পৃষ্ঠা:হেমকোষ.pdf/৫৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নিসন্ধি। নিষ্ঠতা থা) নিমৰমিয়াল, দয়াহীন, cruel. . শ, দয়াহীন মানুহ, a cruel man. নিষ্ঠুৰতা, গুশ. (স.) নিষ্ঠুৰ গুণ, eruelty. নিস্পঞ্জি, স. শ. (সৎ নিষ্পত্তি---নি, উপ. + পদ, গতি কৰু ) কোনো কাৰ্য্যৰ শেষ; যেনে, সেই কথাৰ নিস্পত্তি পৰিল; গোচৰৰ শেষ; যেনে, গোচৰৰ নিষ্পত্তি। হল; সিদ্ধান্ত; যেনে, তলতীয়া বিচাৰকৰ faoife pyet a, the final settle- ment of a matter, the termination of a case, judgment, decision. নিষ্পতি-পত্ৰ, স. শ. (স.) লেখা সিদ্ধান্ত, frete-917, a written judgment. নিষ্পন্ন, কদ, বি. কৃত, শেষ কৰা, সম্পূৰ্ণ কৰা; যেনে, সেই কাৰ্য্য নিম্পন্ন হল, done, finished, settled. নিষ্পদন, দ, ধ, (সং.) শেষ কৰণ, সমাপ্ত কৰণ; সিদ্ধান্ত কৰণ, the act of concluding or deciding. নিম্পাদিত, কদ, বি. (স.) শেষ কৰা, সমাপ্ত কৰা; সিদ্ধান্ত কৰা, tote, finished, decided নিষ্পাপ, বি, {সং. নিপাপনিৰ, নাই + পাপ, অধম্ম) পাপ নথকা, পবিত্ৰ, শুচি, বেয়া কাম নকৰা, sinless, it- novent. স, শ, পাপ, পাপৰ vota, sinloseness. নিপাপ, বি. (সং. “নিষ্পাপ” শব্দৰ অপ- অংশ) পাপশূদ্য, পবিত্ৰ, বেয়া কাম নকৰা, sinless. স. শ. পাপ নকৰা মানুহ। নিস্পয়োজন, স, শ, (সং. নিষ্প্ৰয়োজন- নিৰ, নাই+প্ৰয়োজন, আৱশ্যক) আৱ- শ্যকৰ অভাৱ; যেনে, নিম্পয়োজনত কোনো কাৰ্য্য নকৰিবা, absence of necessity. বি. অকাৰণ, নিৰ্থক, আৱশ্যক

  • 77), peedless.

নিস্পৃহ, বি. (সং. নিস্পৃহ নিৰ, নাই+ স্পৃহা, বা) স্পৃহা নখকা, আকাঙ্ক্ষা নথকা, কোনো বস্তুলৈ বাঞ্ছা নকৰা; যেনে, ‘মুক্তিতে নিস্পৃহ যিতো সেহি ভকতক Cl," not desiring anything, not. coveting, content. নিফল, বি. (সং. নিস্ফল—নি, নাই+ ফল, গুটি গুটি নধৰা, ফল শূন্থ; নিৰ্থক, অসাৰ্থক, fruitless, vain. নিলতা, গু. শ. (স.) নিল হোৱা অৱস্থা, ব্যৰ্থতা, fruitlessness, নিসংশয়, বি. (সং. নিসংশয়, সংশয় নথকা --নি, নাই+সংশয়, ভয়, আশঙ্কা) ভয় নথকা; আশঙ্কা নথকা, সন্দেহ নথকা, fearless, doubtless, indubitable. নিসংশয়-কপে, ক্ৰি. বি. নিভয়ৰূপে, ভয় নখ- কাকৈ; আশঙ্কা নথকাকৈ; নিসন্দেহৰূপে, নিশ্চয়কৈ, fearlessly, undoubtedly, certainly. নিৰ্স, বি. (অং. নি, নথকা+ সঁচ, কঠীয়া, বংশ) বংশলুপ্ত হোৱা; নিৰ্মল হোৱা; আগলৈ উৎপন্ন হবৰ উপায় লুপ্ত হোৱা;

  • 6 xay, cradlicated, extinct.

নিসঙ্গ, বি. (সৎ, নিসঙ্গ-নি, নাই+ সঙ্গ, গ) অকলশৰীয়া, alole, having ) companion. সঙ্গীৰ অভাৱ, অকলশৰীয়া অৱস্থা; যেনে, নিসঙ্গত থকা ভাল নহয়, want of society, the state of being alone, নিস, বি. (অং, নি, নাই+সত, ৰসৰস নকা, নিৰস;, খৰাং dry, having no moisture or juice, dry as land. নিসনি, স. শ. (সং. নিম্ৰাৱ, ভাতৰ ফেন— নি, উপস. +ৱ, বৈ পৰ) ভাত সিজোৱা পানী, ভাতৰ পানী, congee, water in which rice has been boiled. নিসা, বি. (সং. মিসন্তান-নি, নাই+ সন্তান, লৰা ছোৱালী) লৰা-ছোৱালী নখকা, নিৰীয়া, childless. নিসন্দেহ, বি. (সং. নি, নাই + সন্দেহ, আশঙ্কা) সন্দেহ নথকা, নিশ্চয়, doubt- tess, certain, indubitable. নিসন্দেহৰূপে, ক্ৰি. বি. সন্দেহ নথকাকৈ, নিশ্চয়ৰূপে, undoubtedly, certainly. নিসছি, বি. (সং, নি, নাই+সন্ধি, লো)