পৃষ্ঠা:হেমকোষ.pdf/৫৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পদুমৰীয়া উনি পক্ষিশাৱ, স. শ. (সং. পক্ষিশাৱক—পক্ষিন, চৰাই+ শাৱক, পোৱালী চৰাই-পোৱালী, a young birit. নিমিত্তে হৰিণা আদি জন্তু বখা চাৰিও ফালে বেৰা হাবি ঠাই; মানুহে চাবৰ { নিমিত্তে নানা বিধৰ জন্তু থোৱা ঠাই, • a piece of waste land surrounded by walls for the preservation of হaime, a preserve, a zovlogical garden. . 'হুমৰীয়া, স: শ. (অং, প, জন্তু + মা, বধ } জন্তু বধ কৰোত, ব্যাধ, a huriter, it sporteman. fq. 78 179, hunting. পক্ষ, স. শ. (সং. পক্ষপ গ্ৰহণ কৰ। আধা মাহ, পোন্ধৰ দিন; চৰাইৰ ডেউক। বা পাখি; পম্পৰ বিবাদ কৰা দুজন বা দুজুম মানুহৰ এজন বা এজুম; গুচৰীয়া বা পদকীয়া, 'lhalf a month, fortnight, a wing or feather, 1 parts, a plaintiff or defendant. পক্ষপাত, স, শ. ( সং. পক্ষপাত-~পক্ষ, দুজন বিবাদীৰ এজন+প, গমন কৰ। পৰম্পৰ বিবাদ কৰা দুজন বা দুষ্টুম লোকৰ এফালক কৰা সাহায্য বা হিত, partisinship, partiality. পক্ষপাতিত, শু. শ. (সং. } পক্ষপাত, partiality: পক্ষপাতী, বি. (সং. পক্ষপাতিন--পক্ষপাতি + ইন ) পৰম্পৰ বিবাদ কৰা দুজন ব অধিক লোকৰ একালক সাহায্য কৰা; কোনো এজনক বা “এটা বস্তুক বিশেষকৈ ভাল পোৱ; যেনে, বিধৱা বিবাহ yat, partial, having a [ ference, পক্ষান্তৰে, ক্ৰি. বি. (সং. পক্ষান্তৰ, শান কাল) আন ফালে, সিফালে, on the other land. . পক্ষিজাতি, স. শ. (সং. পক্ষিজাতি—পক্ষি, পাখি থকা+ জাতি, বিধ) চৰাইৰ শ্ৰেণীৰ জন্তু, feathered race, birls in gencral. পজিজ, স. শ. (সৎ, পৰািজ --পক্ষি, চৰাই+ৰাজা, অধিকাৰ) গৰুড়, a name of Garinda, “গৰুড় ” চোৱা। পক্ষী, স. শ. (সং. পক্ষিন—পক্ষ, পাখি; পাখি আছে, এতেকে) চৰাই, a bird. পক্ষে, আ- অব্য. { সং.. পক্ষ, সাল) ফলে, অনুকূলে, সমন্ধি, ১০) the side of, in favor of প, স. ধ. (সং, প্ৰাপ—প্ৰ, উপস.+ আপ, ল; হিং. পানা; বং, পাওন) লড়, লাভ ক, উপাৰ্জন কৰ; যেনে, সি ধন পালে; কোনো ঠাইত উপস্থিত হ গৈ; যেনে, ধুবুৰি পালে গৈ বোধ কৰ; যেনে, ভাল পায়, বেয়া পায়; সন্থ, ধ, { তত খাটে }; যেনে, ভূত ভূতে পায়, to yet, t. plytain, to get to, to arrive at, to frel, to possess (said of evil spirits). . . উচিত হ, ন্যায় হ, যুগুত হ; সেনে, লৰাই ডাঙ্গৰৰ কথা föra ty, to b» fit or proper. পাই, স. শ. হি. বং. পাই। ধনৰ দৰে চলোবা তামৰ সৰু চাকলি, এক পইচাৰ Fifa 54514 fotst, it pie, one-third of a pice. পাই, স. শ. (হি. পায়েক, ৰায়ত+ ব. পাইক, ভৰিৰে ৰণ কৰা সৈন্ত ) অসম দেশৰ সামান্য ৰায়ত। সিহঁতে পোৰ। মাটিৰ বাবে ৰজাৰ নিজৰ ৰাজ্যৰ নিমিত্তে কাম কৰা সিহঁতৰ বাৰ আছিল, আৰু ৰজাই সিহঁতক সিহঁতৰ মাটিৰে সৈতে কোনো এজনক দান কৰিব পাৰিছিল; আনৰ মাটি খোৱা মানুহ, a comrno rayat of Assam in the days of the Assam Rajahs, a tenant. পাইকা, বি. পাইকে ভোগ কৰা, পাইকৰ ( s ), beled by a purik ( sail of land). পাইজমা, স. শ. (যাং. পা-জামা} এবিধ foarce, a kind of loose trousers. The Hindustani paijamı. পাউনি, বি. হি. পাৱনা; বং. পাওনা,