পৃষ্ঠা:হেমকোষ.pdf/৫৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নিশেষে নিশেষে, ক্ৰি. বি. সম্পূৰ্ণৰূপে, সমুদায়ে, completely, entirely. নিশ্চয়, বি. (সং. নিশ্চয়—নি, উপস.+চি, ' একত্ৰ ক} ঠিক, নিচয়, স্বৰূপ; যেনে, এই কথা নিশ্চয়, certain, sure, pposi- tive. স. শ. স্থিৰতা, যথাৰ্থতা, certainty. নিশ্চয়তা, গু. শ. স্থিৰতা, ঠিক, ecitainty. নিশ্চয়ে, ক্ৰি. বি. স্বৰূপে, নিসন্দেহে; যেনে, তেওঁ নিয়ে আহিব, certainly, with- out fail. . নিশ্চয়কৈ, ক্ৰি. বি. ঠিককৈ, অলৰৰূপে, নিশ্চয়ৰূপে, } সন্দেহ নথকাকৈ; যেনে, সেই কথা মই নিশ্চয়কৈ কব নোৱাৰো, with certainty . নিশ্চল, বি. (সং. নিশ্চল-নি, উপস. + চ, গতি ক) অচল, লৰিব নোৱৰা, tay, inmovcable, firm. নিশ্চল, গু. শ. (স.) লৰচৰ নকৰা গুণ, immoveableness, firmness. নিশ্চিত্, কদ, বি. (স.) ঠিক কৰা, নিশ্চয় PT', ascertained, determined. নিশ্চিন্ত, বি. (সং. নিশ্চিন্ত—নি, নাই। চিন্তা ভাবনা চিন্তা নথকা, ভাৱনা নথকা, স্থিৰ মনযুক্ত, free from anxiety. নিশ্চেষ্ট, বি. (সং. নিশ্চেষ্ট-নি, নাই+ চেষ্টা, উদ্যোগ) উদ্যোগ নথকা, কাৰবাৰ নকৰা, এলেহুৱা, inactive, sluggigh. নিশ্বাস, স. শ. (সং. নিশ্বাস--নি, উপস, + শ্বাস, উশাহ) নাকে দি ভিতৰলৈ নিয়া আৰু ৰাজলৈ উলিওৱা বায়ু, উশাহ, breath. নিশ্বাস্-প্ৰশ্বা, স, শ, নাকে দি ভিতৰলৈ নিয়া আৰু বাহিৰ কৰা বতাহ, উশাহ, inspiration and respiration, নিষধ, স. শ. ভাৰতবৰ্ষৰ দক্ষিণ-পূব ফালে একা এক দেশ, a country in the south-cast division of India. নিষাদ, স. শ. (সৎ, নিষাদ-নি, উপস,+ য, গতি কৰ; হাবিত প বিচাৰি ফুৰে, এতেকে) ব্যাধ, চৰাই পহু মাৰি উপজীব্য

  • yar, a hunter, a sportsman.

নিষ্ঠুৰ। নিষিদ্ধ, বি. (সং. নি, ন+সিধু, পূৰ্ণ কৰ; কাৰ্য্য সিদ্ধ কৰিব নিদিয়ে এজেকে ) বাধা কৰা, নিষেধ কৰা, মানা কৰা; যেনে, নিষিদ্ধ কাম, }prohibited, for- bidden. , নিষেধূ, ম. শ. (স.) বাধা, হাক, মানা, prohibition. নিষ্কণ্টক, বি. (সং. নিষ্কণ্টকনি, নাই +কণ্টক, কঁাইট; শক্ত ) কাঁইট নথকা; শত্ৰু নথকা; যেনে, ৰাজ্য নিষ্কণ্টক হল; 4 78 7471, laving no thorn, free from trouble. নিকৰ, বি. {সং, নিঞ্চৰ-নিৰ, নাই + কবু, ৰাজহ) ৰাজহ নলগোৱা, নিকটলুৱা, rent-free. নিৰ্ম্মা, বি. (সং. নিৰ্ম্মানি, নাই+ কৰ্ম্ম, কাম) একো কাম নথকা, একো কাম কৰিব নোৱৰা, অকৰ্ম্মা, having no work to perform, incapable of doing any work, worthless. নিষ্কাম, বি.(সং. নিস্কাম-নিৰু, নাই+ কাম, বাঞ্ছা) ফললৈ ইচ্ছা নকৰা, আকাঙ্ক্ষা নখকা; যেনে, নিষ্কাম ভক্তি, having no desire of reward, disinterested. নিফাৰণু, বি. (সং. নিফাৰণ-নিৰ, নাই+ কাৰণ, হেতু) কাৰণ নথকা, হেতু নথকা, causeless, groundless. নিষ্কৃতি, স. শ. {সং, নিস্কৃতিনি, উপস, + +, কৰ) আপদৰ পৰা উদ্ধাৰ, লেঠাব stat pres, the state of being free from danger, liability or ponsibility: . নিস্থল, বি. (অৎ. নি, উপস. +থল, দুষ্ট ) দুষ্ট, wicked. নিষ্ঠা, স. শ. (সৎ, নিষ্ঠা-মি, উপস.+ ব্য, থা, ধৰ্ম্ম থাকে, এতেকে শ্ৰদ্ধা; দৃঢ় sres, gu, faith, belief, devotion. নিঠাস্ত, বি. ঈশ্বৰ-পৰায়ণ, ভক্তিমন্তু, নিষ্ঠাবান, } ধাৰ্মিক, religious, pious, devout. নিষ্ঠুৰ, বি. { সৎ, নিষ্ঠুৰ-নিৰু, উপস. + , le -