পৃষ্ঠা:হেমকোষ.pdf/৫৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নেচা। প, গৰিহা খ, ছদকা খা, to be cursed, to be censure. নেও, স. শ, শাপ, শাউ; গৰিহণা, eurse, censure, নেওচা-খোৱা, } বি. শাও-পোৱা, গৰিহ নেওচ-খোৱা, খোৱা, ছদকা খোৱা, cursed, censured, reproached. নেই, স, ধা. নেওঠনীৰ দ্বাৰা গুটি নথকা কৰ, গুটি শূন্য কৰ (কপাত খাটে); যেনে, কপাহ নেউঠিছে, to separate from seed, as cotton. নেওঠনী, স. শ. (অং নেওঠ, ঐ কপাহৰ গুটি গুচোৱা যতন, a totton-gin. নেওঠনীয়, স. শ. মাটি গাঙ্গুৰি (কামৰূ, , a kind of potherb. মেও, স. শ. (ব, নামতা, পূৰণৰ গণনা ) এটা অঙ্কক দুই কি অধিক গুণ কৰিলে যিমান হয়, তাক মুখস্থ কৰিবৰ উপায়; যেনে, দুই দহ কুৰি, পাঁচ দহ পঞ্চাশ, the multiplication table. নেকে, বি. কেঁচুৱা নোেহোৱা, নিচেই সৰু নোহোৱা, ভাৰ হোৱা; যেনে, নেকে at, grown up, not an infant. (স্ত্ৰী) নিকেৰী { মৌখিক)। মেকেহু, অমুক, গধূৰ বস্তু পেলাই দিলে হোৱাৰ নিচিনা মাত, an imitative sound used to express that pro- duced by the fall of some heavy thing. . নেকেহা, বি. পেলাই দিলে নেকেহ শব্দ কৰা, গধূৰ, (ভাৰত খাটে), beavy (said of a load). নেকেই, ক্ৰি. বি. নেকেই শব্দ কৰি, নেকে-কৰে, ধুপুৰাই; যেনে, নেকেই offroy, with a heavy sound, heavily (said of falling). নেকনে, অমুক, ডাঙ্গৰ বৰষুণৰ নিচিনা শব্দ, an imitative sound used to express that of a heavy shower. নেকনেকলি, স. শ. ডাঙ্গৰ বৰষুণৰ শব্দ, a pattering sound, a patter. মেনেকা, অ, ধা. হুৰ হৰ শব্দ কৰি ধাৰা- বাহিকৰূপে প (বৰষুণত খাটে); যেনে, বৰষুণে নেকনেকাই আছে, to fall with quick succession of sound, to patter, as rain. নেকনেকীয়া, বিহুৰ হুৰ শব্দেৰে ধাৰাবাহিক ৰূপে পৰা, (বৰষুণত খাটে); যেনে, নেকনেকীয়া বৰষুণ, attering. নেগুৰ, স. শ. (সং. লাল, বং• পেঁৰ, নেও) গোটা নেজ, a tail. নেওৰীয়া, বি. নেগুৰযুক্ত having a tail. নেঘেৰি, স. শ. টিপটিপলী, টিপচী চৰাই। নেৰেী-খোপা, স. শ. ( অং. লিগিৰী, ৰজাৰ পৰিচাৰিকা+ খোপা, চুলিৰ বান্ধ) লিগি- ৰীৰ দৰে মাজ মূৰত ওখকৈ বন্ধ খোবা, hair gathered in a knot at the top of the heal. সমানেৰেী খোল, লিগিৰী খোপ, দুয়ো একে লিগিৰী শব্দৰ পৰা ওলাইছে, কিন্তু অৰ্থ বেলেগ।“লিগিৰী খোপা’চোৱা নেলে, বি, { অংশ নে, নাচ, গতি কৰ, নচলে, অৰ্থাৎ সিদ্ধ নহয়। সিদ্ধিৰ আশা নথকা; যেনে, সি কথা নেচেল, hope less. (মোখিক)। নেছা, স. শ. { হিং, লক্ষ্মা, মেৰাই থোৱ। সৃত) চেৰেকীৰে মেৰাই গাঠি দি থোকা Yo, a skein of thread. নেছানেছ, বি. অনেক নেছা কৰা; যেনে, সূতাবোৰ নেছানে কৰিছে, divided into skeins. নেছিয়া, স, ধা চেৰেকীত পকাই নেছা ক; যেনে, শিপিনীয়ে তা নেছিয়ায়, to wind into skeins. নেছীয়া, বি. নেছা হৈ থকা, নেছা না; যেনে, নেছীয়া সূতা, remaining in skeins. নে, স. শ. (সং, ল, নেগুৰ) ৰ পাচ ফালে ওলমি থকা, ৰাজহাড়ৰ শেষ ভাগ, নেগুৰ; চৰাইৰ গাৰ শেষ ভাগ গলা পাখি; নেজৰ নিচিনা আন বৎ, a tail, anything like a tail.