পৃষ্ঠা:হেমকোষ.pdf/৫৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পযু থকা ৰা , 17 ceny, living or produced on a hill, or mountain, পৰ্যন্ত, তা অবা. (সং. পৰ্যন্ত-পৰি, উপস.+ অন্ত, শেষ সিমানলৈকে, কোনো এক বিশেষ ঠাই, কাল বা সংখ্যালৈকে, পৰিমিত; যেনে, এই ঠাই পৰ্যন্ত, আত্তি পৰ্যন্ত, এশ টকা পৰ্যন্ত, as far a৯, up to. কাৰ) ভূতৰ দোষ, ভূতৰ পৰা হোৱা 454, demoniacal possession. পথুমা, স. শ. (পঘুম, সেই চৰাইৰ মাত ) এবিধ বনৰীয়া পিৰজাতিৰ চৰাই, a kinel of wond pigeon. পছায়া, স. শ. ( অং. পৰ, ভূত ছায়া, ছ) অকস্মাত দেখা ভূতৰ আকৃতি, an apparition, a spectre. পৰ্ণ, স, শ. {সং. পৰ্ণ—পৰ্ণ, সেউজীয়া বৰণ ধৰ গছৰ পাত, এতেকে পাণ, তামোলে সৈতে গোৱা এবিধ পাত, a leaf of a tree, a betel leaf. পৰ্ণকুটীৰ, স. শ. (সং. পৰ্ণকুটীৰ-পৰ্ণ, গছৰ পাত+ কুটীৰ, পজা) গছৰ পাতেৰে চাল by 70sy , a Imut or lovel covered with leaves and grass. পৰ্ণ-নৰ, স. শ. {সং, পান--পৰ্ণ, পাত +ন, মামুহ) দাহ কৰিবলৈ নোপোৰা শৱৰ প্ৰতিনিধিস্বৰূপে পৰিবৰ নিমিত্তে গছু পাতেৰে সজা এটা মানুহৰ আকুতি, an effigy stuffed with leaves which is burnt as a substitute for a de ceased person whose body cannot be found. পৰ্ণশাল, স. শ. {স, পৰ্ণশালা---পৰ্ণ, পাত +শালা, ঘৰ) পৰ্ণকুটীৰ, গছ পাতেৰে Centary 6, & hut covered with leaves and grass , পৰ্দা, স, শ, ( যা.) কাপোৰৰ ঢকনী, আঁৰ কাপোৰ, a screen of cloth. প, স. শ. (স. পৰ্ব্ব-প, গতি কৰ; সূৰ্যৰ গতি অনুসৰি নিৰূপিত হয়, এতেকে। কোনো উৎসৱৰ তিথি; প্ৰতি বছৰত কোনো ধৰ্ম্মত্যৰ নিমিত্তে নিক- পিত দিন; পুথিৰ এভাগ, a religious festival, a holiday, a part of book. পৰ্ব, স. শ. (সং. পৰ্বত-প, পূৰ ২) গিৰি, ওখ শিলৰ সমূহ, a hill, a motin- tain. পৰ্বতীয়া, বি. (সং. পত, গিৰি} পৰ্বত পৰ্যাপ্ত, বি. (সং. পৰ্যাপ্ত পৰি, উপস, + আপ, প্ৰাপ্ত হ) প্ৰচুৰ, যথেষ্ট, যিমান ayos fruta, sufficient. পৰ্য্যাপ্তি, স. শ. (স.} প্ৰচুৰ, যিমান লাগে সিমান হোৱা অৱস্থা বা গুণ, sufficiency . পৰ্যায়, স. শ. {সং, পৰ্য্যায়--পৰি, উপস, +অ, গতি কৰ) একে লগ কৰা সমাৰ্থক শব্দৰ সমূহ, a collection of synony- mous terms. , পৰ্যালোচ, স. শ. (সং. পৰ্যালোচনা পৰি, উপস. + আ, উপস.+লোছ, চা ) ভালৰূপে বিবেচনা কৰি চোৱা কাৰ্য্য, ভালকৈ গমি চোৱা কাৰ্য, the act of deliberating or considering thoroughly. . পৰ্যাষি, কদ, বি. (সং. পৰ্যুষিত--পৰি, উপস. +ৱস, বাস কৰ আগৰ ৰাতিৰ পৰা পাচ দিনালৈ থকা, বাহী, stale, kept overnight, not fresh. পশুইদিনা, কালিৰ আগৰ দিন) যোৱা কালিৰ আগৰ দিন, অহা কালিৰ পাচৰ দিন; যেনে, পণ্ডইলৈ আহিবি, the day before yesterday, the day after to-morrow. ক্ৰি. বি. যোৱা কালিৰ আগৰ দিন, the day before yesterday. পশুৰাম, স. শ. “পৰশুৰাম” চোৱা। পল, স. শ. (সং. পল-পল, গতি কৰ) এভঁৰৰ ৰাঠি ভাগৰ এভাগ, sixtieth part of a 31 পল, স, শ, (সং পলল, বোকা বৰ দ বোকা; যেনে, পলত পৰা গৰু শৰিৰ à