পৃষ্ঠা:হেমকোষ.pdf/৫৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পট। পণ্ডিলি। পটু, বি. (স. পটুপাটু, কথা ক) নিপুণ,

  • otsfo, clever, skilful.

পটুতা, গু. শ. (সং.) পাগলি, পটুগুণ, cleverness. পটুৱা, স. শ. (অ. পাত, পত্ৰ; পছুৱা, পাত সম্বন্ধীয়) কলা গছৰ আবৰণ, কলা- পাতৰ ঠৰুৱাৰ তলৰ বহল ভাগ, যি গছৰ sy of Nep, the sheath of a plan- tain tree. পটেশ্বৰী, স. শ. (অ, পাট, ৰজাৰ সিংহাসন + ঈশ্বৰী, গৰাৰ্কিনী) ৰজাৰ প্ৰধান fufet, CW, a queen-couport, the principal wife of a reigning king. পটোল, স. শ. {সং. পটোল-পট, গমন ক) এবিধ তিঞই জাঙিৰ লতা; তাৰ , a kind of cucumber, পটু-বন্ধ, স. শ. (স. পটুৱ--পটু, পাট +ৱ, কপোৰপাট সূৰ কাপোৰ, a silk cloth. . পটিশ, স. শ. {সং. পট্টিশ—পট, গতি কৰ) এবিধ কুঠাৰৰ নিচিনা যুদ্ধৰ অৱ, a kind of battle-axe. পঠনীয়, বি. (সং. পঠনীয়-পঠ, পটু। পঢ়িব লগা; পঢ়িবৰ মোগ্য, fit or proper to be read, readable. পঠা, স, ধ, (সং- পটু, গতি কৰ; ব’ পাঠা, প্ৰেৰণ কৰ} গতি কৰা, পাঁচু; cera Pa, to cause to go, to send. দ. পঠাওঁতা, (গী) পাৰ্তী। পঠিত, কৃদ. বি. (সং. পঠিত—পঠ, পঢ় ) পঢ়; যেনে, পঠিত বিষয়, read, পঠিতব্য, বি. (সং) পঢ়িবৰ মোগা, পঢ়িব 2911, fit or proper to be read. পঠিয়া, স. বা. (অং. পঠা, পাঁ) পাছ; প্ৰেৰণ কৰ, to send, পঢ়, স. বা. (সং. পঠ; প্ৰাঃ. পটুহিং. পচুনা, পাঠ ক) আখৰ মাতৃ, পুথি মাতৃ; যেনে, লৰাই পুথি পড়ে, to read. অ ধ. আখৰ বা পুথি মাতিবলৈ শিক শাস্বৰ বিদ্যা শিক; যেনে, লৰাই পঢ়াশালিত পড়ে, to learn to read, to study books. পটন, কৃ. স. পঠন, পঢ়া কাৰ্য্য, the act of reading, study. পঢ়া, স. ধা. আখৰ বা পুথি ম; যেনে, কীৰ্তন পঢ়াওঁ; পঢ়িবলৈ শিকা, শালৰ বিদ্যা শিকা; যেনে, অধ্যাপকে ছাতক tota, to cause to read. পঢ়াশলীয়া, বি. পঢ়াশালিৰ, pertaining to a school পঢ়াশালি, স. শ. {সং- পাঠশালা, পঢ়া ঠাই) বিদ্যা শিকা ঠাই, বিদ্যালয়, ছাতৰ- শালি, a school, ‘পঢ়ি-দোলা, স. শ. { অং. পঢ়ি, দোৱালি। দোলা, এবিধ যান) কাপোৰৰ দোৱালি, আৰু ঠেকৰ লগাই কৰা এবিধ দোলা, a kind of Assamese cuti. প, স. শ. {সং পণ --পণু, বেহা কৰ ) আবি, হাৰিলে দিবলৈ প্ৰতিজ্ঞা কৰা ধন; যেনে, এশ টকাৰ পণ; দৃঢ় প্ৰতিজ্ঞা, অঙ্গীকাৰ; যেনে, এই কথা কৰিবলৈ পণ

  • face, a het, i wager, a vow, a

solemn promise. পণুৱা, স. শ. কাণি পাণত ৰত মানুহ, one given to smoking opium mixed with betel leaf. বি. ফাণিৰ পাপত 76, addicted to the above. প, বি. (সং. পশু-~-পড়, নষ্ট ক) বাৰ্থ, নিৰ্থক; যেনে, পণ্ড শ্ৰম, vait, finit- less. 7. *. , a cunuch, পণ্ডিত, স. শ. (সং, পণ্ডিত--পা, বিদ্যা) বিদ্যাৱস্ত লোক, জ্ঞানী লোক; অধ্যাপক, för a, a leamed man, a scholar, A teacher. পণ্ডিতভিমানী, বি. (স. পণ্ডিতিনি --পণ্ডিত, ঐ+ অভিমানিন, অহঙ্কাৰী) আপোনাক পণ্ডিত বুলি অহাৰ কৰা, পণ্ডিত নহৈও পণ্ডিতালি দেখাৱা, ভাঙ্গ পণ্ডিতৰ দৰে কথা কোৱা, pedan- tie, vainly making a show of learning, পণ্ডিলি, ও, শ, পণ্ডিতৰ নিচিনা আচৰণ বা ঋণ, বিদ্যা, scholarship, learning.