পৃষ্ঠা:হেমকোষ.pdf/৫৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পৰাগা পৰীক্ষা। । পয়ালগা, বি. (সং. পয়, গাখীৰ+অং.. লগ, যুক্ত হোৱা; পিয়াহৰ দোষযুক্ত) মাকৰ পিয়াহৰ দোষত বা কম পিয়াহৰ fra 1973 , emaciated owing te> unwholesomeness or want of the mother's milk. পয়োধ, স, শ, সং. পয়োধ-পয়স, গাখীৰ, পানী+ধ, ধৰ) স্তন; মেঘ, a women's breast, a cloud. পয়োনিধি, স. শ. (সং. পয়োনিধি--পয়স, পাণী। নিধি, ভঁৰাল) সাগৰ, the occal. পয়োভৰু, স. শ, প্ৰতাপ, শক্তি, ক্ষমতা; ঐশ্বৰ্য, বুvower, strengtly, wealth. পৰ, স. শ. (স. পৰ-পৃ, পূৰ্ণ কৰ) আপোন নোহোৱা বা নিলগীয়া মানুহ। যেন, পৰে পৰৰ মৰম নেজানে, নিজ বাজে অন; যেনে, পৰৰ আৰ্জন নে- খাবা; আপোনাত বাজে আনৰ ঘৰ; যনে, ঘৰত নহলেও পৰত হওঁক; শৰ্ক; যেনে, পৰে চুল মাধোন চায়; এতেকে ভূত, প্ৰেত; যেনে, জৰে পায় যাক, পৰে sa off, a person not belonging to one's own family, a stranger, another person than one's self, a house nr family other than one's OWII, an enemy, anevil spirit. পৰ, স. শ. {সং, প্ৰহৰ দিন আৰু ৰাতিৰ আঠ ভাগৰ এভাগ, দিনৰ বা ৰাতিৰ চাৰি ভাগৰ এভাগ; যেনে, এপৰ বেলি; কোনো এক বিশেষ সময়; যেনে, খবৰ পৰ হৈছে; ৰাখি থকা বা ৰক্ষা কৰিবলৈ চাই থকা কাৰ্য্য; যেনে, সি নৰিয়াৰ পৰঙ ute, one-fourth of a day or night, a jarticular time, an occasion, the act of watehing . প দি, ৰাখি থাক, চাই থাক, to watul over. প, অ, ধা, (সং. পতৃ; হিং. পড়না; বং. পড়ন, পতিত ) পৃথিবীৰ আকৰ্ষণৰ দ্বাৰা তললৈ নাম্; যেনে, বৰষুণ পৰিছে। কাতি হৈ বিশ্ৰাম কৰ; যেনে, পাটীত পৰিছে; বৰণ ধৰ; যেনে, মুখ ৰঙ্গা পৰিছে; এখান নৈ আন এখানেৰৈ মি; যেনে, দিখে বুইতত পৰিছে; হ্ৰাস পা, উত্তাপ বা বেগ গুচা হ; যেনে, বদ পৰিল, বতাহ পৰিছে; জালত বা ফাত আবদ্ধ হ; যেনে, জালত বা ফালত পহু পাৰে; কষ্টৰ অধীন হ; যেনে, আপদ পৰিছে, প্ৰতিবন্ধকতাৰ দ্বাৰা ধৰ্ম্মকৃত্য বন্ধ হ; যেনে, অশৌচ হোৱাত শৰাধ পবিল; অস্ত হ, মাৰ য; যেনে, জোন বা বেলি পৰিছে; ওপৰৰ পৰা তললৈ নামি ঢাকি ধ, { ৰদ বা ছতি খাটে); যেনে, এই ঠাইত ৰদ বা ছ পৰিছে, উৰি গৈ কোনো এঠাইত তাৱস্থিতি কৰ; যেনে, গছত শগুন পৰিছে, কোনো পুৰুষৰ বিয়া কৰা ভাৰ্য্যা হ; যেনে, আইদেও গোহাঁই দেওত পৰিছে; চোক বা ধাৰ কম হ; যেনে, খুৰৰ ধাৰ পৰিল, ৰণত প্ৰাণ এৰু; যেনে, অমুক ৰণত পৰিল, to fall or drop, to lic clown, to assume a color, to join with another river, to abate or become miki, ( as the sunshine or wind), to be entangled in a net of snare, to be involved in diffi- culty or distress, to be obstructed! or stoppel, to go down or dis- appear, ( as the sun or moon, ) to settle or perch, (as a bird ), to be married to as a wife, to become less, (izs the slzarpness of an instru- ment ), to fall or le slain in lkat:1.le. . পৰকা, স, শ. (সং• পৰকাল, মৃত্যুৰ পচৰ কাল~-পৰ, পাচৰ + কাল, সময়) মৰণৰ পাচৰ কাল বা অৱস্থা; যেনে, পৰকাল fp * FICAT $763, the future state, the next world. পৰগনা, স. শ. ( যাই. পগানা) দেশৰ এক ক্ষুদ্ৰ ভগ, টানি, an inferior division of a country, পৰঙ্গী-জাল, স. শ. ( অ, পৰ, তললৈ না।