast the feathers, to mew, to moult. পাগ, স. শ. { হি. বং, পাগ, মুৰত বন্ধ কাপোেৰ) ধুনৰ নিমিত্তে মূৰ মেৰোৱা কাপোৰ; মূৰত পিন্ধিবৰ নিমিত্তে ঠকুৰাত মেৰাই ঘূৰণীয়াকৈ বন্ধা কাপোৰ, a turban. পথ, স, ধা. { সং. পাক, সিদ্ধ কৰা কাৰ্য) পগ, জুলীয়া বস্তু তপতাই ঘন কৰ, to heat as a liquid. পান্থ, স, শ, সৎ, পাক, ৰন্ধন পাক, বন্ধন, ৰন্ধা কাৰ্য্য; যেনে, একে পাগতে খোৱা মানুহ; মাটিৰ পাল টান কৰিবলৈ দিয়া জুইৰ তাপ; যেনে, কুমাৰে চৰু কলহ পাগত দিয়ে; ধাতুৰ বা মাটিৰ বস্তুৰ তপৰ দ্বাৰা হোৱা টান বা ঢিল অৱস্থা; যেনে, পাগ টান হলে কটাৰী otest, the act of cooking, the heat of fire applied to cartheu vossals to larten them, the tempering of metals. পাগ-টান, বি. টানকৈ পাগ ধৰা, বৰকৈ তাপ দিয়া; যেনে, পাগ-টান কটাৰীৰ মুখ ভাগি যায়, highly tempered. পাগটু, স. শ. কেঁচুৱা লৰাৰ জিভাত ক্ষত হৈ বগা হোৱ ৰোগ, caker in the mouth of infants. . পাগতু উই, পাগল, জুইৰ তাপৰ ৰাৰ যিমান হব লাগে সিমান টান হ; যেনে,