পৃষ্ঠা:হেমকোষ.pdf/৫৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পট পগড়। xátoy, one who catches fish with a pala. পল্ট, স. শ. ( হিৎ, পল্টন, সৈন্যৰ সমূহ। প্ৰায় এক হাজাৰ সৈন্থৰ সমূহ; সৈন্য 991199, a regiment পটনীয়া, বি. পল্টন সম্পৰ্কীয়, সৈন্যৰ; যেনে, পল্টনীয়া চাহাৰ, ilitary. পৱ, স. শ. {স, পল্লৱ--পদ, ভৰি+, কাট) কোমল পাতেৰে যুক্ত ক্ষুদ্ৰ ঢাল; sata, a small branch with view leaves, a shot. পাৰি, বি. (সং, পল্লৰমুক্ত, কুঁহিপাত ধৰা; যেনে, বৃক্ষ পল্লৱিত হৈছে, lias. ing new leaves. পৱন, স. শ. (স. পৱন -- পূ, শুদ্ধ কৰ; দুৰ্গন্ধাদি উড়াই নি শুদ্ধ কৰে। বাহ, 71, air, wind. পৱন-পুত্ৰ, স, শ. {সং. পৱনপু-পৰন, ঐ+পুত্ৰ, পুতেক) হনুমন্ত, { তেওঁ বায়ু, দেৱতাৰ পৰা অঙন। মেৰে এজনী বান্দৰীত জাত হৈছিল বুলি খ্যাত }, a name of Hanwall. a শৰাৰ পাচত “পুত্ৰ” বাজাৰ। গান শুৰু লগ লাগি হনুমন্তক বুজায়; যেনে, পৱন- নন্দন, পৰনগুন, পৱনজ, পৰ্ন-সুত পশু-প্ৰবৃত্তি, স. শ. {সং. পশুপ্ৰবৃত্তি--পশু, জন্তু + প্ৰত্তি, বাঞ্ছা। সামান্য প্ৰস্তুৰ নিচিনা ইন্দ্ৰিয় সুখৰ বাঞ্ছা; খোৱা, পিয়া, শোৱা আৰু মৈথুনৰ ইচ্ছা; যেনে, পশু- প্ৰবৃত্তিবোৰ বলৱতী হলে মানুহ গুচে, sensuality, desire of catiny, chrink- ing, sleeping (p <ulation, a kw propensity. . পশুবাহ্, স. শ. (স. পশুৰাজ—পশু, জন্তু + ৰাজন, গৰাকী) সিংহ, a tion. পশ্চিম, স. শ. { সং. পশ্চিম—পশ্চাত, পাচ। পশ্চিম দিশ, পূব ফালৰ বিপৰীত ফল। { হিন্দুৰ সকলো ধৰ্ম্ম-কায্য পূবলৈ মুখ কৰি কৰা যায়, এতেকে পচিশ ফাল পাচ ), the west. প, স, শ. ম. পক্ষ, এমাহৰ অধ। এমাহৰ অধ, পোন্ধৰ দিন, fort. night, পষু পৰু, এমাহৰ আধা য; যেনে, এই মাহৰ আজি পৰ্য পৰিছে, to elapse, to lx passoul. পষেকীয়া, বি. এপষত হোৱ|; এপষ থাকা, fortnightly . পৰী, স, শ, { হি. বং. পসাৰী, মচলা। দিব চাতা) মোল পাণ বা ফল মূলাদি সামান্য বস্তু বেচা তিৰী { পদত মাখন ৰাৱত); মেনে, “কোনে? লৈবে বুলি প্ৰসাৰী দিলে ডাক", a woman who sus betel nut, fruit, ftowers, &c, “পোহাৰী” চো। পলঙ্গী, স. শ. পুৰণি অসমৰ এবিধ জুই দি 771 facay, a kind of Assames. natchlock. পহাৰ, “ পোহাৰ,” “ পোহাৰী” চোৱা। পছ, স. শ. (সং. পশু, চাৰিঠেঙ্গীয়া জন্তু) হৰিণা জাতিৰ জন্তু; যেনে, হৰিণা পহু, শৰ পহু, মুগৰী পছ; চাৰিঠেঙ্গীয়া জন্তু, an animal of the deer kind. “হু-গড়, স, শ, { অং, প, জ +গড়, আবৃত ঠাই। ছেজৰ লোকৰ ধেমালিৰ পশ, অ, ধ. (সং. প্ৰশ, সোমোৱ) সোম, ভিতৰলৈ য{ ( প্ৰায়ে গত মথেন ব্যৱহৃত); যেন, “পশিলা নগৰে, {1) enter, পশু, স. শ. (স. পশু-পশি, গতি ক, } দৃশ, দেখ, দৃশৰ ঠাইত “পশ" হয়, আৰু “উ” প্ৰত্যয়) চাৰি ঠেঙ্গীয় বস্তু; যেনে, গৰু, মহ ইত্যাদি, a least পশুত্ব, . শ. { স.) জন্তুৰ স্বভাৱ, জন্তুৰ 3771, the nature or state of an animal. পশুপতি, স, শ. (সং. পশুপতি-শু, জীয়া জন্ধ+পতি, অধিকাৰ সদাশিব, (জন্তু মাত্ৰাৰেই গৰাকী এতেকে }, a sah of Siva.