পৃষ্ঠা:হেমকোষ.pdf/৫৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পলোৱাই পলায়, দ. স. (স. পলায়ন-পৰা, উপস.+অয়ন, গতি) পলোৱা কাৰ্য্য, লুকাই থকা বা মনে মনে স্থানান্তৰ হোৱা

  1. th, the act of running away or

absconding, elopement. পলায়মান, বি. (স.) পলাই পলায়ন-পৰায়ণ, যোৱা, হাৰি লৰ মৰা, running away, fleeing. পলায়িত্, কদ, বি. (স.) পলোৱা, পলাই যোৰা, গোপনে স্থানান্তৰ হোৱা, run- ning away, eloping. পলাশ, স. শ. (সং. পলাশ- পল, মাংস + অশ, বিস্তাৰিত কৰ; মঙ্গহৰ নিচিনা বৰণ, এতেকে। এবিধ উজ্জল হালধীয়া ফুল; তাৰ গছ, a tree learing reddish flowers. Butea fron.losa (Gamble). পলিত, বি. (সং. পলিত-পল, গতি কৰু, মৃত্যুৰ ফাললৈ গতি কৰে) বুঢ়া অৱস্থাৰ কাৰণ বগা হোৱা, পকা ( চুলিত খাটে); যেনে, পলিত কেশ, turned gray owing cantate, decp? mud, nire. "top বোকা” ও হয়। পল, স. শ. (সং. পলৰ, এবিধ মাছ ধৰা যতন) বাহৰ কাঠীৰে সজা এধি মাছ ধৰা যহন, তাৰ তলি উদং আৰু বহল, মুখ চেপ, তাৰে পানীত চাব মাৰিলে ভিতৰত যি মাছ সোমাই ৰয়, তাক মুখেদি হাত ভৰি অনা যায়, a kind of basket for catching fish. পলকৃ, স. শ(সং. পল, অতি অলপ কাল ) চকুৰ পচাৰৰ সমান কাল, অতি অলপ ot, a twinkling, a moment. পল, স. শ. (সং. বিশখ, গহৰি ) বিলম্ব, গহৰি, lelay. পলমে, ক্ৰি. বি. বিলম্ব কৰি, পাচে, leisurely, not quickly. পৰীয়া, বি. (অ. পলা, পুই পা ) পোৰা, লুকাই থকা; গোপনে স্থানান্তৰ Cetat (3912. 9. ), fugitive, cloping. (m. ৪. ). পল, স. শ. (সং. পলল, পঙ্ক) নৈয়ে পেলোৱা বোকা; এতেক সাৰৰ বাহিৰৰ 69722 ott, soft mul deposited liy a river, sap-wood. পলসুৱা, বি. সাৰ নথকা, পলসযুক্ত (কাঠত খাটে); যেন, পলসুৱা কাঠ; নৈয়ে পেলোৱা বোকাযুক্ত; যোন, পলসুৱা মাটি, consisting of mud deposited by a river, soft, sappy (said of wood) পলা, অ. বা. (সং. পলায়ন, লুকোৱা) লুকাই থাক, গোপনে গুচি যা; ৰণত হাৰিলৰ মাৰ; যেনে, পলায় বাসৰ পাচক ote, to abscond, to clope, tu flee. পলা, স. শ. বেতেৰি, এবিধ সৰু বেতৰ সঁজুলি, তাৰ ভিতৰত সৰিয়হৰ গুড়ি ভৰি ওপৰত হেঁচনী দি তেল উলিওৱা যায়, a small rattan basket used in pressing nil. পলাউৰী, বি. পলোৱা, শুকাই থকা (খ্ৰী), abaconding, eloping. to old age. পলী, স, শ, (হিং. পলীত, ৰৰ হিলৈত জুই দিয়া শিহা; বং, পলতে, শলাকানি) কলাই খাৰ ভৰা বস্তুত জুই লগোৱা শিহা;; যেনে, ফটকাৰ পলীত, # fuse. চাকিৰ শলাকানি পলী নহয়, সি শলিতা। পলীয়, বি. (অং. পাল) পাল অনুসৰি কাম কৰা, working by rotation. স. শ. পাল গতি কাম কৰা লোক, one of several persons who work by turns. পলু, স. শ, (ব. পলু, পাট মূৰ পোক। মুগা পাট আদিৰ পোক, a silk worm. পলুৱা, স. শ. (অ, পল, সুকা) সুই থ, পুকাই আন ঠাইলৈ লৈ যা, গোপনে নি, (মানুহত খাটে); যেনে, ছোৱালী জনী পলুৱাইছে, to cause to run away or elope, কদ, স, পলুৱাওঁতা, {মী। পলুৱতী। পলোৱই, স. প. পল-বাওঁ, পলৰ মাছ