পৃষ্ঠা:হেমকোষ.pdf/৫৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাও প্ৰাপ্য) পাব লগা, প্ৰাপ্য; যেনে, পাউনি ধম, obtainable boy, payable to. স. শ. প্ৰাপ্য বা পাৰ লগীয়া ধন বা বস্তু; যেনে, মোৰ উনি খিনি দিয়া, something obtainable by or pay- able to, পাওন, কৃদ, স, প্ৰাপ্তি, পোৱা কাৰ্য্য, the act of getting . পাওনা, বি. “পানি” চোৱা পাং, স, ধা, মনতে সাজ, কল্পনা কৰ; যেনে, এই কথা মনোৰে পাৰ্ছিা, to plan , পাং পাত, মিছা কথা সাজ; মিছা ওজুৰ rapy, to invent an excuse.. পাউৰি, স, শ, এবিধ বাঁহৰ কাঠীৰ মাছ। ধৰ যতন। ভিতৰত কিছু জেৎ-জাবৰ দি তাক পানীত পেলাই থলে ভাত মাছ att att a kind of bamboo পা পৰ, স. শ. (সং. পঞ্জি, পঞ্জী) তিথি পাজী, নক্ষত্ৰ লেখা পুথি, পঞ্জিকা; কৃত কাটিবৰ কাৰণ দীঘলকৈ মেৰোৱা ভূলা; ( তাৰ আকৃতি হেতু) শকুৰ নিমিত্তে বাটত পা বাঁহৰ কাইট, an almanac, a wisp or roll of cotton from which thread is spun, a bamboo spike stuck in the ground with the printed end uppermost to prevent the approach of an enemy". পাজি কাটু, পাজিৰ পৰা সূতা ক. to spin cotton. পঙ্গুৰি, স. শ.! সং, পাঁচ, এক আধিক চাৰি চৌপট খেলৰ পাচৰ লেখ, a throw of diec, which cants five. পাঠা, স. শ. { বং, ঠা, ছাগ) খাহী নকৰা ছাগ, an un:astrated gat. পাতি, স, শ. (সং. পংকি, শাৰী শাৰী। গছ ৰো বা গুটি পচোৱা খাল, এক প্ৰকাৰ গুটি চলাই খেদা খেল, a line, a row, a drill for planting, a kind fish trap of game. , পাঁকৰা, স. শ. এবিধ হেঁপাৰ নিচিনা বনৰীয়া জন্তু, সি “পাও পাওঁ ” এনে শব্দ Ft, a kind of wild cat. পাচ্, সংখ্যা- (সং. পঞ্চ) চাৰি আৰু এক, five. পাঁচ, স, ধা. (সং. প্ৰেষণ, পঠোৱা) প্ৰেৰণ কৰ, পঠিয়া ( মানুহত খাটে ), to semed, to depute. পাচ, কুদ, স, পচা কাৰ্য, tle act of sending. পানি, স. শ. (অং. পাঁচ, পঠিয়া) অসমীয়া গোসাইবিলাকৰ দূত বা টেকেল; যিচুৰ 19 6 Feito, a niensenger, an apostle. পাঁচি, স. শ. (স’, পংক্তি, শাৰী) দীঘলীয়া এক খণ্ড, এছিটা { মাটি }, a long strip, (applied to land). পাঁচকুণীয়, বি. পাঁচোটা কোণ বা চুক পাঁচুকীয়া, থকা, jocntagonal. পাজ, স. শ. (স. পঞ্জৰ, কামীহাড়;; পাৰ্জৰি, বং, পাঁজ, গাৰ পঁতি) গাৰ fo, appear, the flank, the side of

the body.

পথ, স. শ. (সং. পাশ্ব, দাতি। কোনো লেখাৰ বা পুথিৰ শূকৈ ৰখা দাতি; চেপেটা মাছৰ পেটৰ ফাল বা কোলঠি; যেনে, চিতল মাছৰ পথ, the magin of a book, &e., the lower part of a flat fish. পা, স, শ, ( অং. পকা, মেৰা} মেৰ, মোচোৰা; নৈৰ মোৰ; লেঠা, জগৰ; যেনে, তাৰ Site পাক লাগিছে। চাকনৈয়; যেনে, নাও পাকত পৰিছে, ৪ henil, a turn, a ta ist, a bend of a river, a fault, an eddy. পাক খা, মেৰ লগ; যেনে, জৰী ডালে পাক খাইছে, দূৰ, to the twisted, to turn. পা দি, ঘূৰা, মেৰা; যেনে, লেজুত পাক fc&, to tum, to twist. পা পৰ, নৈৰ পানী দূৰ; যেনে, নৈত to sfa75, to move, as an eddy, to turn as water,